Assamese: Open Bible Stories Translation Questions

Updated ? hours ago # views See on DCS Draft Material

01-01

বিশ্বত সকলো বস্তু কৰ পৰা আহিছিল?

ঈশ্বৰে সকলো সৃষ্টি কৰিছি।

সকলো সৃষ্টি কৰিব বাবে কিমান দিন লাগিছিল?

ছয় দিন।

01-02

প্ৰত্যেক দিনৰ শেষৰ সৃষ্টিৰ পিছত ঈশ্বৰে কি কৈছিল?

তেওঁ কৈছিল এইটো ভাল।

01-04

প্ৰত্যেক দিনৰ শেষৰ সৃষ্টিৰ পিছত ঈশ্বৰে কি কৈছিল?

তেওঁ কৈছিল এইটো ভাল।

01-05

প্ৰত্যেক দিনৰ শেষৰ সৃষ্টিৰ পিচত ঈশ্বৰে কি কৈছিল?

তেওঁ কৈছিল এইটো ভাল আছে।

01-06

প্ৰত্যেক দিনৰ দিনৰ শেষৰ সৃষ্টিৰ পিছত ঈশ্বৰে কি কৈছিল?

তেওঁ কৈছিল এইটো ভাল আছে।

01-07

প্ৰত্যেক দিনৰ শেষৰ সৃষ্টিৰ পিছত ঈশ্বৰে কি কৈছিল?

তেওঁ কৈছিল এইটো ভাল আছে।

01-08

প্ৰত্যেক দিনৰ শেষৰ সৃষ্টৰ পিছত ঈশ্বৰে কি কৈছিল?

তেওঁ কৈছিল এইটো ভাল আছে।

01-09

ঈশ্বৰে কি ৰূপে জন্তুতকৈ মানুহক পৃথক সৃষ্টি কৰিছিল?

ঈশ্বৰে মানুহক তেওঁৰ নিজৰ প্ৰতিমূৰ্তিৰে নিৰ্মান কৰিছিল?

ঈশ্বৰে মানুহৰ দায়িত্ব কি হব বুলি কৈছিল?

সিহঁত পৃথিৱীত ওপৰত অধিকাৰ কৰিব আৰু জীৱ জন্তুক চোৱাচিতা কৰিব।

01-10

ঈশ্বৰে প্ৰথম মানুহ কেনেকৈ সৃষ্টি কৰিছিল?

ঈশ্বৰে তাক ধূলিৰে সৃষ্টি কৰিছিল।

মানুহ কেনেকৈ জীয়া প্ৰাণী হৈছিল?

ঈশ্বৰে তেওঁৰ ভিতৰত জীৱন বায়ু দিছিল।

মানুহৰ নাম কি আছিল?

আদম।

ঈশ্বৰে আদমক কত ৰাখিছিল?

এখন বাগিচাত যত ঈশ্বৰে গছ ৰুইছিল।

01-11

কি সেই বিশেষ গছ যাৰ পৰা ফল খাব মানা কৰিছিল?

ভাল বেয়া জ্ঞান দিয়া গছ।

কি হব যদি আদম সেই ভাল বেয়া জ্ঞান দিয়া গছৰ পৰা ফল খালে?

নিশ্চয় মৰিব।

01-12

আদম কিয় অকলশৰীয়া আছিল তাত সকলো ধৰণৰ জীৱ জন্তু আছিল?

জীৱ জন্তু আদমৰ সহায় হব নোৱাৰিব।

01-13

ঈশ্বৰে স্ত্ৰী কেনেকৈ সৃষ্টি কৰিছিল?

আদমৰ কমি হাড় পৰা তাক সৃষ্টি কৰিছিল।

01-14

আদমৰ বাবে 'স্ত্ৰী' নামৰ অৰ্থ মানে কি?

তাৰ মানে তাই আদমৰ বাবে সৃষ্টি হৈছিল।

এজন পুৰুষৰ স্ত্ৰী থকাটো উদ্দেশ্য কি?

সিহঁত এক হবৰ বাবে।

01-15

ঈশ্বৰ সকলো সৃষ্টি কৰি তেওঁ তাক কি নিৰ্ধাৰণ কৰিছিল?

এইটো ভাল আছিল।

01-16

ঈশ্বৰে সপ্তম দিনৰ দিনা কি কৰিছিল?

তেওঁ জিৰণি লৈছিল আৰু সপ্তম দিনা ঈশ্বৰে আশীৰ্বাদ কৰি পবিত্ৰ কৰিছিল।