আনফলডিং ৱৰ্ড® অপেন বাইবেল স্তৰিইচ
সকলো ভাষাৰ বাবে বিনামূলীয়া ক্ষুদ্ৰ বাইবেল সংকলন
এই কাৰ্য্যসূচী ক্ৰিয়েটিভ ক’মন এট্ৰিবিউচন-চেয়াৰ এলাইক ৪.০ ইন্টাৰনেট লাইচেঞ্চৰ দ্বাৰাই সকলোৰে বাবে সহজলভ্য কৰা হৈছে ৷ এই লাইচেঞ্চ খনি চবলৈ হলে, আপোনালোকে ইয়াক তলৰ ইন্টাৰনেট ঠিকনা সমূহ চাওঁক http://creativecommons.org/licenses/by-sa/4.0/ বা ক্ৰিয়েটিভ ক’মন, পঃঅঃবক্স- ১৮৬৬, মাউন্টেইন ভিই, চিএ ৯৪০৪২, আমেৰিকা, এই ঠিকনাত চিঠি পঠিয়াওঁক ৷
গৌণ কাৰ্য্য সমূহত, আপুনি কোন অংশ সালসলনি কৰিছে ইয়াক স্পষ্টকৈ উল্লেখ কৰিব এই দৰেঃ “আনফলডিং ৱৰ্ডৰ প্ৰকৃত উৎস সমূহ আপোনালোকে পাব” https://openbiblestories.org”. ৷ আপোনালোকে আপোনালোকৰ গৌণ কাম সমূহ একেটা অনুজ্ঞা পত্ৰৰ অধিনত সকলোৰে বাবে সহজলভ্য কৰি ৰাখিব পাৰিব ৷
আপুনি আনফ’লডিং ৱৰ্ডৰ বাবে কৰা অনুবাদ সন্দৰ্ভত যদি প্ৰয়োজনীয় জাননী সমূহ লাভ কৰি থাকিব বিচাৰে তেনে হলে অনুগ্ৰহ কৰি আমাৰ লগত এই ঠিকনাত যোগাযোগ কৰক https://unfoldingword.org/contact/.
এই কাহিনীসমূহত ব্যৱহাৰ কৰা দৃশ্য ছবি সমূহ চুইট পাব্লিচিং পৰা লাভ কৰা হৈছে আৰু এই সমূহ তলত উল্লেখ কৰা অনুজ্ঞা পত্ৰৰ অধীনত সকলোৰে বাবে বিনামূলীয়া ভাৱে লাভ কৰাৰ ব্যৱস্থা কৰা হৈছেঃ (http://creativecommons.org/licenses/by-sa/3.0).
পৃথিবীৰ যি কোনো অংশত থকা খ্ৰীষ্টত থকা আমাৰ ভাই-ভনী সকল, এইয়া আমাৰ প্ৰাৰ্থনা যে ঈশ্বৰে এই সামগ্ৰী সমূহ ব্যৱহাৰ কৰাত আশীৰ্বাদ কৰক আৰু আপোনাসৱক অনুগ্ৰহ, সবল আৰু উৎসাহিত কৰক ৷