Assamese: translationNotes

Updated ? hours ago # views See on DCS

Mark

Mark 1

Mark 1:1-3

তোমাৰ.... তোমাৰ

একবচন (চাওকঃ তুমি শব্দৰ ৰূপ)

প্ৰভুৰ পথ যুণ্ডত কৰা, তেওঁৰ পথ পোন কৰা

এই দুয়োটা আজ্ঞাই একেটা কথাকে বুজায়ঃ“ প্ৰস্তুত কৰা” কোনোবা এজনা গুৰুত্বপূৰ্ণ ব্যক্তিক লগ কৰিবলৈ। আপোনাৰ ভাষাত যদি দুয়োটাই একেটা অথকে বুজায় তেন্তে দ্বিতীয় বাক্যটো বাদ দিব পাৰে। যেনেকৈ UDB এ কৰে। (চাওকঃ Metaphor and Doublet)

Mark 1:4-6

যেতিয়াই যোহন আইিল

নিশ্চত হওক আপোনাৰ পাঠকে যেন বুজে যে ১ঃ২

৩ পদত যোহনৰ বিষয়ে কোৱা হৈছে।

তেওঁ.....তেওঁক........তেওঁৰ

এইকেইটা শব্দই যোহনক বুজাইছে।

গোটেই যিহুদীয়াৰ গ্ৰামাঞ্চলৰ পৰা আৰু যিৰুচালেমৰ সকলো মানুহ

“যিহুদিয়া আৰু যিৰুচালেমৰ অনেক লোক।”(চাওকঃ Hyperbole)

Mark 1:7-9

তেওঁ ঘোষণা কৰিলে

যোহনে (১ঃ১

৩) ঘোষণা কৰিলে।

মই তেওঁৰ পাদুকাৰ বান্ধ তল মুৰ কৰি মেলিবৰো যোগ্য নহওঁ

যোহনে কৈছে যে তেওঁ এজন দাসৰ আটাইতকৈ ভাল নলগা কামটো কৰিবলৈও

উপযুক্ত নহয়।(চাওকঃ Metaphor )

মুৰ দোঁৱা

“সন্মূখলৈ হলা”

তোমালোকক পবিত্ৰ আত্মাৰ দ্বাৰা বাপ্তাইজিত কৰিব

যিদৰে পানীত বাপ্তাইজিত হলে পানীৰ সান্নিধ্যলৈ আহে, সেইদৰে আত্মাত বাপ্তইজিত হলে পৱিত্ৰ আত্মাৰ সান্নিধ্যলৈ লোকবিলাকক আনে।

Mark 1:10-11

তোমালোকে যেন জানিব পাৰা

“মই তোমালোকক প্ৰমাণ কৰি দেখুৱাম”

তোমালোক

অধ্যাপক সকল আৰু লোক সমূহক বুজাইছে।

তেওঁ পক্ষাঘাত গ্ৰস্হ (জঠৰ ব্যক্তি জনক) কলে

“তেওঁ খোজ কাঢ়িব নোৱাৰা ব্যক্তি জনক কলে”

সিহঁতৰ সকলোৰে সন্মোখতে

“তাত গোট খোৱা লোকসমূহৰ চকুৰ আগতে”

Mark 1:12-13

তেওঁক ওলাই যাবলৈ বাধ্য কৰিলে

যীচুক, বলপূৰ্ববকভাৱে পঠাই দিলে।

তেওঁ নিৰ্জন ঠাইত আছিল

“তেওঁ নিৰ্জন ঠাইত বাস কৰিছিল।”

চল্লিশ দিন

“৪০ দিন” (চাওকঃ গননাপুস্তক

Translating Unknowns) )

তেওঁ লগত আছিল

“তেওঁ মাজত আছিল”

Mark 1:14-15

যোহনক বন্দী কৰাৰ পাছত

“ যোহনক বন্দীশালত থোৱাৰ পাছত।” সলনি অনুবাদঃ সিঁহতে যোহনক বন্দী কৰাৰ পাছত। (চাওকঃ কৰ্ত্তৃবাচ্য কৰ্ম্মবাচ্য)

ঈশ্বৰৰ শুভবাৰ্ত্তা ঘোষণা কৰিলে

“ ঈশ্বৰৰ পৰা অহা শুভবাৰ্ত্তা ঘোষণা কৰিলে। যি শুভবাৰ্ত্তা ঈশ্বৰৰ পৰা আহিলে তাক ঘোষণা কৰিলে।”

কাল সম্পূৰ্ণ হল

“এতিয়া সময় হল”

Mark 1:16-18

তেওঁ চিমোন আৰু আন্দ্ৰিয়ক দেখিলে

যীচুৱে চিমোন আৰু আন্দ্ৰিয়ক দেখিলে।

জালখন মাৰিলে

“জালখন (মাছ ধৰিবলৈ) পেলালে।”

কিয়নো তেওঁলোক মাছমৰীয়া আছিল

“ কাৰণ তেওঁলোক জালোৱাই আছিল।”

মোৰ পাছত আহা

মোক অনুকৰণ কৰা”

মই তোমালোকক মানুহ ধৰা জালোৱাই কৰিম

তেওঁ তেওঁলোকক কেনেকৈ মানুহ গোটাব লাগে তাক শিকাব, ঠিক যিদৰে তেওঁলোকে মাছ গোটাইছে।(চাওকঃMetaphor)

তেওঁলোকে জাল এৰিলে আৰু তেওঁৰ পাছত গল

“ তেওঁলোকে যীচুৰ অনুগামী হবলৈ মাছমৰীয়া কাম এৰিলে।”

Mark 1:19-22

নাও খনত

“ তেওঁলোকৰ নাৱত”

জালবিলাক মেৰামতি কৰি আছিল

“জালবিলাক ঠিক কৰি আছিল।”

কামত লগোৱা দাসবিলাক

“যিবিলাক দাসে তেওঁলোকৰ কাৰণে কাম কৰিছিল।”

তেওঁলোকে তেওঁৰ পাছে পাছে গল

যাকোব আৰু যোহন যীচুৰ লগত গল।

Mark 1:23-28

তেওঁলোকৰ নামঘৰ

এইটো ঈশ্বৰৰ উপাসনা কৰা ঠাই যলৈ যীচু আৰু তেওঁৰ শিষ্য বিলাকে গৈছিল, আৰু ইযাতেই যীচুৱে উপদেশ দিবলৈ আৰম্ভ কৰিছিল।

আপুনি আমাক ধ্বংস কৰিবলৈ আহিলনে

সলনি অনুবাদঃ “ আমাক ধ্বংস নকৰিব। (চাওকঃRhetorical

Question)

Mark 1:29-31

তেওঁলোক আঁতৰি

যোৱাৰ পাছত

যীচু, চিমোন আৰু আন্দ্ৰিয়ই আঁতৰি যোৱাৰ পাছত

জ্বৰে তাইক এৰিলে

সলনি অনুবাদঃ চিমোনৰ শাহুৱেকক তাই ভুগি থকা জ্বৰৰ পৰা সুস্থ কৰা হল (চাওক: Rhetorical

Question)

তাই তেওঁলোকক পৰিচৰ্যা কৰিবলৈ ধৰিলে

সলনি অনুবাদঃ “তাই তেওঁলোকক আহাৰ

পানী যোগান ধৰিলে।”

Mark 1:32-34

তেওঁক....তেওঁ......তেওঁ.....তেওঁক

যীচুক বুজাইছে

গোটেই নগৰৰ মানুহ দুৱাৰ মুখত গোট খালে

সেই নগৰৰ পৰা অনেক লোক আহি দুৱাৰৰ বাহিৰত গোট খালে।(চাওকঃ Hyperbole)

Mark 1:35-37

“এক নিঃসংগ ঠাই

এনে এটা ঠাই যত তেওঁ অকলশৰীয়াকৈ থাকিব পাৰে”

প্ৰত্যেকেই আপোনাক বিচাৰি আছে

সলনি অনুবাদঃ “অনেক লোকেই আপোনাক বিচাৰি আছে।” (চাওকঃ Hyperbole)

Mark 1:38-39

তেওঁ....তেওঁ..... তেওঁ....তেওঁ

যীচুক বুজাইছে

আহা আমি আন ঠাইলৈ যাওঁ

“ আন কোনো ঠাইলৈ আমি যাব লাগে”

তেওঁ গালীলৰ সকলো ঠাইতে গল

“ তেওঁ গালীলৰ অনেক ঠাইলৈ গল।” (চাওকঃHyperbole)

Mark 1:40-42

এজন কপষ্ঠৰোগী তেওঁৰ ওচৰলৈ আহিল; তেওঁ আঁঠু কাঢ়ি তেওঁক কাকুত্তি কৰিলে কুষ্ঠৰোগীজনে যীচুক কলে

আপুনি যদি ইচ্ছা কৰে

“ আপুনি যদি মোক শুচি কৰিবলৈ বিচাৰে”

আপুনি মোক শুচি কৰিব পাৰে

“ আপুনি মোক সুস্থ কৰিব পাৰে” কুষ্ঠৰোগী বিলাকক অশুচি বুলি গণ্য কৰা হৈছিল আৰু সমাজৰ পৰা বাহিৰ কৰি দিয়া হৈছিল, কিন্তু কুষ্ঠৰোগ নাইকিয়া হলে, সেই মানুহজন সমাজলৈ ঘূৰি আহিব পাৰিছিল।

“মই ইচ্ছা কৰো

মই তোমাক শুচি কৰিবলৈ বিচাৰো”

Mark 1:43-44

তেওঁক...তেওঁক... তেওঁক

এই শব্দ কেইটাই সুস্থ হোৱা কুষ্ঠৰোগীজনক বুজাইছে।

তুমি নিজকে প্ৰদৰ্শন কৰা

“ তোমাৰ গাৰ ছালখন দেখুৱা” ( চাওকঃ Metonymy)

Mark 1:45

তেওঁ গল ......... প্ৰচাৰ কৰিলে

মানুহজন ওলাই গল... “মানুহজনে প্ৰচাৰ কৰিলে”

প্ৰত্যেককেই কলে আৰু ... (সুস্থ হোৱা) কথাটো প্ৰচাৰ কৰিলে

“ অনেক লোকক কবলৈ ধৰিলে”(UDB) (চাওকঃ Doublet )

প্ৰতিজনকেই

তেওঁ লগ পোৱা প্ৰতিগৰাকী ব্যক্তিক (চাওকঃHyperbole)

যীচুৱে প্ৰকাশ্যভাৱে কোনো এখন নগৰতেই যাব নোৱাৰিলে

“ লোকসমূহে নগৰত যীচুক মুক্তভাৱে ফুৰিবলৈ বাধা দিছিল”

সকলো ঠাইৰ পৰা

অঞ্চলটোৰ সকলো ঠাইৰ পৰা (UDB)

Mark 2

Mark 2:1-2

তাতথকা লোকবিলাকে শুনিলে যে তেওঁ ঘৰত আছে

“ লোকবিলাকে শুনিলে যে তেওঁ সেই একেটা ঘৰতে বাস কৰি আছে”

তেওঁলোকৰ কাৰণে ভিতৰত আৰু ঠাই নাছিল

“ তেওঁলোকৰ কাৰণে ভিতৰত আৰু অধিক ঠাই নাছিল”

Mark 2:3-4

“এজন জঠৰ অৱস্থাত থকা মানুহক আনিলে

এজন মানুহক আনিলে, যিজনক খোজ কাঢ়িবলৈ বা তেওঁৰ হাও ব্যৱহাৰ কৰিবলৈ অসৰ্ম আছিল।”

চাৰিজন লোক

“ ৪ জন লোক” (চাওকঃTranslate Numbers)

ওচৰ চাপিব নোৱাৰিলে

“যীচু যত আছিল, তাৰ কাষ চাপিব নোৱাৰিলে”

Mark 2:5-7

তেওঁলোকৰ বিশ্বাস দেখি

“ মানুহ জনৰ বিশ্বাস আছে এই কথা জানি।” ইয়াৰ অৰ্থ হব পাৰেঃ(১) কেবল জঠৰ মানুহ জনক কট়িয়াই নিয়া মানুহ কেইজনৰ বিশ্বাস আছিল বা (২) জঠৰ মালুহ জন আৰু তেওঁক কটিয়াই নিয়া মানুহ কেইজনৰো বিশ্বাস আছিল।

জঠৰ মানুহ জন

“ খোজ কাট়িব নোৱাৰা মানুহজন”

পুত্ৰ

পিতৃয়ে যেনেকৈ পুত্ৰক প্ৰতিপালন কৰে, তেনেকৈ যীচুৱে ইয়াত দেখুৱাইছে যে তেওঁও মানুহজনৰ কাৰণে চিন্তা কৰে। (চাওকঃMetaphor)

তোমাৰ পাপ বিলাক ক্ষমা কৰা হল

ইয়াৰ অৰ্থ হব পাৰেঃ

(১)“ ঈশ্বৰে তোমাৰ পাপ বিলাক ক্ষমা কৰিলে” (চাওক ২ঃ৭) বা

(২)“ মই তোমাৰ পাপবিলাক ক্ষমা কৰিলো” (চাওক ২ঃ১০)

নিজৰ মনতে যুক্তি দৰ্শালে

“ তেওঁলোকে নিজৰ নিজৰ মনতে ভাৱি আছিল

এই মানুহ জনে এনে কথা কেনেকৈ কব পাৰে

“এই মানুহজনে এনে দৰে কোৱা উচিত নহয়” । (চাওকঃ Rhetorical

Question)

একমাত্ৰ ঈশ্বৰৰ বাহিৰে কোনে পাপ ক্ষমা কৰিব পাৰে

“একমাত্ৰ ঈশ্বৰেহে পাপ ক্ষমা কৰিব পাৰে।” (চাওকঃ Rhetorical

Question))

Mark 2:8-12

তেওঁলোকেৰ নিজৰ নিজৰ মনতে ভাৱি আছিল

অধ্যাপক সকলে প্ৰত্যেকেই নিজে নিজে ভাৱি আছিল; তেওঁলোক পৰস্পৰে, অৰ্থাত্ ইজনে সিজনৰ লগত কথা পতা নাছিল।

তোমালোকে অন্তৰতে কিয় এইটো ভাৱিছা?

যীচুৱে তেওঁৰ ক্ষমতাক সন্দেহ কৰাৰ বাবে অধ্যাপক সকলক তিৰস্কাৰ কৰিছে। সলনি অনুবাদঃ “তোমালোকে অধ্যাপক সকলক তোমালোক মোৰ ক্ষমতাক সন্দেহ কৰিছা” (চাওকঃ Rhetorical Question)

কোনটো বেছি সহজ.....? যীচুৱে এই প্ৰশ্নটো অধ্যপক সকলক মনত পেলাই দিবলৈ কৰিছিল যে তেওঁলোকে বিশ্বাস কৰিছিল যে মানুহজন তেওঁৰ পাপবোৰৰ বাবেই জঠৰ হল, আৰু যদি তেওঁৰ পাপবোৰ ক্ষমা হল, তেওঁ খোজ কাঢ়িবলৈও সমৰ্থ হব, যাতে যেতিয়া তেওঁ জঠৰ মানুহ জনক সুস্থ কৰিব, অধ্যাপক সকলে জানিব যে তেঁও পাপবোৰো ক্ষমা কৰিব পাৰে। (চাওকঃ Rhetorical

Question)

কোনটো কবলৈ বেছি সহজ.... তোমাৰ পাপবোৰ ক্ষমা হল বা “উঠা ... আৰু খোজ কাঢ়া?”

এইটো কবলৈ বেছি সহজনে..“ তোমাৰ পাপবোৰ ক্ষমা হল?” নাইবা “উঠা... আৰু খোজ কাঢ়া?”

Mark 2:13-14

লোক সমূহ তেওঁৰ ওচৰলৈ আহিল

“ তেওঁ যত আছিল, লোক বিলাক তালৈকে গল”

Mark 2:15-16

লেবীৰ ঘৰ

“লেবীৰ বাসভৱন”

অনেক কৰতোলা আৰু পাপীলোকে যীচু আৰু তেওঁৰ শিষ্যসকলৰ লগত ভোজন কৰি আছিল, কিয়নো তোওঁৰ পাছে পাছে যোৱা লোক অনেক আছিল

“ অনেক কৰতোলা আৰু পাপীলোক, যি সকলে যীচুৰ পাছে পাছে গৈছিল, তেওঁলোক যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজন কৰিছিল”

“তেওঁ কিয় কৰতোলা আৰু পাপীলোকৰ লগত ভোজন কৰিছে”

অধ্যাপক আৰু ফৰীচিসকলে দেখুৱাইছিল যে যীচুৱে যি কৰিছিল, তেওঁলোকে তাত সন্মতি জনোৱা নাই। ( চাওকঃ Rhetorical Question )

সলনি অনুবাদঃ “তেওঁ পাপীলোকৰ লগত আৰু কৰ সংগ্ৰহ কৰোতা মানুহৰ লগত ভোজন

পান কৰা উচিত নহয়” ।

Mark 2:17

তেওঁ তেওঁলোকক কলে

“ তেওঁ ফৰীচি সকলক কলে”

যিবিলাক লোকৰ মজবুত শৰীৰ আছে, তেওঁবিলাকৰ বাবে চিকিdসকৰ প্ৰয়োজন নাই, সিবিলাক লোক ৰুগীয়া, তেওঁলোকৰহে চিকিdসকৰ প্ৰয়োজন আছে

যীচুৱে ইয়াত এটা উপমা দিছে, আৰু ইয়াক পাছৰ বাক্যটোত বনৰ্না কৰিছে। যিবিলাক লোকে নিজকে পাপী বুলি জানে, সোই পাপী সকলৰ নিমিত্তেহে তেওঁ আহিল। যিবিলাকে নিজকে ধাৰ্ম্মিক বুলি গন্য কৰে, তেওঁলোকৰ কাৰণে তেওঁ অহা নাই। (চাওকঃ Metaphor)

মই ধাৰ্ম্মিকক নহয়, কিন্ত্ত পাপীলোককহে নিমন্ত্ৰণ কৰিবলৈ আহিলো।

যিবিলাক লোকে বুজি পায় যে তেওঁলোক পাপী, সেই সকলৰ নিমিত্তেহে মই আহিলো। যিবিলাকে নিজকে নিজে ধাৰ্ম্মক বুলি বিশ্বাস কৰে, তেনে লোকৰ বাবে মই অহা নাই।(চাওকঃIrony)

Mark 2:18-19

বিবাহ

উdসৱত লগৰীয়া বিলাকে, দৰা তেওঁলোকৰ লগত থাকোতে লঘোন দিব পাৰেণে?

যীচুৱে উত্তৰ আশা নকৰা এই প্ৰশ্নটো সুধি তেওঁৰ বত্ৰূোক্তি প্ৰকাশ কৰিছে। “কোনো এজন পৰুষে এগৰাকী তিৰোতা বিয়া কৰিলে, তেওঁৰ বন্ধু বিলাক তেওঁ, তেওঁলোকৰ লগত উপস্থিত থাকোতে, নিশ্চয়ে ভোজন নকৰাকৈ নাথাকিব।” (UDB) (চাওকঃ

Rhetorical Question)

Mark 2:20-22

দৰাজনক আঁতৰাই লৈ যোৱা হব

যীচুৱে তেওঁৰ মৃত্যু আৰু পুনৰুত্থান আৰু স্বৰ্গাৰোহণৰ কথা কৈছে, কিন্ত্ত, যিবিলাকে যীচুক বধ কৰে, বা যিজন ঈশ্বৰে তেওঁক তোলে আৰু স্বৰ্গলৈ নিয়ে, তেওঁলোকে দৰাক আঁতৰাই লৈ নাযায়। আপোনাৰ ভাষাত যদি নায়ক জনৰ নামটো নিদিষ্ট কৰি দিয়াৰ প্ৰয়োজন আছে, গতানুগতিক ভাৱে ইয়াক কৰক। সলনি অনুবাদঃ তেওঁলোকে দৰাক আঁতৰাই লৈ ব বা লোক সমূহে দৰাক আতঁৰাই লৈ যাব বা দৰাজন আতৰি যাব।(চাওকঃ Metaphor and Active or Passive)

তেওঁলোকক.... তেওঁলোকে

বিবাহত উপম্হিত থকা লগৰীয়া সকল

কোনো মানুহে এটা পুৰণি চোলাত এডোখৰ নতুন কাপোৰ চিলাই নকৰে

এডোখৰ নতুন কাপোৰ এটা পুৰণি চোলাত চিলালে বা টাপলি মৰিলে পুৰনি চোলাৰ বিন্ধাটো বা যুটাটো বেছি বেয়াহে কৰিব, কিয়নো নতুন কাপোৰ ডোখৰ এতিয়ালৈকে সস্কুচিত হোৱা নাই। এইটো কৰিলে নতুন কাপোৰ আৰু পুৰনি চোলা দুয়োটাই নষ্ট হব।(চাওকঃ Explicit and

Implicit)

Mark 2:23-24

চোৱা, তেওঁলোকে বিশ্ৰামদিনত বিধিমতে যি কৰিব নাপায়, তাক কিয় কৰিছে

ছোৱা, তেওঁলোকে বিশ্ৰাম বাৰৰ সমৰ্পকে থকা যিহুদী ধৰ্ম্মৰ বিধান ভঈঁ কৰিছে (চাওকঃ Rhetorical

Question)

শস্যৰ থোক চিঙা আৰু ইয়াক খোৱা.... এনে এটা কাম কৰিছে যিটো বিশ্ৰাম কৰে কৰাটো বিধিসঈত নহয়

আনলোকৰ পথৰেত শস্য চিঙা বাবুটলা আৰু তাক থোবাটো চুৰি কাৰ্য্য বুলি গন্য কৰা নাছিল।(চাওকঃ UDB ) প্ৰশ্নটো আছিল বিশ্ৰম কৰে বিধানে অনুমতি নিদিয়া কাৰ্য্যটো কৰিব পাৰেনে?

এইটো

শস্যৰ থোকটো

শস্যৰ থোকটো

এইটো ঘেহুঁ ধানৰ আটাইতকৈ ওপৰৰ অংশ, এবিধ ঘাঁহৰ দৰে। ইয়াত শস্যৰ পূৰঠ অংশ থাকে বা ধান গছৰ কঠীয়াখিনি (বীজ) থাকে।

চোৱা

সলনি অনুবাদঃ মই তোমালোকক যি কবলৈ নৈছো, তালৈ মনোযোগ দিয়া

Mark 2:25-26

যীচুৱে অধ্যাপক আৰু ফৰীচি বিলাকক বিশ্ৰাম বাৰৰ বিষয়ে শিক্ষা দিয়াতো অব্যাহত ৰাখিছে।

তোমালোকে এইচোও পঢ়া নাইনে দায়ুদে কি.... তেওঁৰে সৈতে তেওঁ কেনেকৈ গল

যীচুৱে জানিছিল যে অধ্যাপক আৰু ফৰীচি বিলাকে কাহিনীটো পটিছিল। তেওঁ তেওঁলোকক, ইচ্ছাকৃ তভাৱে ভুল অৰ্থ দিবলৈ চেষ্টা কাৰো কাৰনে দোষাৰোপ কৰিছে। সলনি অনুবাদঃ মনত পেলোৱা দায়ুদে কি.... তেওঁৰে সৈতে আৰু কেনেকে তেওঁ গৈছিল বা তোমালোক যদি বুজিলাহেতেন দায়ুদে কি..... তেওঁৰে সৈতে, তোমালোকে জানা যে তেওঁ গৈছিল (চাওকঃ Rhetorical

Question)

আবিয়াথৰ

যিহুদী বিলাকৰ বুৰঞ্জীত থকা দায়ুদৰ শাসন কালত তেওঁ মহাপুৰোহিত বিলাকৰ ভিতৰৰে এজন আছিল।

তেওঁ কেনেকৈ ঈশ্বৰৰ গৃহৰ ভিতৰলৈ গৈছিল

দায়ুদে ঈশ্বৰৰ গৃহৰ ভিতৰত প্ৰৱেশ কৰিছিল(UDB)

Mark 2:27-28

যীচুৱে অধ্যপক আৰু ফৰীছি বিলাকক বিশ্ৰাম বাৰৰ বিষয়ে শিক্ষা দিয়া কাৰ্য্য অব্যাহত ৰাখিছে।

Mark 3

Mark 3:1-2

যীচু নামঘৰৰ ভিতৰলৈ গল

" যীচুৱে নামঘৰত প্ৰবেশ কৰিলে"

এযন শুকাই যোৱা হাতেৰে এজন মানুহ

পঈুঁহাতৰ এজন মানুহ

তেওঁলোকে, তেওঁক সুস্হ কৰিবনে নকৰে তালৈ লক্ষ্য কৰি চাই থাকিল

"ফৰীচি বিলাকে সীচুলৈ লক্ষ্য কৰি তেওঁ শুকানহতীয়া মানুহ জনক সুস্হ কৰিবনে নকৰে, চাই থাকিল"

Mark 3:3-4

উঠা আৰু সকলোৰে মাজত থিয় হোৱা

"উঠা আৰু এই লোক সমূহৰ মাজত থিয় হোৱা।"

এইটো বৈধনে.... কিয়নো লেখকে সংক্ষিপ্ত মনুব্য দিছে যে "তেওঁলোক মনে মনে আছিল," এইটো এনে বুজায় যেন যীচুৱে তেওঁলোকক প্ৰত্যাহবান জনাইছিল আৰু এটা উত্তৰ পাবলৈ আশা কৰিছিল। সলনি অনুবাদঃ "তোমালোকে জনা উচিত বিশ্ৰাম বাবে বেয়া ক ভাল কম কৰিব পায়, প্ৰাণ ৰক্ষা কৰিব লাগেনে, বধ কৰিব নালাগে।"(চাওকঃ Rhetorical Question)

বৈধ

মোচিৰ বিধান অনুযাযী

Mark 3:5-6

তোমাৰ হাতথন মেলি দিয়া

" তোমাৰ হাতখন আগলৈ দিয়া"

যীচুৱে তেওঁৰ হাতখন সুস্থ কৰিলে

"যীচুৱে তেওঁৰ হাতখন সুস্থ কৰিলে" বা "যীচুৱে তেওঁৰ হাতখন আগতে যেনে আছিল, তেনে কৰিলে।"

হেৰোদীয়া সকলৰ লগত পৰামৰ্শ কৰিলে

সলনি অনুবাদঃ "হেৰোদীয়া সকলৰ লগত একগোট হল" বা "হেৰোদীয়া সকলক লগ কৰিলে আৰু তেওঁলোকৰ লগত পৰিকলপনা কৰিলে"

Mark 3:7-8

তেওঁ যি যি কৰিছিল, সেই সকলো শুনিছিল

" যীচুৱে সিদ্ধ কৰা মহd পৰাক্ৰম কাৰ্য্য বিলাকৰ কথা তেওঁ শুনিছিল"

তেওঁলোক তেওঁৰ ওচৰলৈ আছিল

লোক সমূহ, ষীচু ষত আছিল, তলৈ গল।

Mark 3:9-10

তেওঁ শিষ্যসকলক তেওঁৰ বাবে এখন নাও যুগুত কৰিবলৈ কলে।

" সীচুবে তেওঁৰ শিষ্য সকলক কলে, মোৰ বাবে এখন নাও যুভত কৰা।"

লোক সমূহৰ হেঁছা অতি বেছি আছিল

লোক সমূহে তেওঁক সৰ্পশ কৰিবৰ বাবে আগলৈ হেঁচোকিছিল(UDB )

যিসকলৰ যাতনা আছিল, সেই সকলোবেই তেওঁৰ ওপৰত হেঁচা দিছিল

সকলো ৰোগী বিলাকেই তোওঁক স্পৰ্শ কৰিবৰ বাবে চেষ্টা কৰি আগলৈ হেঁচা দিছিল

Mark 3:11-12

সিহঁতে.....সিহঁতে.....সিহঁতক

অশুচি আত্মাৰ কবলত থকা লোক সকলক বুজাইছে।

Mark 3:13-16

যাতে তেওঁলোক তেওঁৰ লগত থাকিবলৈ আৰু তেওঁলোকক তেওঁৰ বাক্য যোষনা কৰিবলৈ পঠাব পাৰে। সাতে তেওঁলোক তেওঁৰে সৈতে থাকিব আৰু তেওঁ তেওঁলোকৰ ঘোষনা কৰিবলৈ পঠাব পাৰে। বা তেওঁৰ লগত থাকিবলৈ আৰু তেওঁৰ কাৰনে সিহঁতক ঘোষনা কৰিবৰ বাবে পঠাবলৈ(UDB)

Mark 3:17-19

থদ্দেয়

(চাওকঃ নাম অনুবাদ)

Mark 3:20-22

তাত পুনৰায় লোক সমূহ ইমান বেছিকৈ গোট খালে যে তেওঁলোকে ভোজন কৰিব নোৱাৰিলে।

"পুনৰায় ইমান মানুহ গোট খালে যে তেওঁলোকে ভোজন কৰিবলৈ সময় নাপালে" বা "পুনৰায় এটা বহুত মানুহৰ জুম, তেওঁ যত আছিল,তাত গোট খালে। অনেক মানুহে তেওঁৰ চাৰিওফালে জুম পাতি ধৰিলে। তেওঁ আৰু তেওঁৰ শিষ্য বিলাকৰ আনকি ভোজন কৰিবলে ও সময় নহল"(UDB)।

সিহঁতে তেওঁক ধৰিবলৈ ওলাই গল

তেওঁৰ পৰিয়ালৰ মানুহবিলাকে ঘৰটোলৈ গল যাতে তেওঁলোকে তেওঁক ধৰিব পাৰে, আৰু বল পূবৰ্বক ভাৱে তেওঁলোকৰ লগতে তেওঁক ঘৰলৈ লৈ যাব পাৰে।

Mark 3:23-30

চয়তানে কেনেকৈ চয়তানক খেদাব পাৰে

চয়তানে নিজকে নেখেদায় বা চয়তানে নিজৰ অশুচি আত্মাবিলাকৰ বিৰুদ্ধে যুজঁ নকৰিব।(চাওকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)

Mark 3:31-35

তেওঁলোকে তেওঁৰ ওচৰলৈ পঠালে আৰু তেওঁলোকে তেওঁক মাতিলে

"যীচুৰ মাক আৰু ভায়েক বিলাকে কোনো এজনক ভিতৰলৈ পঠিয়াই তেওঁক কবলৈ দিলে যে তেওঁলোক তেওঁৰ বাবে বাহিৰত বাট চাই আছে আৰু তেওঁ ওলাই আহি তেওঁলোকক লগ কৰিব লাগে।"

Mark 4

Mark 4:1-2

আৰু হ্ৰদলৈ ঠেলি দিলে

" আৰু নাখওখন হ্ৰদলৈ ঠেলি দিলে"(চাওকঃExplicit and Implicit)

তেওঁ ইয়াত বহিল

" তেওঁ নাৱত বহিল"

Mark 4:3-5

যীচুৱে এটা দৃষ্টান্তটো কবলৈ আৰম্ভ কৰিলে।

Mark 4:6-7

যীচুৱে দৃষ্টান্তটো কোৱাত অব্যাহত ৰাখিলে।

সিবিলাক ডেই পুৰিল

" সিবিলাক জ্বলি গল"

Mark 4:8-9

যীচুৱে দৃষ্টান্তটো কোৱাত অব্যাহত ৰাখিলে।

যাৰ কাণ আছে, সি শুনক

যিজনে মনোযোগদি শুণে, তেওঁ এই দৃষ্টান্তটোৰ অৰ্থ বুজি পাব। (চাওকঃ উপমা)

Mark 4:10-12

যীচুৱে দৃষ্টান্তটো কৈ এইমাত্ৰ শেষ কৰিলে।

তোমালোকলৈ দিয়া হৈছে

" ঈশ্বৰে তোমালোকক দিলে বা মই তোমালোকক দিছো" ( চাওকঃ Active or Passive)

তেওঁলোকে চায়, কিন্ত দেখা নাপায়

" তেওঁলোকে চায়, কিন্ত বুজিবলৈ অস্বীকাৰ কৰে বা তেওঁলোকে দেখে, কিন্ত বুজি নাপায়।"

Mark 4:13-15

যীচুৱে দৃষ্টান্ততটোৰ তেওঁৰ শিষ্যসকলক বুজাইছে।

তোমালোকে এই দৃষ্টন্তটিৰ অৰ্থ বুজি পোৱা নাইনে? তেনেহলে কিদৰে বাকী থকা দৃষ্টান্ত বিলাক বুজিবা?

" তোমালোকে যদি এই দৃষ্টান্তটো বুজিবলৈ অসমৰ্থ, তেন্তে তোমালোকে বাকী থকা দৃষ্টবোৰো বুজিবলৈ সমৰ্থ নহবা।"( চাওকঃRhetorical Question )

Mark 4:16-17

যীচুৱে দৃষ্টান্তটো শিষ্য সকলক বাখ্যাকবি বুজাইছে

Mark 4:18-20

যীচুৱে দৃষ্টান্তটো শিষ্য সকলক বুজাইছে

Mark 4:21-23

যীচুৱে দৃষ্টান্তটো বুজাই শেষ কৰিলে। তেওঁ আন এটা দৃষ্টান্ত শিষ্যসকলক

কোৱাত অব্যাহত ৰাখিছে।

তোমালোকে ঘৰৰ ভিতৰলৈ এটা চাকি পাচিৰ তলত থবলৈ বা বিচনাৰ তলত থবলৈ আনানে?

" তোমালোকে নিশ্চয়ে এটা চাকি পাচিৰ তলত বা বিচনাৰ তলত থবলৈ ভিতৰলৈ নানা।" ( চাওকঃ Rhetorical Question)

যিজনৰ শুনিবলৈ কাণ আছে, তেওঁক শুনিবলৈ দিয়া

" যিজনে মনোযোগদি শুণে, তেওঁ এই দৃষ্টান্তটোৰ অৰ্থ বুজি পাব" (৪ঃ৯ পদৰ দৰে)

Mark 4:24-25

যীচুৱে শিষ্যসকলক আন এটা দৃষ্টান্ত কোৱাত অব্যাহত ৰাখিছে।

তোমালোকে যি জোখেৰে জুখিবা, সেই জোখেৰে তোমালোকেও পাবা, আৰু আনকি আৰু অধিক তোমালোকে পাবা

" যিমান ভালদৰে শুনিবা, সিমান অধিক বুদ্ধি ঈশ্বৰে তোমালোকক দিব।"

যিকোনোৱে

" যিকোনোৱে মোৰ বাক্য বুজে" যিকোনোৱে

(চাওকঃExplicit and Implicit)

Mark 4:26-29

যীচুৱে আন এটা দৃষ্টান্ত কোৱাত অব্যাহত ৰাখিছে।

এজন কঠীয়া সিঁচোতা মানুহৰ নিচিনাকৈ

" এজন কঠীয়া সিঁচোতা খেতিয়কৰ নিচিনাকৈ"

কাঁচি

ভাজলগা ধাৰ থকা কটাৰী বা শস্যকাটিবৰ বাবে ব্যৱহাৰ কৰা চোকা আঁকোৰা কটাৰী।

Mark 4:30-32

যীচুৱে আন এটা দৃষ্টান্ত কোৱাত অব্যাহত ৰাখিছে।

কিহৰ লগত আমি ঈশ্বৰৰ ৰাজ্যৰ তলুনা দিম আৰু ইযাক বুজাবৰ বাবে কি দৃষ্টান্ত আমি ব্যৱহাৰ কৰিব পাৰো

"এই দৃষ্টানুটিৰে ঈশ্বৰৰ ৰাজ্য কেনেকুৱা তাক মই বুজাব পাৰো।"(চাওকঃRhetorical

Question)

Mark 4:33-37

তেওঁলোকে যিমান খিনি শুনিবলৈ সমৰ্থ হল

" তেওঁলোকে যিমানখিনি বুজিব পাৰিলে"

Mark 4:38-39

যীচু আৰু তেওঁৰ শিষ্য সকলে হ্ৰদটো পাৰহৈ যোৱাৰ সময়তে এটা উন্মও ধুমুহা আহিল।

আমিযে মৰিবলৈ লৈছো তালৈ আপুনি চিন্তা নকৰেনে?

"আপুনি এই অৱসাটোলৈ মনোযোগ দিয়া উচিত, আমি সকলোৱোই মৰো মৰো ৰৈছো। (চাওকঃ Rhetorical Question)

আমি মৰো মৰো হৈছো

" আমি'' শব্দটোৱে শিষ্য সকলক আৰু যীচুক বুজাইছে।( চাওকঃ Exclusive)

ভdসনা কৰা

" তিৰস্কাৰ কৰা" বা কঠোৰ ভাৱে সকিয়াই দিয়া, ডবিয়ালে।

শান্তি, থিৰে থাকা

" শান্তি" আৰু "থিৰে থাকা" একে অৰ্থকে বুজায়।

Mark 4:40-41

যীচু আৰু তেওঁৰ শিষ্য সকলে হ্ৰদটো পাৰহৈ মোৱাৰ সময়ৰে এটা উন্মও ধুমুহা আছিল।

তোমালোকে কিয় ভয় থাইছা

" তোমালোক ইমান ভয়াতুৰ হোৱাৰ বাবে মই নিৰাশ ইছো।"(চাওকঃRhetorical Question)

পাছে এওঁ নো কোন

" আমি সতৰ্ক তাৰে চিনুা কৰা উচিত এই মানুহজন নো কোন।"(চাওকঃRhetorical Question)

Mark 5

Mark 5:3-6

তেওঁৰ ভৰিত শিকলি

তেওঁৰ ভৰিত লোহাৰ শিকলি

তাক বশ কৰ

" তাক নিয়ন্ত্ৰন কৰ"

Mark 5:7-8

সি চিঞৰি কলে," অশুচি আত্মাই চিঞৰি কলে"

আপোনাৰ লগত মোৰ কি কাম সলনি অনুবাদঃ "আপোনাৰ লগত মোৰ কোনো কাম নাই" (চাওকঃRhetorical Question) )

মোক যন্ত্ৰনা নিদিব

" মোক নিৰ্যাতন নিদিব"(UDB )

Mark 5:9-10

সি তেওঁক কলে," মোৰ নাম সৈন্য বাহিনী, কিয়নো আমি অনেক।"

মানুজনৰ ভিতৰত সোমাই থকা আত্মাবিলাকে যীচুক কলে, যে এই মানুহ জনত কেবল এটা অশুচি আত্মাই নহয, কিন্ত অনেক অশুচি আত্মা আছে।(চাওকঃExplicit and Implicit)

Mark 5:11-13

তেওঁ সিহঁতক অনুমতি দিলো

যীচুৱে অশুচি আত্মা বোৰক অনুমতি দিলে।

প্ৰায় দুহেজাৰ গাহৰি

প্ৰায় ২০০০ গাহৰি(চাওকঃ Translate Numbers)

Mark 5:14-15

তেওঁৰ সুম্হিৰ মনত

"স্বাভাৱিক মনৰ"

Mark 5:16-17

যিজন মানুহ ভুতৰ দ্বাৰা নিয়ন্ত্ৰিন আছিল আছিল

"যিজন মানুহক ভুত বিলাকে নিয়ন্ত্ৰন কৰিছিল"

Mark 5:18-24

দিকাপলি

গাগীল সাগৰৰ দক্ষিনপূবলৈ এটা অঞ্জল(চাওকঃTranslate Names)

Mark 5:25-29

বাৰ বছৰ ধৰি

১২ বছৰ ধৰি (চাওঁকঃTranslate Nambers)

Mark 5:30-32

আৰু আপুনি কৈছে," মোক কোনে চুলে?" সলনি অনুবাদঃ "আমি শুনি আচৰিত হৈছো যে আপুনি কৈছে কোনোবাই আপোনাক চুলে" (চাওকঃ Rhetorical Question)

Mark 5:33-34

পুত্ৰী

যীচুৱে এই প্ৰকাশভঈিঁ আলংকাৰিক হিচাবে ব্যৱহাৰ কৰিছে আৰু ইয়াৰ দ্বাৰা তিৰোতা গৰাকীক বিশ্বাসীৰূপে দেখুবাইছে।

Mark 5:35

গুৰুক আৰু কিয় কষ্ট দিয়া?

সলনি অনুবাদঃ "আমি গুৰুক আৰু আমনি কৰা উচিত নহয়"(চাওকঃ Rhetorical Question)

Mark 5:36-38

কোনে শোকত কান্দিছে

"কোনে দুখত বিনাইছে।"

Mark 5:39-40

তোমালোক কিয় বিচলিত হৈছা আৰু তোমালোক কিয় কান্দিছা? সলনি অনুবাদঃ "তোমালোক বিচলিত হব নালাগে আৰু কান্দিবও নালাগে"(চাওকঃ Rhetorical Question)

Mark 5:41-43

তাইৰ বয়স বাৰ বছৰ হৈছিল

তাই ১২ বছৰ বয়সৰ আছিল।(চাওকঃTranslate Numbers)

তেওঁ তেওঁলোকক দৃঢ় ভাবে আজ্ঞা দিলে

" তেওঁ কঠোৰভাৱে তেওঁলোকক কলে"

Mark 6

Mark 6:1-3

এইজনেই বাঢ়ৈ জন নহয়নে, মৰিয়মৰ পুত্ৰ, আৰু যাকোব, যোচি, আৰু সিহুদা, আৰু চিমোনৰ ককায়েক নহয়নে? তেওঁৰ ভনীয়েক বিলাকো ইয়াতে আমাৰ লগত নাইনে?

তেওঁ এজন সাধাৰন বাঢ়ৈ আমি তেওঁক আৰু তেওঁৰ পৰিয়ালকো জানো। আমি তেওঁৰ মাক মৰিয়মক জানো। আমি তেওঁৰ ভায়েক বিলাকক যাকেব, যোচি, যিহুদা আৰু চিমোনক আৰু তেওঁৰ ভনীয়েক বিলাকো ইয়াত আমাৰ লগতে থাকে।" (UDB) এইটো উত্তৰ আশা নকৰা এটা প্ৰশ্ন। ইয়াৰ জড়িয়তে সন্দেহ উখাপন কৰিছে যে কেনেকৈ যীচুৱে এই সকলোবোৰ কাম কৰিবলৈ সমৰ্থ হল।(চাওকঃ Rhetorical Question ) (চাওঁকঃ Translate Names) )

Mark 6:4-6

এজন ভাৱবাদী মৰ্ম্যাদাহীন নহয় কেৱল

এইচো নিশ্চিতভাবে সত্য যে মানুহ বিলাকে মোক আৰু আন ভাৱবাদী সকলক আন আন ঠাইত সমাদৰ কৰে, কিন্ত আমাৰ আপোন নগৰত নহয়। আনকি আমাৰ সম্বন্ধীয় আৰু যিবিলাক মানুহ আমাৰ আপোন ঘৰত বাস কৰে তেওঁলোকেও আমাক সমাদৰ নকৰে। (UDB) (চাওকঃLitotes )

Mark 6:7-9

দুজন দুজনকৈ

"২ জন ২ জনকৈ" বা "যোৰ কৈ" (চাওকঃ Active/Passive )

দুটা চোলা নিপিন্ধিবা

"অতিৰিক্ত এটা চোলা নলবা"

Mark 6:10-13

তোমালোকে এৰি নোযোৱা মানে তাতে ধাকিবা

" চহৰখন এৰি নোযোৱা মানে তোমালোকে সেই ঘৰটোতে থাকিবা"

Mark 6:14-15

যোহন দীক্ষাগুৰুক তোলা হল

" ঈশ্বৰে যোহন দীক্ষাগুৰুক তুলিলে" (চাওকঃ Active/Passive )

Mark 6:16-17

তেওঁৰ ভাই ফিলিপৰ ভাৰ্য্যা

তেওঁৰ ভাই ফিলিপৰ ভাৰ্য্যা (চাওকঃ Translate Names )

তাই নিজকে বিৰুদ্ধে লগালে্

"ইয়াক বিৰোধ কৰিলে"

Mark 6:18-22

তাই নিজকে বিৰুদ্ধে লগালে

ইয়াক বিৰোধ কৰিলে

তেওঁ বৰ বিবুদ্ধিত পৰিল

তেওঁ কিংকতৰ্ব্য বিমুঢ় হৈ পৰিল

Mark 6:23-25

এখন থালত

ডাঙৰ কাঁহীৰ দৰে এটা পাত্ৰত

Mark 6:26-36

তেওঁৰ শপতৰ কাৰণে, আৰু তেওঁৰ অতিথি বৰ্গৰ কাৰণে,

কিয়নো তেওঁৰ অতিথিবৰ্গই তেওঁক প্ৰতিশ্ৰুতি দিয়া শুনিছিল,

এখন থালত

ডাঙৰ কাঁহীৰ দৰে এটা পাত্ৰত

Mark 6:37-38

পাঁচটা পাওৰুটি আৰু দুটা মাছ

৫টা পাওৰুটি আৰু ২টা মাছ (চাওকঃ Translate Numbers )

Mark 6:39-41

শশকৈ আৰু পঞ্চাশ পঞ্চাশকৈ

" ১০০ৰ ওচৰা উচৰি আৰু ৫০ ৰ ওচৰা

উচৰি" (চাওকঃ Translate Numbers )

পাঁচটা পাওৰুটি আৰু দুটা মাছ

৫ টা পাওৰুটি আৰু ২টা মাছ (চাওকঃ Translate Numbers )

দুটা মাছ

" ২টা মাছ" (চাওকঃ Translate Numbers )

Mark 6:42-44

বাৰটা পাচি

"১২টা পাচি" (চাওকঃ Translate Numbers )

পাঁচ হাজাৰ মানুহ

সলনি অনুবাদঃ "৫০০০ পুৰুষ আৰু তেওঁলোকৰ পৰিয়াল সমূহ" (চাওকঃ Translate Numbers )

Mark 6:45-50

বৈ....... চৈদা

গালীল সাগৰৰ উত্তৰ উপকূলত অৱস্থিত এখন নগৰ। (চাওকঃ Translate Names )

Mark 6:51-52

তেওঁলোকৰ মনবোৰ বুজিবলৈ লেহেম আছিল

" তেওঁলোকে বুজা উচিত আছিল যে তেওঁ কিমান শক্তিশালী, কিন্ত তেওঁলোকে বুজিব নোৱাৰিলে।"

Mark 6:53-55

চাঙি বিলাক

কঠবিলাক (ইয়াত উঠাই) মানুহ কঢ়িয়াই নিবৰ বাবে

Mark 6:56

তেওঁৰ কাপোৰৰ দহি

তেওঁৰ কাপোৰৰ দাঁতি, আগ বা তেওঁৰ পোছাকৰ দাঁতি বা আগডোখৰ

Mark 7

Mark 7:2-4

তামৰ পাত্ৰবিলাক, আৰু আনকি আহাৰ গ্ৰহণ কৰা মেজবোৰ

ভোজন কৰোতে, যিহুদী বিলাকে এইটো সময়ত ভেজাদি আশ্ৰয় লয়। সলনি অনুবাদঃ"পাত্ৰবিলাক, আৰু আনকি আহাৰ গ্ৰহণ কৰা আসনবোৰ"

Mark 7:5

তোমাৰ শিষ্যসকলে, জ্যেষ্ঠ সকলে পুৰুষে পুৰুষে চলি অহা ৰীতি কিয় মানি নচলে, কিয়নো তেওঁলোকে নোধোৱা হাতেৰে তেওঁলোকৰ আহাৰ ভোজন কৰে?

তোমাৰ শিষ্যসকলে, আমাৰ জ্যেষ্ঠসকলৰ পৰম্পৰা অমান্য কৰে।তেওঁলোকে আমাৰ আনুষ্ঠানিক ধৰ্ম্মীয় নীতি

নিয়মবোৰ মানি চলি তেওঁলোকৰ হাতবোৱা উচিত। (চাওকঃRhetorical Question)

পাওৰুটি

আহাৰ

Mark 7:6-7

তেওঁলোক কপটীয়া বিলাকৰ বিষয়ে যিচয়াই ভবিষ্যদ্বাণী কৰিছিল, তেওঁ লিখিছিল, এই বাক্যবোৰে যিচয়া ২৯ঃ১৩

১৪ পৰা উদ্ধৃত।

Mark 7:8-10

দৃঢ়ভাৱে

সবলভাৱে

িকোনোৱে কু কথা কয়

যিকোনোৱে শাওদিয়ে

Mark 7:11-13

যি সহায় তুমি মোৰ পৰা পলোহেতে, তাক কোৰ্বান অৰ্থাত্ আগ কৰা হল

অধ্যাপক সকলৰ পৰম্পৰা মতে এবাৰ টকা বা আন বস্ত্ত মন্দিৰলৈ অঙ্গীকাৰ কৰিলে, সিবিলাকক আন উদ্দেশেৰে ব্যৱহাৰ কৰিব নোৱাৰিব।

কোৰ্বান

লেখকে পঢ়ৱৈ সকলক এই শব্দটো কেনে ধ্বনি কৰে তাক জনাটো বিচাৰে। সেইবাবে এইটো নিজৰ ভাষাৰ বৰ্ণমালা ব্যৱহাৰ কৰি লিখক, এনে এটা শব্দ যিটো এই শব্দটোৰ নিচিনাই ধ্বনি কৰে।(চাওকঃ Translate

Unknowns) )

Mark 7:14-16

তোমালোকে সকলোৱে মোৰ কথালৈ মনোযোগদি শুণা, আৰু বুজা

মনোযোগদি শুণা আৰু বুজা দুয়োটা শব্দৰ অৰ্থ প্ৰকৃত পক্ষে একে আৰু যীচুৰ দ্বাৰা গুৰুত্ব দিবৰ বাবে ব্যৱহাৰ কৰা হৈছে। (চাওকঃ Doublet)

এইটো ব্যক্তিজনৰ পৰা যি ওলাই আছে

ওইটো ব্যক্তিজনৰ অভ্যন্তৰীন অস্তিত্ব বা এইটো ব্যক্তিজনে যি ভাৱে, কয় বা কৰে

১৬পদঃ অনেক পুৰনি বিশেষজ্ঞসকলে এই পাঠটো সন্নিৱিস্ত কৰিছেঃ কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁক শুনিবলৈ দিয়া এই বাক্যাংশ যীচুৱে তেওঁৰ ক্ষমতাপন্ন মতবাদৰ লগত সংয়োজন কৰিছে, আৰু প্ৰতিগৰাকী বিশ্বাসী অনুগামীয়ে তেওঁ যি এইমাত্ৰ শিকাই গল, তাক পালন কৰাত শুৰুত্ব অৰ্পন কৰিছে।

Mark 7:17-23

তোমালোকে এতিয়াও নুবুজাকৈ আছানে

সলনি অনুবাদঃ এতিয়ালৈকে মই যি যি কৰিলো আৰু কলো, তোমালোক বুজিপোৱাতো মইআশাকৰো (চাওকঃ Rhetorical Question)

Mark 7:24-26

তললৈ পৰিল

আঠু ললে

জাতিত চুৰফৈনীকীয়া

তাই চিৰিয়াৰ ফৈনীচীয়া নগৰত জন্ম গ্ৰহন কৰিছিল।(চাওকঃ Translate

Names)

Mark 7:27-30

শিশু বিলাকক প্ৰথমে খুউওৱা হওক

শিশুবিলাকেই প্ৰথমে খাব বা মই প্ৰথমে শিশুবিলাকেই খুৱাব লাগিব(চাওকঃ Active or Passive)

সন্তানসকল যিহুদী সকল। সলনি অনুবাদঃ মই প্ৰথমে যিহুদী বিলাকক পৰিচৰ্যা কৰিব লাগিব (চাওকঃ Metaphor )

পাও ৰুটি

আহাৰ, যাদ্যদ্ৰব্য

কুকুৰ বিলাক

পৰজাতি সকল

আনকি মেজৰ তলত থকা কুকুৰবোৰেও শিশুসকলৰ পৰা উফৰি পৰা ৰুটিৰ টোকোৰাবোৰ খাবলৈ পায়

মই এগৰাকী পৰজাতি, এইদৰে, সাধাৰন ভাবে আপুনি মোক পৰিচৰ্যা কৰিব পাৰে(চাওকঃ Metaphor )

টুকুৰাবোৰ

সৰু সৰু ৰুটিৰ টোকোৰাবোৰ

Mark 7:31-32

মাজেদি আছিল

মাজেদি ভ্ৰমন কৰিলে

দিকাপলি

দহখন নগৰ(চাওকঃ UDB ), গালীল সাগৰৰ দক্ষিন পূৰ্বত অৱস্হিত এটা অজ্ঞল (চাওকঃ Translate Names)

যি জন কলা আছিল বা যিজন বধিৰ আছিল

" যি জনৰ শুনা শাক্তি নাছিল"

বাক প্ৰতি বন্ধক আছিল

" স্পষ্টভাৱে কথা কব নোৱাৰিছিল"

Mark 7:33-37

ইফ্ ফাথা

লেখকে এই শব্দটো কিদৰে ধ্বনি হয়, তাক পঢ়ুৱৈ জনে জনাটো বিচাৰিছে। সেই নিমিতে আপোনাৰ ভাষাৰ বৰ্নমালাৰে এইটো লিখক, যিমান সম্তৱ, সিমান ওচৰ

ধবনিৰে।(চাওকঃTranslate Unknowns)

দীৰ্ঘ শ্বাস পেলালে

দীঘলকৈ উশাহ ললে আৰু উলিয়ালে। ইয়াৰ দ্বাৰা, তেওঁযে

সুথী নহয়, তাক দেযুৱালে।

যিটোৱে তেওঁৰ জিভাখন ধৰি ৰাখিছিল, তাৰ পৰা মুকলি কৰা হল

"যীচুৱে তেওঁৰ জিভাখন বন্ধনৰ পৰা মুক্ত কৰিল" বা "তেওঁক যিটোৱে সপষ্টকৈ কথা কোৱাত বাধা দিছিল, যীচুৱে সুস্থ কৰিলে।"

Mark 8

Mark 8:1-4

তিনিদিন

" ৩ দিন" (চাওকঃ Translate Numbers)

তেওঁলোক দুৰ্ব্বল হব

সম্তাব্য অৰ্থ (১) "তেওঁলোক অস্হায়ী ভাৱে সংজ্ঞা হেৰুৱাব পাৰে (মুচ্ছা যাব পাৰে) (২) তেওঁলোক দুৰ্ব্বলহৈ যাব পাৰে" (চাওকঃ Hyperbole)

এনে এখন পৰিত্যক্ত ঠাইত এই লোক বিলাকক পৰিতৃপ্ত কৰিবলৈ আমি ইমান খিনি ৰুটি কত পাম

যীচুৱে তেওঁলোকক আশা কৰিছিন যে তেওঁলোকে প্ৰয়োজনীয় আহাৰ গোটাবলে সমৰ্থবান হব

এই কথা ভাৱি শিষ্য সকলে বিস্ময় প্ৰকাশ কৰিছিল।সলনি অনুবাদঃ এই ঠাইমন ইমান নিৰ্জন যে ইয়াত এনে এটা ঠাই নাই যত আমি এই লোক বিলাকক পৰিতৃপ্ত কৰিবলৈ যথেষ্ট পৰিমানৰ ৰুটি পাম।(UDB )(চাওকঃ Rhetorical Question)

Mark 8:5-6

মাটিত বহক

বহিবলৈ চকী, বেঞ্চ আৰু টেবুল, বা ধৰা, পিৰা নহলে পৰম্পৰা গত ভাবে মানুহে কিদৰে থাবলে বহে, নিজৰ ভাষাৰ শব্দ ব্যৱবাৰ কৰিকওক।

Mark 8:7-10

দলমনুথা

গালীল সাগৰৰ উত্তৰ

দক্ষিন উপকুলত অৱস্হিত এটা অজ্ঞল।(চাওকঃ Translate

Names)

Mark 8:11-13

বিচাৰিলে

পাবলৈ চেষ্টা কৰিলে

দীৰ্য শ্বাস পেলালে

৭ ঃ ৩৪ পদত কিদৰে আপুনি অনুবাদ কৰিলে চাওক।

এই কালৰ মানুহ বিলাক কিয় চিন বিচাৰে

যীচুৱে তেওঁলোকক তিৰস্কাৰ কৰিছে।সলনি অনুবাদঃ এই কালৰ মানুহবিলাকে চিন বিচাৰা উচিত নহয়। (চাওকঃ Rhetorical Question )

এই কালৰ মানুহ বিলাকে বিচাৰে

" তোমালোক সকলোৱে বিচৰা।"

Mark 8:14-15

পহৰা দিয়া আৰু সাৱধান হোৱা

এই দুয়োটা সংঞ্জাই এটা অৰ্থকে বুজায় আৰু ইয়াত গুৰুত্ব দিবৰ বাবে বাৰে বাৰে কোৱা হৈছে।(চাওকঃ Doublet)

ফৰীচিবিলাকৰ খমিৰ আৰু হেৰোদৰ খমিৰ

সলনি অনুবাদঃ "ফৰীচি বিলাকৰ প্ৰৱঞ্চনামূলক উপদেশবোৰ আৰু হেৰোদৰ প্ৰৱঞ্চনামূলক উপদেশবোৰ" (চাওকঃ Metaphor)

Mark 8:16-17

তোমালোকে ৰুটি নোহোৱা বাবে কিয় বিচাৰ

বিবেচনা কৰি আছা

যীচু হতাশ হৈছে কিয়নো তেওঁলোকে বুজা নাই। সলনি অনুবাদঃ" তোমালোকে ভাৱি থকা উচিত নহয় যে মই শৰীৰৰ নিমিতেহে ৰুটিৰ কথা কৈছো।"(চাওকঃ Rhetorical Question)

Mark 8:18-19

তোমালোকৰ চকু আছে, তেমালোকে নেদেখানে তোমালোকৰ কান আছে, তোমালোকে নুশুনানে? তোমালোকৰ মনত নপৰেনে? যীচু হতাশ হৈছে কিয়নো তেওঁলোকে বুজা নাই। সলনি অনুবাদঃ তোমালোকৰ চকু আছে, কিন্ত তোমালোকে যিদেখিছা তাক বুজা নাই। তোমালোকৰ কান আছে, কিন্ত তোমালোকে যি শুনিছা তাক বুজা নাই। তোমালোকে মনত ৰখা উচিত। (চাওকঃRhetorical Question)

Mark 8:20-21

তোমালোকে এতিয়াও বুজা মাইনে

সলনি অনুবাদঃ এতিয়ালৈকে তোমালোকে বুজা উচিত যে মই শাৰীৰিক পিঠাৰ বিষয়ে কোৱা নাই।(চাওকঃ Rhetorical Question and Explicit and Implicit)

Mark 8:22-30

বৈd

চৈদা

জৰ্দান নদীৰ পূবফালৰ এখন নগৰ(চাওকঃ Translate Names)

Mark 8:31-32

মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব, আৰু জ্যেষ্ঠসকল আৰু প্ৰধান পুৰোহিত সকল আৰু অধ্যাপক সকলৰ দ্বাৰা অগ্ৰাহ হব, আৰু হত্যা কৰা হব, আৰু পুনৰায় জীৱনলৈ উঠোৱা হব

সলনি অনুবাদঃ জ্যেষ্ঠসকল, প্ৰধান পুৰোহিত সকল আৰু অধ্যাপকসকলে মানুহৰ পুত্ৰক অগ্ৰাহ কৰিব আৰু তেওঁক হত্যা কৰিব, আৰু ঈশ্বৰে তেওঁক পুনৰ উঠাব (চাওকঃ Active or Passive)

তিনিদিন

৩ দিন (চাওকঃ Translate Numbers )

Mark 8:33-34

যীচুৱে পিতৰৰ অনুযোগৰ উত্তৰ দিছে (৮ঃ৩২)

Mark 8:35-37

যীচুৱে শিষ্যসকলক কাৰণটো কৈছে কিয় তেওঁলোকে নিজকে মৰিবলগীয়া অপৰাধীৰ দৰে ভাৱিব লাগে। (৮ঃ৩৪)

Mark 8:38

যীচুৱে এই মাত্ৰ লোক সমূহক আৰু তেওঁৰ শিষ্যসকলক কলে যে এই জগতৰ যিকোনো বস্ত্ত লাভ কৰাতকৈ তেওঁৰ অনুগামী হোৱাতো কিমান অধিক মূল্যবান।

Mark 9

Mark 9:1-3

যীচুৱে এইমাত্ৰ লোকবিলাকক আৰু তেওঁৰ শিষ্যসকলক তেওঁৰ অনুগামী হোৱাৰ সৰ্স্পকে কৈ আছিল।

অতি উজ্জ্বল ভাৱে জকমকীয়া

অতিমাত্ৰা বগা

পৃথিবীত ধোৱাই বগা কৰিব পাৰে

ব্লীচ

এবিধ ধোৱা কামত ব্যৱহৃত পদাৰ্থ, ইয়াক কাপোৰৰ দাগ গুছাবৰ বাবে আৰু বগা কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। ব্লীচ

এজন ব্যক্তি যিজনে দাগ নাইকীয়া কৰে।

Mark 9:4-6

আতংকিত হল

বৰ শংকিত হল

Mark 9:7-8

যীচুৱে পিতৰ, যাকোব, আৰু যোহনক এটা ওখ পৰ্ব্বতৰ ওপৰলৈ লৈ গল, আৰু তাত যীচুৱে নিজকে উজ্জ্বল বগা বস্ত্ৰেৰে দেখা দিলে।

Mark 9:9-10

যীচুৱে পিতৰ, যকোব, আৰু যোহনক এটা ওখ পৰ্ব্বতৰ ওপৰলৈ লৈ গল, আৰু যত নিজকে উজ্জ্বল বগা মোচি আৰু এলিয়াৰে সৈতে দেখা দিলে।

সেই নিমিত্তে তেওঁলোকে বিষয়টো নিজৰ ভিতৰতে ৰাখিলে

সেই নিমিত্তে তেওঁলোকে এই বিষয়ে, এই ঘটনাটো নেখেখা কোনো ব্যক্তিৰ লগত কথা নাপাতিলে।

মৃতবিলাকৰ পৰা উঠা

মৃত্যুৰ পাছত জী উঠা

Mark 9:11-13

যীচুৱে পিতৰ, যাকোব, আৰু যোহনক এটা ওখ পৰ্ব্বতৰ ওপৰলৈ লৈ গল যত নিজকে মোচি আৰু এলিয়াৰে সৈতে বগা উজ্জ্বল বস্ত্ৰেৰে দেখা দিলে।

এলিয়া প্ৰকৃততে উঠিল...... লোকবিলাকে তেওঁক ঘৃণা কৰিবা

ভৱিষ্যদ্বাণীত কৈছিল যে এলিয়া স্বৰ্গৰ পৰা আকৌ আহিব, তাৰ পাছত মানুহৰ পুত্ৰ, মচীহ আহিব আৰু শাসন কৰিবহি। আন আন ভৱিষ্যদ্বাণীতো কোৱা হৈছিল যে মানুহৰ পুত্ৰই দুখভোগ কৰিব আৰু লোকবিলাকৰ দ্বাৰা তেওঁক ঘৃণা কৰা হব। শিষ্যসকল বিবুধিত পৰিছিল, কেনেকৈ এই দুয়োটা কথা সত্য হব পাৰে।

এলিয়া আহিল

ভৱিষ্যদ্বাণীত প্ৰায় দুগুণ সিদ্ধি হয়।

Mark 9:14-16

যীচুৱে পিতৰ, যাকোব, আৰু যোহনক এটা ওখ পৰ্ব্বতলৈ লৈ গল যত নিজকে উজ্জ্ব বগা বস্ত্ৰেৰে মোচি আৰু এলিয়াৰে সৈতে দেখা দিলে।

যুক্তিতৰ্ক কৰি

আলোচানা কৰি বা বাদানুবাদ বা প্ৰশ্ন কৰি

Mark 9:17-19

যীচুৱে এইমাত্ৰ আহি উপস্থিত হলহি যত তেওঁ আৰু তেওঁৰ আন শিষ্যসকলে বিধান পণ্ডিত সকলৰ সৈতে যুক্তিতৰ্ক কৰি আছিল।

তেওঁৰ পৰা খেদি দিয়া

মোৰ পুত্ৰৰ পৰা ভূতটো খেদাই দিয়া বা ভূতটো খেদি আঁতৰাই পঠিওৱা

তোমালোকক সহিম

তোমালোকক সহ্য কৰিম বা তোমালোকক সহি থাকিম

Mark 9:20-22

লৰাটোৰ বাপেকে এইমাত্ৰ যীচুক কলে যে তেওঁৰ শিষ্যসকলে লৰাটোক সুস্থ কৰিব নোৱাৰিলে।

দয়া কৰক

" কৃপা কৰক" বা "মৰম কৰক"

Mark 9:23-25

যীচুৱে তেওঁক কলে," যদি সমৰ্থ হয়?" সকলো..... "যীচুৱে মানুহজনক সন্দেহক গৰিহণা দিছে। সলনি অনুবাদঃ "যীচুৱে তেওঁক কলে," তুমি সমৰ্থ হয়নে" বুলি তুমি কিয় কৈছা? সকলো কামেই....." বা "যীচুৱে তেওঁ কলে, "তুমি সমৰ্থ হয়নে? এই বুলি তুমি কোৱা উচিত নাছিল, "সকলো কামেই....."(চাওকঃ Rhetorical Question )

Mark 9:26-27

যীচুৱে ভূতটোক এইমাত্ৰ লৰাটোৰ পৰা ওলাই যাবলৈ কলে।

লৰাটোক এজন মৃতলোকৰ দৰে দেখা গৈছিল।

লৰাটো মৰাৰ নিচিনা হল বা লৰাটোক মৰা দেখা গল (চাওকঃ Simile )

Mark 9:28-29

যীচুৱে এইমাত্ৰ ভূতে ধৰা লৰাটোক সুস্থ কৰিলে যিজনক শিষ্য সকলে সুস্থ কৰা নাছিল।

Mark 9:30-32

যীচুৱে ভূতে ধৰা লৰাটোক সুস্থ কৰাৰ পাছত, সেই ঘৰটো এৰি যীচু আৰু তেওঁৰ শিষ্য সকল ওলাই গল

মাজেদি পাৰ হল

মাজেদি গল বা পাৰহৈ গল

তিনি দিন

" ৩ দিন" (চাওকঃTranslate Numbers )

Mark 9:33-37

যীচু আৰু তেওঁৰ শিষ্যসকল এইমাত্ৰ গালীলৰ পৰা আহিল সেই কাৰণে তেওঁ তেওঁলোকক, লোকসমূহ নথকাত, শিকাব পাৰিলে।

Mark 9:38-41

যীচুৱে এইমাত্ৰ শিষ্যসকলক আকৌ কলে যে তেওঁলোকে তেওঁক বিশ্বাস কৰা শিশু সন্তান বিলাকতকৈ নিজকে বেছি গুৰুত্বপূৰ্ণ বুলি ভাৱিব নালাগে।

ভূতবিলাক খেদাবলৈ

ভূতবালাক খেদি পঠিয়াবলৈ

Mark 9:42-44

জাঁত

শস্য ফালিবলৈ বা পিহিবলৈ দুচটা ঘূৰণীয়া শিলেৰে সজা এবিধ যতন।

তুষ্ট কৰিব নোৱাৰা জুই

যিজুই নুমাব নোৱাৰি

৯ঃ৪৪ কোনো কোনো পুৰণি মূল পৈঠত এই পদটো আছে, কিন্ত্ত আন বিলাকত নাই।

Mark 9:45-46

নৰকত পেলোৱা হব

" আৰু ঈশ্বৰৰ দ্বাৰা তোমাক মৰকত দলিয়াই পেলোৱা" (চাওকঃActive or Passive )

৯ঃ৪৬

কোনো কোনো পুৰণি মূল পাঠত এই পদটো আছে, কিন্ত্ত আন বিলাকত নাই।

Mark 9:47-50

সিহঁতৰ পোক

যিবিলাক পোকে সিহঁতৰ মৃত দেহ বিলাকক খায়

Mark 10

Mark 10:1-4

যীচু আৰু তেওঁৰ শিষ্যসকলে এইমাত্ৰ কফুৰ নাহুম এৰি গল।

Mark 10:5-6

তোমালোকৰ কঠিন হৃদয়

" তোমালোকৰ আঁকোৰ গোঁজ মন"

Mark 10:7-16

সেই নিমিত্তে তেওঁলোক আৰু দুজন নহয়, কিন্ত্ত এক দেহ এইটো এটা উপমা। ইয়াৰ দ্বাৰা স্বামী আৰু ভাৰ্য্য ৰৃপে তেওঁলোকৰ নিবিড় দৈহিক মিলনৰ কথা অঙ্কঁন কৰা হৈছে। (চাওকঃ Metaphor)

Mark 10:17-22

তোমালোকে মোক কিয় সd বুলি কোৱা ? সলনি অনুবাদঃ তোমালোকে যত্নেৰে বিবেচনা কৰা উচিত তোমালোকে ইয়াৰ দ্বাৰা কি বুজাব খুজিছা বা নাইবা তোমালোকে বুজাব খুজিছা যে মই ঈশ্বৰ কাৰণ একমাত্ৰ ঈশ্বৰহে সd (চাওকঃRhetorical Question)

Mark 10:23-25

ধনীলোক ঈশ্বৰৰ ৰাজ্যত প্ৰবেশ কৰাতকৈ, বেজীৰ বিন্ধাইদি উট সৰকি যোৱাই সহজ

বেজীৰ বিন্ধাইদি উট সৰকি যোৱাটো অসম্ভৱ কথা। এইটো অতি কঠিন কাম যে ধনীলোকে ঈশ্বৰক তেওঁলোকৰ জীৱন শাসন কৰিবলৈ দিবৰ বাবে মনস্থ কৰিব পাৰিব। (চাওকঃ Hyperbole )

বেজীৰ চকু

দেখাত চকুৰ দৰে বস্ত্ত

" মানে এটা বেজীৰ একেবাৰে ওপৰ ভাগত থকা এটা বিন্ধা।" বা ফুটাটো

Mark 10:26-28

তেন্তে কোনে পৰিত্ৰান পাব পাৰে ঃ "তেতিয়াহলে কোনেও পৰিত্ৰান পাব নোৱাৰে।" (চাওকঃ Rhetorical Question)

Mark 10:29-31

কোনো নাই যিজনে এৰিলে ...... যিজনে নাপাব

যিকোনোৱে এৰিলে ...... পাব। (চাওকঃ Litotes)

মোৰ উদ্দেশ্যে

" মোৰ উপকাৰৰ নিমিত্তে" বা "মোৰ লাভৰ অৰ্থে"

এই পৃথিবী

"এই জীৱন" বা "এই বৰ্ত্তমান যুগত"

আহিব লগীয়া পৃথিবীখনত

"আহিব লগীয়া জীৱনটোত" বা "আহিব লগীয়া যুগটোত"

Mark 10:32-37

মানুহৰ পুত্ৰক শোধাই দিয়া হব

লোক বিলাকে মানুহক পুত্ৰক শোধাই দিব বা লোকবিলাকে মানুহৰ পুত্ৰক হস্তান্তৰ কৰিব দিব (চাওকঃ Active or Passive)

Mark 10:38-40

যাকোব আৰু যোহনে এইমাত্ৰ যীচুক সুধিলে যে তেওঁ যেতিয়া পৃথিবীত ৰাজ্য শাসন কৰিব, তেওঁলোকে তেওঁৰ সোঁহাতে এজন আৰু বাওঁহাতে এজন বহিবলৈ পাবনে।

যি পাত্ৰত মই পান কৰিম

যীচুৱে এই বাক্যাংশৰ জড়িয়তে তেওং অলপতে যি দুখ ভোগ কৰিব লগা হব সেই দুখভোগৰ কথা বুজাইছে। (চাওকঃMetonymy)

মই যি বাপ্তষ্মেৰে বাপ্তাইজিত হম

যীচুৱে এই বাক্যাংশ, তেওঁ অলপতে যি দুখভোগ কৰিব লগীয়া হব, সেই কথা বুজাবলৈ ব্যৱহাৰ কৰিছে। (চাওকঃMetonymy)

Mark 10:41-42

যিবিলাকক শাসনকৰ্ত্তা বুলি বিবেচনা কৰা হয়

"যিবিলাকক শাসনকৰ্ত্তা বুলি ভৱা হয়"

গভীৰ প্ৰভাৱ বিস্তাৰ কৰে

"নিয়ন্ত্ৰণ কৰে" বা "ক্ষমতা চলায়"

ক্ষমতা প্ৰয়োগ কৰে

" ব্যৱহাৰ কৰে"

Mark 10:43-45

মহান হব

সমাদৰ কৰা হয় বা প্ৰশংসা কৰা হয়

যিকোনো ব্যক্তি

যিকোনো এজন

কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰৃষা পাবলৈ নহয়

কিয়নো মানুহৰ পুত্ৰ মানুহৰ দ্বাৰা সেৱা শুশ্ৰৃষা পাবলৈ অহা নাছিল (চাওকঃ Active or Passive )

Mark 10:46-48

যীচু আৰু তেওঁৰ শিষ্যসকল যিৰুচালেমৰ অভিমুখে খোজকাঢ়ি গৈ আছিল

বাৰতীময়

এজন মানুহৰ নাম (চাওকঃ Translate Names)

তীময়

এজন অন্ধ ভিক্ষাৰীৰ নাম (চাওকঃTranslate Names )

Mark 10:49-50

যেতিয়া যীচু আৰু তেওঁৰ শিষ্যসকল যিৰুচালেমৰ অভিমুখে খোজকাঢ়ি গৈ আছিল, যিৰীহো নগৰৰ বাহিৰৰ পৰা অন্ধ মানুহজনে যীচুক আটাহ পাৰি মাতি আছিল।

তেওঁক মাতিবলৈ আজ্ঞা কৰা হল

তেওঁক মাতিবলৈ আনলোকক আজ্ঞা কৰিলে (চাওকঃActive or Passive)

সাহিয়াল হোৱা

" ভয়াতুৰ নহবা"

Mark 10:51-52

যীচু আৰু তেওঁৰ শিষ্যসকল যিৰুচালেমলৈ গৈ আছিল।

দৃষ্টি শক্তি

দেখিবলৈ সমৰ্থ

তdক্ষণাত্

" হঠাত" বা "অকণো পলম নোহোৱাকৈ"

Mark 11

Mark 11:1-16

যীচু আৰু তেওঁৰ শিষ্যবিলাক যিৰুচালেমলৈ গৈ আছিল।

Mark 11:17-19

এনে লিখা নাইনে মোৰ ঘৰকে সকলো জাতিৰ নিমিত্তে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব

শাস্ত্ৰত এনেদৰে লিখা আছে যে ঈশ্বৰে কৈছিল, "মই মোৰ ঘৰক এনে ঘৰ বুলি জনাজাত হোৱাতো বিচাৰো যত সকলো জাতিৰ লোকেই প্ৰাৰ্থনা কৰিব পাৰিব, কিন্ত্ত, তোমালোকে ডকাইত বিলাকে, ইয়াক এটা গুহাৰ দৰে কৰিলা, যত তোমালোকে লুকাই থাকিব পাৰা? তোমালোকে এই কথা জানা।" (চাওকঃRhetorical Question )

Mark 11:20-26

ডিমৰু গছ শিপাই সৈতে শুকাই গল

সলনি অনুবাদঃ ডিমৰু গছজোপা শিপাই সৈতে শুকাই গল আৰু ই মৰিল।

Mark 11:27-28

তুমি কি ক্ষমতাৰে এইবোৰ কৰ্ম্ম কৰিছা

"এইবোৰ কৰ্ম্ম" এই শব্দ কেইটাই যীচুৱে মন্দিৰত বেচোতাৰ টেবুল বিলাক লুটিয়াই পেলোৱা কাৰ্য্য আৰু তেওঁবিলাকে কোৱা আৰু শিকোৱা কথাবোৰৰ বিৰুদ্ধে যি কৈছিল তাক বুজাইছে।

তুমি কি ক্ষমতাৰে এইবোৰ কৰ্ম্ম কৰিছা, আৰু সেইবিলাক কৰিবলৈ তোমাক কোনো ক্ষমতা দিলে

সলনি অনুবাদঃ" এনে কৰ্ম্ম কৰিবলৈ তোমাৰ অধিকাৰ নাই, কিয়নো আমি তোমাক ক্ষমতা দিয়া নাই" (চাওকঃRhetorical Question )

Mark 11:29-33

যোহনৰ বাপ্তিষ্ম, স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল

যদিও যীচুৱে এই প্ৰশ্নৰ উত্তৰ জানিছিল, তেওঁ ধৰ্ম্মীয় নেতা সকলক পৰীক্ষা কৰিবৰ কাৰণে সুধিছিল কিয়নো তেওঁলোকে যীচুক প্ৰশ্ন সুধি আছিল। (চাওকঃ Rhetorical Question )

Mark 12

Mark 12:1-7

দ্ৰাক্ষাবাৰীখন নিদিষ্ট সময়ৰ বাবে চুক্তি কৰি ভাৰাত দিছিল

দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে আঙুৰৰ যত্ন লবলৈ আন মানুহক দায়িত্ব দিছিল।

Mark 12:8-9

সেইবাবে দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব

সলনি অনুবাদঃ দ্ৰাশ্ৰাবাৰীৰ গৰাকীয়ে কি কৰিব মই তোমালোকক কম (চাওকঃ Rhetorical Question )

Mark 12:10-12

তোমালোকে এই শাস্ত্ৰ বাক্য পঢ়া নাইনে

সলনি অনুবাদঃ এতিয়া যত্নেৰে এই বাক্য লৈ মন দিয়া, যি বাক্য তোমালোকে শাস্ত্ৰত পঢ়িছিলা (চাওকঃ Rhetorical Question)

Mark 12:13-19

তোমালোকে মোক কিয়পৰীক্ষা কৰা

মই জানো যে তোমালোকে মোক ভুল কথা কোৱাবলৈ চেষ্টা কৰি আছা, যাতে তোমালোকে মোক দোষাৰোপ কৰিব পাৰা। (চাওকঃ Rhetorical Question)

ডিনৰি

এটা মুদ্ৰা এদিনৰ পাৰিশ্ৰমিক (চাওকঃ biblical money )

Mark 12:20-23

পুনত্থাৰুত যেতিয়া তেওঁলোকে আকৌ উঠিব, তাই কাৰ ভাৰ্য্যা হব

সলনি অনুবাদঃ" পুনৰুত্থানত তেওঁলোক আকৌ উঠিলে, তাইতো সাতজন তাই

ককাইৰ ভাৰ্য্যা হব নোৱাৰিব" (চাওকঃ Rhetorical Question)

Mark 12:24-25

এইটোৱেই তোমালোকৰ ভ্ৰান্তিৰ কাৰণ নহয়নে ..... ঈশ্বৰৰ শক্তি

সলনি অনুবাদঃ তোমালোকৰ ভুল হৈছে কিয়নো .... ঈশ্বৰৰ শক্তি (চাওকঃ Rhetorical Question)

Mark 12:26-29

তেওঁলোকক উঠোৱা হৈছে

ঈশ্বৰে তেওঁলোকক উঠাইছে (চাওকঃ Active or Passive)

Mark 12:30-34

সঁচাকৈয়ে মই তোমালোকক কৈছো

ইয়াৰ দ্বাৰা যীচুৱে গুৰুত্ব আৰোপ কৰিছে যে তেওঁ যি যি কথা তেওঁবিলাকক শিকাইছে, সেই সকলো বিলাক সচাঁকৈয়ে ঘটিব, ঠিক যিদৰে তেওঁ কৈছে সেইদৰেই ঘটিব।

শেষহব

"অনু" হব (চাওকঃEuphemism)

Mark 12:35-40

খ্ৰীষ্ট যে দায়ুদৰ সন্তান ইয়াক অধ্যাপক সকলে কেনেকৈ কয়?

সলনি অনুবাদঃ এই মানুহবিলাক, যি বিলাকে, যিহুদী বিধান শিকায়, তেওঁলোকৰ নিশ্চয়ে ভুল হৈছে, কিয়নো তেওঁলোকে কয় যে খ্ৰীষ্ট কেৱল দায়ুদৰ বংশৰ এজন সাধাৰণ মানুহ। (চাওকঃ )

দায়ুদৰ পুত্ৰ

" পুত্ৰ" শব্দটোৱে বংশধৰক বুজাইছে।

এই নিমিত্তে তেওঁ কেনেকৈ দায়ুদৰ পুত্ৰ হব

সলনি অনুবাদঃ" সেই নিমেত্তে তেওঁ দায়ুদৰ পুত্ৰ হব নোৱাৰে" (চাওকঃ Rhetorical Question)

Mark 12:41-42

দুটা অতি ক্ষুদ্ৰ

" দুটা অতি সৰু মুদ্ৰা"

মুদ্ৰা বিলাকৰ ভিতৰত অতি কমমূল্য থকা মুদ্ৰা (চাওকঃ biblical money)

Mark 12:43-44

সচাকৈয়ে মই তোমালোকক কৈছো

১১ঃ২৩ পদত কিদৰে অনুবাদ কৰিলে চাওক।

দান পাত্ৰ

মন্দিৰৰ বাবে দান সংগ্ৰহ কৰি ৰখা এটা পাত্ৰ

উপচি পৰা

উভৈনদী

দৰিদ্ৰতা

অভাৱ বা ভাল পদাৰ্থৰ অভাৱ

Mark 13

Mark 13:1-6

তুমি এই বৰ বৰ ঘৰবিলাক দেখিছানে

সলনি অনুবাদঃ এই ঘৰবিলাক কিমান ডাঙৰ তুমি চাব পাৰা (চাওকঃRhetorical Question)

Mark 13:7-13

উৰাবাতৰি

বিৰোধ খবৰ বা গুজৱ, জনৰব

Mark 13:14-23

পৰিত্যক্ত ঘৃণণীয় বস্ত্ত

ঘৃণিত মূৰ্তিপূজা বা অশুচি মূল্যহীন

Mark 13:24-34

সূৰ্য্য অন্ধকাৰ ময় হব

ঈশ্বৰে সূৰ্য্যটো অন্ধকাৰ কৰিব (চাওকঃ Active or Passive)

আকাশত থকা পৰাত্ৰূমবোৰ লৰোৱা হব

ঈশ্বৰে আকাশত থকা পৰাত্ৰূবোৰ লৰাব (চাওকঃ Active or Passive)

Mark 13:35-37

ঘৰচীয়া মতা কুকুৰা

সাধাৰনতে, পুৱাতে যিটো চৰায়ে প্ৰথমে মাতে

মতা কুকুৰাৰ ডাক

উচচ কন্ঠৰ ধবনি বা কনী পাৰি উঠি কুকুৰা এজনীয়ে কৰা কক্ কক্ চিঞৰ

Mark 14

Mark 14:3-5

চিমোন কুষ্ঠৰোগী

এই মানুহজনৰ আগতে কুষ্ঠৰোগ আছিল, কিন্ত্ত এতিয়া তেওঁ সুস্হ।

স্ফটিকৰ বা বগা পাথৰৰ টেমা

কোমল, বগা পাথৰ (চাওকঃ Translate Unknowns )

এনে হানিৰ কাৰন কি

সলনি অনুবাদঃ এনে অদিক দামৰ সুগন্ধি দ্ৰব্যৰ হানি কৰাৰ কোনো যুক্তি নাই (চাওকঃRhetorical Question)

এই সুগন্ধি দ্ৰব্য (তেল) বিত্ৰূী কৰিব পৰাহলহেতেন

আমি এই সুগন্ধি তেল বিত্ৰূী কৰিব পাৰিলোহেতেন বা তাই এই সুগন্ধি তেল বিত্ৰূী কৰিব পাৰিলেহেতেন (চাওকঃ Active or Passive)

Mark 14:6-9

তোমালোকে তাইক কিয় মনোকষ্ট দিছা

সলনি অনুবাদঃ তোমালোকে তাইক মনোকষ্ট দিয়া উচিত নহয় (চাওকঃ Rhetorical Question)

Mark 14:10-16

ঈষ্কৰিয়োতীয়া যিহুদা

(চাওকঃ আপুনি কিদৰে নাম অনুবাদত অনুবাদ কৰিলে)

Mark 14:17-25

টেবুলত ভেঁজাদি

দিনৰ মূল আহাৰ বা ভোজনৰ সময়ত, কোমল গাদীযুক্ত চাপৰ টেবুল ৰখাটো এটা বিধি বা নিয়ম আছিল, যত অতিথিসকলে আধা বাগৰি পৰি থাকিব পাৰিছিল।

এটাৰ পাছত এটা

ইয়াৰ অৰ্থ এবাৰত এজনে অৰ্থাত্ এজন এজনকৈ প্ৰতিজন শিষ্যই সুধিলে।

নিশ্চয়কৈ মই নহয়

" নিশ্চয়কৈ তোমাক বন্দী কৰিবলৈ শত্ৰুবোৰক সহায় কৰোতা জন মই নহয়।" (চাওকঃ Rhetorical Question and Explicit and Implicit) )

Mark 14:26-29

স্ত্ততি গীত

স্ত্ততি গীত এবিধ গান। তেওলোকৰ কাৰণে এনে মূৰ্হুওত পুৰণি নিয়মৰ এটি গীত গোৱাতো এক পৰম্পৰা আছিল।

Mark 14:30-34

সঁচাকৈয়ে মই তোমালোকক কৈছো

এইটো মাৰ্ক ১১ঃ২২

২৩ পদত কিদৰে অনুবাদ কৰিলে চাওক।

মোক অস্বীকৰাৰ কৰিবা

" তোমালোকে কবা যে তোমালোকে মোক নাজানা"

Mark 14:35-36

গেত্ চিমানী বাৰীত জৈতুন পৰ্ব্বতৰ ওপৰত যীচুৱে পিতৰ, যাকোব, আৰু যোহনক নিলে আৰু তাতে সজাগহৈ প্ৰাৰ্থনা কৰি থাকিবলৈ কলে।

এই নিৰ্দিষ্ট সময় অতিবাহিত হৈ যাওক

তেওঁ যি দুখভোগ কৰি আছিল তেওঁ যেন তাক সহন কৰিবলৈ সবল হব পাৰে।

" আব্বা" এটা আৰামীয়া শব্দ, শিশু সন্তান সকলে নিজ পিতৃক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰে। ই ওচৰ সম্বন্ধৰ কথা বুজায়। যিহেতু ই ইতিমধ্যে পিতৃ বুলি সম্বোধন কৰিছেই, সেইনিমিত্তে আৰামীয়া

"আব্বা" শব্দটো ৰাখি থোৱাতো প্ৰয়োজনীয় হব। (চাওকঃTranslate Unknowns )

মোৰ পৰা এই পান পাত্ৰ দুৰ কৰা

পান পাত্ৰ মানে ঈশ্বৰৰ ত্ৰূোধৰ কথা বুজাইছে, যিটো যীচুৱে নিশ্চয়কৈ সহন কৰিব লাগিব (চাওকঃ........ ?)

Mark 14:37-39

গেd চিমানীৰ বাৰীত যীচুৱে যিহুদাৰ বাহিৰে আন শিষ্য সকলৰ লগত থকাতো অব্যাহত ৰাখিছে।

আৰু সিহঁতক টোপনিয়াই থকা দেখা পালে

পিতৰ, যাকোব, আৰু যোহনক টোপনিয়াই থকা অৱস্থাত পালে।

চিমোন, তুমি টোপনিয়াই আছানে

চিমোন, মই তোমাক পৰদি থাকিবলৈ কৈছিলো, কিন্ত্ত তুমি টোপনিয়াই আছা (চাওকঃRhetorical Question )

তুমি সজাগহৈ থাকিব নোৱাৰিলা

আনকি তুমি জাগি থাকিব নোৱাৰিলা (চাওকঃ )

আত্মা প্ৰকৃততে ইচ্ছক. কিন্ত্ত শৰীৰ দুৰ্ব্বল

" তোমাৰ মনে যি কৰিবলৈ ইচ্ছা কৰিছে, তোমাৰ শৰীৰটোৱে কৰিব নোৱাৰে"

মাংস

ইয়াত "শৰীৰ"টোক বুজাইছে বা "দেহ"টো (চাওকঃMetonymy )

Mark 14:40-42

গেd তিমানীৰ বাৰী যীচুৱে যিহুদাৰ বাহিৰে আন শিষ্যসকলৰ লগত থকাতো অব্যাহত ৰাখিছে।

তোওঁলোকক টোপনিওৱা পালে

" পিতৰ, যোহন, আৰু যাকোবক টোপনিয়াই থকা পালে।"

তোমালোক এতিয়াও টোপনিয়াই আছানে, আৰু জিৰণি লৈছানে?

সলনি অনুবাদঃ" তোমালোক এতিয়াও টোপনিয়াই আছা! তোমালোকে জিৰণি লৈছা!" (চাওকঃRhetorical Question )

Mark 14:43-46

গেd চিমানীৰ বাৰীত যীচুৱে, যিহুদাৰ বাহিৰে, তেওঁৰ শিষ্য সকলৰ লগত আছিল।

বলেৰে ললে

খামোচ মাৰি ধৰিলে

Mark 14:47-50

প্ৰধান পুৰোহিত, অধ্যাপক, আৰু জ্যেষ্ঠসকলৰ দ্বাৰা পঠিওৱা লোক বিলাকৰ দ্বাৰা গেত্ চিমানীৰ বাৰীত এইমাত্ৰ যীচুক কৰায়ত্ত কৰিলে।

তোমালোকে তৰোৱাল আৰু লাঠীলৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ আহিছানে?

"তোমালোকে তৰোৱাল আৰু লাঠীলৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ আহিছা" (চাওকঃRhetorical

Question)

Mark 14:51-54

প্ৰধান পুৰোহিত, অধ্যাপক, আৰু জ্বেষ্ঠ সকলকৰ দ্বাৰা পঠিওৱা লোক সকলৰ দ্বাৰা গেd চিমানী বাৰীত যীচুক এইমাত্ৰ কৰায়ত্ব কৰা হল।

শন সূতাৰ কাপোৰ

শন গছৰ পৰা ওলোৱা সূতাৰে তৈয়াৰী এখন কাপোৰ।

Mark 14:55-56

প্ৰধান পুৰোহিত, অধ্যাপক, আৰু জ্যেষ্ঠ সকলৰ দ্বাৰা পঠিওৱা লোক বিলাকৰ দ্বাৰা যীচুক গেd চিমানী বাৰীত এইমাত্ৰ কৰায়ও কৰা হল

Mark 14:57-59

যীচুক গ্ৰেপ্তাৰ কৰা হল আৰু যিহুদী সকলৰ মহাপুৰোতিৰ আগলৈ অনা হল।

আমি শুনিলো

" আমি" শব্দটোৱে যীচুৰ বিৰুদ্ধে মিছা সাক্ষ্য অনা সকলৰ কথা বুজাইছে।(চাওকঃExclusive )

Mark 14:60-62

যীচুক গ্ৰেপ্তাৰ কৰা হল আৰু মহা পুৰোহিতৰ আগলৈ অনা হল।

তেওঁলোকৰ মাজত থিয়হল

" প্ৰধান পুৰোহিত, অধ্যাপক, আৰু জ্যেষ্ঠ সকলৰ মাজত থিয় হল।"

মই হওঁ

পুৰনি নিয়মত ঈশ্বৰে নিজকে এইদৰে কৈছিল

Mark 14:63-65

যীচুক গ্ৰেপ্তাৰ কৰা হল আৰু মহা পুৰোহিতৰ আগলৈ অনা হল।

তেওঁৰ কাপোৰ ফালিলে

এইটো এক চুড়ান্ত অৱমাননাৰ চিন, যীচুৱে যিকৈছিল

ঈশ্বৰ নিন্দা বুলি ভৱা হৈছিল,

তেওঁলোক সকলোৱে তেওঁক দোষাৰোপ কৰিলে

পৰিষদ বা মন্ত্ৰনা সভাৰ সকলোৱে যীচুক দোষাৰোপ কৰিলে।

Mark 14:66-68

যীচুক গ্ৰেপ্তাৰ কৰা হল আৰু মহা পুৰোহিতৰ আগলৈ অনাহল।

Mark 14:69-70

পিতৰে ইতিমধ্যে এবাৰ যীচুৰ লগত থকা কথাটো অম্বীকাৰ কৰিলে।

সিহঁতৰ মাজৰ এজন

শিষ্যবিলাকৰ মাজৰ এজন

Mark 14:71-72

পিতৰে সৈতে জুইৰ উমলৈ থকা লোক সকলে পিতৰক কলেযে তেওঁও যীচুৰ লগত আছিল।

আৰু তেওঁ ভাঙি পৰিল

তেওঁ "ভাঙি পৰিল" বুলি কোৱা মানে অৱস্হা তেওঁ সম্পূৰ্ণৰূপে ধ্বংস হল বা সম্পূৰ্ণৰূপে মনৰ অৱস্থা বিচলিত হল মনত প্ৰচণ্ড আঘাট পালে।

Mark 15

Mark 15:1-8

তুমি এইদৰে কৈছা

তুমি নিজেই এইদৰে কৈছা

Mark 15:9-15

মোকলাই দিলে

" আঁতৰাই পঠিয়ালে" বা ক্ষমা দিলে বা যবলৈ দিলে

Mark 15:16-24

শিবিৰ

সৈন্য বা চিপাহী থকা ঘৰ

গোটেই সৈন্যদল

" ডাঙৰ পৰিমান" বা "বৃহd সংথ্যা"

সিহঁতে যীচুক বেঙেনা বৰনীয়া কাপোৰ পিন্ধালে

এইটো উপহাসকৰা বা ইতিকিং কৰা কাৰ্য্য। বেঙেনা বৰনীয়া

এই ৰং ৰাজ পদত অভিষেক কৰা ব্যক্তিক দিয়া হয়, যীচুক এনেধৰণৰ কাপোৰ পিন্ধোৱাৰ দ্বাৰাই" এওঁ যিহুদী বিলাকৰ ৰজা" বুলি সিহঁতে ইতিকিং কৰিছিল।

সিহঁতে তেওঁক নমস্কাৰ কৰিবলৈ ধৰিলে, আৰু কলে," হে যিহুদী বিলাকৰ ৰজা" এই বুলি সম্বোধন কৰিলে

আকৌ, সৈন্যসমূহে ইতিকিং কৰিছিল, কিয়নো সিহঁতে যীচুক যিহুদীবিনাকৰ ৰজা বুনি বিশ্বাস কৰা নাছিল।(চাওকঃIrony)

Mark 15:25-35

ডকাইত সমুহ

অস্ত্ৰেৰে সজ্জিত চোৰবিনাক

Mark 15:36-38

টেঙা সুৰা

ভিনেগাৰ (টেঙেচি টেঙেচি সোৱাদযুক্ত)

মন্দিৰৰ আঁৰ কাপোৰ দীঘলে দীঘলে ফাটি দুভাগ হল

ঈশ্বৰে মন্দিৰৰ আঁৰ কাপোৰ দীঘলে দীঘলে দুভাগ কৰি ফালিলে।(চাওকঃActive or Passive )

Mark 15:39-44

চালোমী

(চাওকঃTranslate Names )

Mark 15:45-47

এটা কবৰ যিটো আগতেই খান্দি উলিওৱা হৈছিল

“এটা কবৰ যিটো কোনোবা এজনে আগতেই খান্দি ৰাখিছিল” (চাওকঃActive or Passive )

শন সূতাৰ কাপোৰ

শন গছৰ পৰা উলিওৱা সূতাৰে তৈয়াৰী এজন কাপোৰ (চাওকঃ আপুনি কিদৰে

১৪ঃ ৫১

৫২ পদত অনুবাদ কৰিলে)

যত যীচুৰ শৰীৰটো ৰখা হৈছিল

“যত যোচেফে আৰু আন লোক বিলাকে যীচুৰ শৰীৰটো বা দেহটো ৰাখিলে” (চাওকঃActive or Passive )

Mark 16

Mark 16:3-4

কবৰ, সমাধি, কবৰস্হান

Mark 16:5-8

তেওঁ উঠিল

“ মৃত্যুৰ পৰা উঠিল” বা “ঈশ্বৰে তেওঁক মৃত্যুৰ পৰা উঠালে” বা “তেওঁ নিজেই মৃত্যুৰ পৰা উঠিল”। (চাওকঃ Active or Passive)

Mark 16:9-20

সপ্তাহৰ প্ৰথমদিনা

“ দেওবাৰে”