2 Thessalonians
2 Thessalonians 1
2 Thessalonians 1:1-2
তোমালোক
“তোমালোক” ইয়াৰ দ্বাৰাই থিচলনীকীয়া মণ্ডলীৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of You)
চীলভানাচ
“চীলভানাচ” হৈছে “চীল” ৰ লেটিন উচ্চাৰণ। পাঁচনিৰকৰ্ম পৌলৰ লগত যোৱা চীলৰ কথাকে ইয়াত কোৱা হৈছে।
2 Thessalonians 1:3-5
আমি বিলাকে
“আমি” ইয়াৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ৰ কথা কোৱা হৈছে, কিন্তু থিচলনীকীয়াৰ লোকসকলৰ কথা কোৱা হোৱা নাই।(চাওঁকঃ Exclusive)
সদায় ঈশ্বৰক ধন্যবাদ দিয়া
“ঈশ্বৰৰ প্ৰায়ে ধন্যবাদ দিয়া”(চাওঁকঃ Hyperbole)
কিয়নো এয়ে উপযুক্ত
“কিয়নো এনে কৰাটো উত্তম” বা “কিয়নো এয়ে উত্তম”
পৰস্পৰৰ প্ৰতি
“তোমালোকৰ লগৰ বিশ্বাসী সকলৰ বাবে”
তোমালোকে
ইয়াৰ দ্বাৰাই থিচলনীকীয়াৰ বিশ্বাসী সকলৰ বাবে।(চাওঁকঃ Forms of You)
আমি নিজে
“আমি নিজে” এই বাক্যশাৰী পৌলে নিজকে গৌৱৰাম্বিত কৰিবৰ বাবে ব্যৱহাৰ কৰিছে। কিছুমান অনুবাদঃ কেৱল “আমি” বুলি ব্যৱহাৰ কৰা হৈছে।
তাড়ণা আৰু ক্লেশ এই দুয়োটা শব্দই একে অৰ্থত ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ যোগেদি বিষয়টিৰ গুৰুত্বতা বুজাব বিচৰা হৈছে।(চাওঁকঃ Doublet)
তোমালোক যোগ্যপাত্ৰ বুলি গণিত হবা
ঈশ্বৰে তেওঁৰ ৰাজ্যৰ বাবে তোমালোকক মূল্যবান বুলি গণিত কৰিব।
2 Thessalonians 1:6-8
ঈশ্বৰে যি ন্যায় বিচাৰ কৰিব
“ঈশ্বৰ ন্যায়” বা “ঈশ্বৰৰ শুদ্ধ”
আৰু তোমালোকক বিশ্ৰাম দিয়াই
ইয়াত সংক্ষিপতে প্ৰকাশ কৰা হৈছে “ঈশ্বৰে ওলটাই দিব”। এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি, “পাছে ঈশ্বৰে তোমালোকক বিশ্ৰাম ওলটাই দিব।”(চাওঁকঃ Ellipsis)
পৰাক্ৰম সাধক দূতবিলাকে
ঈশ্বৰৰ শক্তিশালী বাৰ্তাবাহক সকলে
জলন্ত অগ্নিত – “তাৰ পিছত জলন্ত অগ্নিৰ দ্বাৰাই তেওঁ শাস্তি বিহিব”(UDB) বা “প্ৰভু যীচুৱে জলন্ত জুইৰ দ্বাৰাই শাস্তি বিহিব।”
2 Thessalonians 1:9-10
তেওঁবিলাকে ক্লেশ ভুগিব
“শুভবাৰ্তা নমনাবিলাকৰ”
অনন্ত সংহাৰৰূপ
এনে সংহাৰ যত কোনো ধৰণৰ আশা নাই।
যেতিয়া তেওঁ সেই দিনা
প্ৰভুৰ দিনত যেতিয়া যীচু আহিব
নিজৰ পবিত্ৰ লোকবিলাকত গৌৱৰাম্বিত হবলৈ
এই বাক্যশাৰী এনে দৰে কব পাৰি “যীচুৰ বিশ্বাসী সকলে তেওঁক গৌৱৰাম্বিত কৰিব।”(চাওঁকঃ Active or Passive)
বিস্ময়যুক্ত
“আচৰিত হবলৈ” বা “আচৰিত হৈ”
তোমালোকলৈ
থিচলনীকীয়াৰ বিশ্বাসী সকললৈ(চাওঁকঃ Forms of You)
2 Thessalonians 1:11-12
এই বাবে আমিও প্ৰাৰ্থনা কৰিছো
“আমিও প্ৰাৰ্থনা কৰিছো”
আমি – ইয়াৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ক বুজোৱা হৈছে।(চাওঁকঃ Exclusive)
আমি সদায়ে প্ৰাৰ্থনা কৰি আছো
“সঘনাই।”(চাওঁকঃ Hyperbole)
তোমালোক
বহু বচনৰ সকলোবিলাক “তোমালোক” ৰ দ্বাৰাই থিচলনীকীয়া মণ্ডলীৰ বিশ্বাসী সকলক বুজোৱা হৈছে।(চাওঁকঃ Forms of You)
সদগুণলৈ তোমালোকৰ যি সকলো বাঞ্ছা
“তুমি বিচৰা সকলো দিশতে ভাল কৰ্ম কৰিবৰ বাবে তোমাক প্ৰস্তুত কৰা।”(UDB)
যাতে তোমালোকত আমাৰ প্ৰভু যীচুৰ নাম গৌৱৰাম্বিত হয়
“যাতে তোমালোকে আমাৰ প্ৰভু যীচুৰ নাম গৌৱৰাম্বিত কৰিব পাৰা”(চাওঁকঃ Active or Passive)
আৰু তোমালোকো তেওঁত
“আৰু যীচুৱেও যেন তোমালোকক গৌৱৰাম্বিত কৰিব পাৰে”(চাওঁকঃ Ellipsis)(চাওঁকঃ Active or Passive)
আমাৰ ঈশ্বৰ অনুগ্ৰহ অনুসাৰে
“আমাৰ ঈশ্বৰৰ অনুগ্ৰহৰ বাবে”
2 Thessalonians 2
2 Thessalonians 2:1-2
এতিয়া
“এতিয়া” ইয়াৰ দ্বাৰাই বিষয় এটা সলনি হোৱাৰ কথা বুজাইছে।
আমি তোমালোকক এই বিনয় কৰো
“মই তোমালোকক বিনয় কৰো”(UDB)
আমি অনুৰোধ কৰো
“আমি” ইয়াৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ক বুজোৱা হৈছে।(চাওঁকঃ Exclusive)
তোমালোক
ইয়াৰ দ্বাৰাই থিচলনীকীয়াৰ বিশ্বাসী সকলক বুজোৱা হৈছে।(চাওঁকঃ Forms of You)
তোমালোকৰ মন বেগতে অস্থিৰ নহওক
যাতে এই ঘটনা সমূহে তোমালোকৰ মন বেগতে অস্থিৰ নকৰক।(চাওঁকঃ Active or Passive)
আমি কোৱা বাক্যৰ দ্বাৰাই, নাইবা আমি লিখা কোনো পত্ৰৰ দ্বাৰাই
“আমাৰ পৰা অহা কোনো বাক্য বা লিখিত পত্ৰৰ দ্বাৰাই”
বিশ্বাসৰ অৰ্থে
“তোমালোকক কৈছো”
2 Thessalonians 2:3-4
তোমালোকক কোনো ৰূপে ভুলাবলৈ
ইয়াত থিচলনীকীয়াৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of You)
সেয়ে নাহিব
“প্ৰভুৰ দিন নাহিব”
সেই পাপ
পুৰুষ প্ৰকাশিত হব
“আৰু ঈশ্বৰে সেই পাপ পুৰুষক সকলোৰে আগত প্ৰকাশ কৰিব।”(চাওঁকঃ Active or Passive)
বিনাশৰ পুত্ৰ
“যি জনে তেওঁৰ ক্ষমতাৰ ভিতৰৰ থকা সকলোবিলাক ধংস কৰে” বা “ধংসকাৰী।” সি তাৰ পিতৃ চয়তানৰ ইচ্ছা অনুসৰি কৰ্ম কৰে।
সকলো ঈশ্বৰৰ নামধাৰীতকৈ আৰু পূজ্য
পাত্ৰত
“যি সকলোবিলকক মানহে আৰাধনা কৰে”
2 Thessalonians 2:5-7
তোমালোকৰ মনত নপৰে নে
এই প্ৰশ্নটিৰ দ্বাৰাই বিশ্বাসী সকলক পৌলৰ শিক্ষাৰ কথা সোঁৱৰায় দিয়া হৈছে। এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “মই নিশ্চিত যে তোমালোকৰ মনত আছে।”(চাওঁকঃ Rhetorical Question)
তোমালোকে
ইয়াৰ দ্বাৰাই থিচলনীকীয়াৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of You)
এই বিষয় সমূহ
ইয়াৰ দ্বাৰাই যীচু খ্ৰীষ্টৰ পুনৰ আগমন, প্ৰভুৰ দিন, আৰু পাপ
পুৰুষ এই বিষয় সমূহৰ কথা কোৱা হৈছে।
সি তাৰ নিৰূপিত কালত প্ৰকাশিত হবলৈ
“ঈশ্বৰে সেই পাপ
পুৰুষক প্ৰকাশিত কৰাৰ সিদ্ধান্ত নোলোৱা পৰ্য্যন্ত”
অধৰ্ম্মৰ সেই নিগূঢ়
তত্বই
সেই ভয়াবহ গুপুত বিষয় যি মানুহে জানিব পৰা নাই কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাহে তাক জানিব পৰা যায়।
2 Thessalonians 2:8-10
তাৰ পিছত সেই পাপ
পুৰুষক প্ৰকাশিত কৰা হব
“তাৰ পিছত ঈশ্বৰে সেই পাপ
পুৰুষক প্ৰকাশিত কৰিব।” খ্ৰীষ্টাচাৰীৰ আন এক নাম হৈছে পাপ
পুৰুষ।
তেওঁৰ মুখৰ ফুঁৰ দ্বাৰাই
“তেওঁৰ মুখৰ পৰা ওলোৱা বাক্যৰ দ্বাৰাই”
তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰাই লুপ্ত কৰিব
যীচুৰ পুনৰ আগমৰ সময়ত সেই পাপ
পুৰুষক ধংস কৰিব।
চয়তানৰ কাৰ্য্য সাধন কৰাৰ দৰে, বিনাশৰ পাত্ৰ
বিলাকৰ নিমিত্তে তাৰ আগমন
চয়তানৰ সেই পাপ
পুৰুষক সকলো পৰাক্ৰম, আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত কাৰ্য্য কৰিবৰ বাবে শক্তি প্ৰদান কৰিব।
2 Thessalonians 2:11-12
এই কাৰণে
“কিয়নো মানুহ বিলাকে সত্যক প্ৰেম নকৰে”
তেওঁবিলাকে যেন মিছাতে বিশ্বাস কৰে, তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্য্য
সাধন পঠাই দিয়ে
“মানুহ বিলাকে যেন মিছাতে বিশ্বাস কৰে তাৰ বাবে পাপ
পুৰুষক অনুমতি দিছে”
সকলোৱে বিছাৰৰ সন্মূখিন হবৰ বাবে
“পাছে ঈশ্বৰে তেওঁবিলাকৰ বিচাৰ কৰিব”(চাওঁকঃ Active or Passive)
2 Thessalonians 2:13-15
কিন্তু – “কিন্তু” ইয়াক ব্যৱহাৰ কৰাৰ দ্বাৰাই বিষয় সলনি হোৱা বুজাইছে।
সদায় ধন্যবাদ দিয়া আমাৰ কৰ্ত্তব্য
“আমি সঘনাই ধন্যবাদ দিব লাগে।”(চাওঁকঃ Hyperbole)
আমি
“আমি” ইয়াৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ৰ কথা বুজোৱা হৈছে।(চাওঁকঃ Exclusive)
তোমালোক
“তোমালোক” ইয়াৰ দ্বাৰাই থিচলনীকীয়া মণ্ডলীৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of You)
প্ৰভুৰ প্ৰেম
পাত্ৰ ভাইবিলাক
“সেই ভাইবিলাক, কিয়নো প্ৰভুৱে তোমালোকক প্ৰেম কৰে,”(চাওঁকঃ Active or Passive)
আদিৰে পৰা তোমালোকক পৰিত্ৰাণৰ নিমিত্তে মনোনীত কৰিলে
“বিশ্বাস কৰা সকলৰ ভিতৰত প্ৰথম” (UDB)
আত্মাই কৰা পবিত্ৰতাত
“পাছে ঈশ্বৰে তেওঁৰ আত্মাৰ দ্বাৰাই ৰক্ষা কৰিব আৰু তেওঁৰ পৰা পৃথক কৰিব” (UDB)
সত্যতাৰ বিশ্বাসত
“সত্যতাত ভাৰসা কৰা” বা “সত্যতাত সম্পূৰ্ণ নিশ্চয়তা থকা”
ধৰি ৰাখা
ইয়াত খ্ৰীষ্টৰ সম্বন্ধে পৌল আৰু আন আন পাঁচনি সকলে দিয়া শিক্ষা আৰু পত্ৰ সমূহৰ দ্বাৰাই পোৱা শিক্ষা কথা কোৱা হৈছে।
তোমালোকে যি যি শিক্ষা পালা
“আমি যি শিক্ষা তোমালোকক দিলো”(UDB)(চাওঁকঃ Active or Passive)
কথাৰ বা পত্ৰৰ দ্বাৰাই
যি বিলাক আমি ব্যক্তিগত ভাৱে বা লিখিত পত্ৰ দ্বাৰাই তোমালোকক শিক্ষা দিলো।(চাওঁকঃ Explicit and Implicit)
2 Thessalonians 2:16-17
এতিয়া
বিষয় সলনি হোৱাৰ ইংগিত
আমাৰ প্ৰভু...প্ৰেম কৰিলে আৰু দিলে
“আমাৰ” আৰু “আমাক” পৌল আৰু তেওঁৰ দৰ্শক সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Inclusive)
প্ৰভু যীচু খ্ৰীষ্টে নিজে
“নিজে” ইয়াৰ দ্বাৰাই প্ৰভু যীচু খ্ৰীষ্ট, এই বিষয়টোৰ গুৰুত্বতা বুজাব বিচাৰা হৈছে।
তোমালোক
ইয়াৰ দ্বাৰাই থিচলনীকীয়া মণ্ডলীৰ বিশ্বাসী সকলৰ কথা বুজোৱা হৈছে।(চাওঁকঃ Forms of You)
তোমালোকৰ হৃদয়ক সান্তনা আৰু সুস্থিৰ কৰক
“তোমালোকক সান্তনা আৰু শক্তি যোগাওক”
2 Thessalonians 3
2 Thessalonians 3:1-3
শেষতে – বিষয় সলনি হোৱা বুজাইছে
আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰা
“আমাৰ” আৰু “আমি” ইয়াৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ৰ কথা বুজোৱা হৈছে, কিন্তু আন দৰ্শক সকলৰ কথা কোৱা হোৱা নাই।(চাওঁকঃ Exclusive)
ঈশ্বৰৰ বাক্য দ্ৰুত
গতিত প্ৰচাৰিত হয়
যাতে অধিকাংশ লোকে প্ৰভু যীচুৰ বিষয়ে শুনা পায়।
গৌৱৰাম্বিত হয়
যাতে যীচু খ্ৰীষ্ট সম্বন্ধীয় বাৰ্তাক মানুহ বিলাকে সন্মান জনায়।
তোমালোকক...সুস্থিৰ কৰিব
ইয়াত থিচলনীকীয়াৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of You)
আমি যেন ৰক্ষা পাওঁ
“ঈশ্বৰে যাতে আমাৰ ৰক্ষা কৰে” বা “যাতে ঈশ্বৰে আমাক উদ্ধাৰ কৰে”(চাওঁকঃ Active or Passive)
যি জনে তোমালোকক সুস্থিৰ কৰিব
“যি জনে তোমালোকক শক্তি দিব”
দুৰাচাৰী
“দুষ্টলোক, চয়তান।”
2 Thessalonians 3:4-5
প্ৰভুত
“প্ৰভুৰ লগত সংযুক্ত হোৱা” (UDB)
আমি
ইয়াৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ৰ কথা কোৱা হৈছে, আন দৰ্শক সকলৰ কথা কোৱা হোৱা নাই।(চাওঁকঃ Exclusive)
সম্বন্ধে
“তাৰ বিষয়ে”
তোমালোক
“তোমালোক” আৰু “তোমালোকৰ” ইয়াৰ দ্বাৰাই থিচলনীকীয়াৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of ‘You’)
হৃদয়ৰ পথ নিৰ্দশক হওঁক
ইয়াৰ দ্বাৰাই কেৱল শৰীৰ কোনো এটা অংশৰ কথা কোৱা হোৱা নাই কিন্তু বিশ্বাসী সকলৰ কথা কোৱা হৈছে।“তোমালোকৰ হৃদয়ক পৰিচালনা কৰা”(চাওঁকঃ Synecdoche)
2 Thessalonians 3:6-9
এতিয়া
এটা নতুন বিষয় আৰম্ভ হোৱা বুজাইছে।
আমি আদেশ...আমাৰ পৰা
“আমি” আৰু “আমাৰ” ইয়াৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ক বুজোৱা হৈছে।(চাওঁকঃ Exclusive)
তোমালোকক আজ্ঞা কৰিছো...লগ এৰা
“তোমালোকক” ইয়াৰ দ্বাৰাই থিচলনীকীয়াৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of You)
আমি তোমালোকক এই আজ্ঞা কৰিছো
“আমি তোমালোকক এই দায়িত্ব দিওঁ” বা “আমি তোমালোকক আদেশ দিওঁ”
আমাৰ প্ৰভু
“আমাৰ” ইয়াত থিচলনীকীয়াৰ বিশ্বাসী সকলকো অন্তৰ্ভুক্ত কৰা হৈছে।(চাওঁকঃ Inclusive)
কৰ্ম নকৰাকৈ জীয়াই থাকিবলৈ বিচৰা
“এলেহুৱা বা কাম কৰিবলৈ অসন্মত হোৱা”(UDB)
আমাৰ অনুকাৰী হোৱা
“আমাৰ দৰে কাৰ্য্য কৰা”
আমি ৰাতিয়ে দিনে কাম কৰো
“আমি অতি মেহনতেৰে কাম কৰো”(চাওঁকঃ Hyperbole)
ইয়াত যে আমাৰ স্বত্ব নাই এনে নহয়
“আমাৰ স্বত্ব আছে”(চাওঁকঃ Double Negatives)
2 Thessalonians 3:10-12
আমি
ইয়াৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ৰ কথা কোৱা হৈছে, কিন্তু থিচলনীকীয়া সকলৰ কথা কোৱা হোৱা নাই।(চাওঁকঃ Exclusive)
তোমালোক
ইয়াৰ দ্বাৰাই থিচলনীকীয়াৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে(চাওঁকঃ Forms of You)
কোনোৱে এনেয়ে সময় নিয়াইছে
“কোনোৱে অবাবত জীৱন পাৰ কৰিছে” বা “কোনো কোনো এলেহুৱা”
শান্তভাৱে
“নিৰৱ, শান্ত, মৃদু ভাৱে”
2 Thessalonians 3:13-18
কিন্তু
“কিন্তু” এলেহুৱা আৰু মেহনতেৰে কাম কৰা সকলৰ মাজত পাৰ্থক্য দেখুবাৱৰ অৰ্থে।
তোমালোক
থিচলনীকীয়াৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of You)
নিৰুৎসাহ নহবা
মন বেয়া নকৰিবা।(চাওঁকঃ Idiom)
সেই মানুহক চিনি ৰাখা
“ৰাজহুৱা ভাবে সেই মানুজনক চিনাক্ত কৰা”(UDB)।