1 Peter
1 Peter 1
1 Peter 1:1-2
পিতৰ
যীচু খ্ৰীষ্টৰ এগৰাকী পাচনি পিতৰে নিজকে এনেদৰে পৰিচয় দিছে : "যীচু খ্ৰীষ্টৰ পাচনি মই পিতৰে তোমালোকলৈ লিখিছো"।
পন্ত
বৰ্ত্তমাণ সময়ৰ উত্তৰ তুৰ্কী। (চাওক অনুবাদ অজ্ঞাত)
গালাতীয়া
বৰ্ত্তমান সময়ৰ মধ্য তুৰ্কী। (চাওকঃ অনুবাদ অজ্ঞাত)
কাপ্পাদকিয়া
বৰ্ত্তমান সময়ৰ পূব মধ্য তুৰ্কী। (চাওক অনুবাদ অজ্ঞাত)
এচিয়া
বৰ্ত্তমাণ সময়ৰ পশ্চিম মধ্য তুৰ্কী। (চাওক অনুবাদ অজ্ঞাত)
বিথুনিয়া
বৰ্ত্তমান সময়ৰ উত্তৰ পশ্চিম তুৰ্কী (চাওক অনুবাদ অজ্ঞাত)
আগতীয়া জ্ঞান
সম্ভাব্য অৰ্থঃ (১) ঘটনাটো ঘটাৰ আগতেই ঘটিব বুলি জনা (২) পূৰ্বৰ সিদ্ধান্ত(UDB.)।
তেওঁৰ তেজ ছটিওৱা
নিজকে বলি ৰূপে উdসৰ্গ কৰা যীচুৰ তেজৰ কথা কোৱা হৈছে। আৰু মোচিয়ে ইস্ৰায়েল জাতিৰ ওপৰত তেজ ছটিওৱা কথাও বুজাইছে। (চাওকঃ উপমা অলংকাৰ)
তোমালোকলৈ ঈশ্বৰৰ অনুগ্ৰহ হওঁক
" তোমালোকলৈ ঈশ্বৰৰ অনুগ্ৰহ হওঁক" এই শব্দকেইটা যি মানুহ বিলাকলৈ তেওঁ লিখিছে তেওঁলোকৰ সমাজত প্ৰচলিত শুভেচ্ছাবাণী। কিছুমান ভাষাত এই খিনিতে প্ৰচলিত শুভেচ্ছাবানী প্ৰয়োগ কৰাটো অধিক স্বাভাৱিক।
" তুমি" আৰু "তোমাৰ" শব্দই ওপৰত উল্লেখ কৰা ভৌগলিক স্থান সমূহত বসবাস কৰা বিশ্বাসী সকলৰ কথা বুজাইছে।
1 Peter 1:3-5
আমাৰ প্ৰভু যীচুখ্ৰীষ্ট
" আমাৰ" আৰু "আমাক" শব্দকেইটাই কওঁতা পিতৰ, আৰু ইয়াত উল্লিখিত সকলো বিশ্বাসীকেই বুজাইছে।
তেওঁ আমাক এক নতুন জন্ম দিলে
লেখকে আত্মিক জন্মৰ বিষয়ে কৈছে, যিটো কেৱল যীচুৰ দ্বাৰাহে আমাক দিয়া হৈছে। (চাওকঃ উপমা অলংকাৰ) সলনি অনুবাদঃ "তেওঁ আমাক পুনৰ জীৱিত কৰিলে।"
এক উত্তৰাধিকাৰৰ
দৃঢ় বিশ্বাসৰ কাৰণে
আমি জানোযে তেওঁ যি অঙ্গীকাৰ কৰিলে সেইটো তেওঁ আমাৰ বাবে সিদ্ধ কৰিব (UDB)
সংৰক্ষিত
" আমাৰ বাবে বচাই ৰখা হৈছে" বা "আমাৰ বাবে ৰাখি থোৱা হৈছে"। (UDB)
দাগ নথকা
"পাপৰ দ্বাৰা কলংকিত নোহোৱা" বা "পাপে অনিষ্ট কৰিব নোৱাৰে"।
শেষ কালত
" যেতিয়া খ্ৰীষ্ট পৃথিবীলৈ পুনৰ আহিব।"
1 Peter 1:6-7
তোমালোকে এইটোত উল্লাস কৰিছা
"এইটো" শব্দটোৱে ১:৩
৫ পদত উল্লেখ কৰা আৰ্শীবাদ বিলাকৰ কথাকে বুজাইছে। " ঈশ্বৰে যি কৰিলে তাতে তোমালোকে উল্লাস কৰিছা।"
এতিয়া শোক অনুভৱ কৰাটো তোমালোকৰ প্ৰয়োজন হৈ পৰিছে
"এতিয়া এইটো ঠিক আৰু উপযুক্ত যে তোমালোক শোকাকুল হৈ পৰিছা। ।
সেইটো সোনতকৈও অধিক মূল্যবান
"ঈশ্বৰে তোমালোকৰ বিশ্বাসক সোনতকৈও অধিক মূল্য দিয়ে"।
যিটো জুইত নষ্ট হয় যিটোৱে তোমালোকৰ বিশ্বাসৰ পৰীক্ষা কৰিছে। "যদিও সোন জুইৰ দ্বাৰা পৰীক্ষা কৰা হয়, ই চিৰকাল নিটিকে"।
যীচু খ্ৰীষ্টৰ প্ৰকাশিত সময়ত
" যেতিয়া যীচুখ্ৰীষ্ট ঘূৰি আহিব"।
1 Peter 1:8-10
তোমালোকে তেওঁক দেখা নাই
" তোমালোকে নিজ চকুৰে তেওঁক দেখা নাছিলা" বা "তোমালোকে তেওঁক শাৰীৰিকভাৱে পৰ্যবেক্ষন কৰা নাছিলা"। "তোমালোকৰ" ঘটিযোৱা ঘটনা বিলাক
" তোমালোকৰ" শব্দটোৱে ১:১ পদত উল্লিখিত বিশ্বাসী সকলক বুজাইছে।
1 Peter 1:11-12
তেওঁলোকে জানিবলৈ অনুসন্ধান কৰিলে
" তেওঁলোকে জানিবলৈ পৰীক্ষা কৰিলে" বা "তেওঁলোকে এই বিষয়ে তদন্ত কৰিলে"
তেওঁলোক শব্দটোৱে ভাৱবাদী সকলক বুজাইছে।
তেওঁলোকে এই বিষয় বিলাক তেওঁলোকৰ নিজৰ বাবে নহয়, কিন্তু তোমালোকৰ বাবেহে অনুসন্ধান কৰি আছিল
কিছুমান ভাষাত নেতিবাচক শব্দৰ আগত ইতিবাচক শব্দ প্ৰয়োগ কৰাটো অতি স্বতঃফুৰ্তঃ "তেওঁলোকে এই বিষয় বিলাক তোমালোকৰ বাবেহে অনুসন্ধান কৰি আছিল, তেওঁলোকৰ নিজৰ বাবে নহয়।
1 Peter 1:13-14
মনৰ ককালত টঙালি বান্ধ
"তোমাৰ মনক কামৰ বাবে প্ৰস্তুত কৰা।"
কোনোৱে ঢিলা পোচাক পিন্ধিলে, পোচাকজোৰ ভাঁজদি টঙালি দালত সুমুৱাইলৈ কামৰ বাবে প্ৰস্ত্তত হয়। (চাওকঃ উপমা অলংকাৰ
1 Peter 1:15-17
এক মাত্ৰ
"ঈশ্বৰ"
নিৰপেক্ষভাৱে
"ভালদৰে"
তোমালোকৰ ভ্ৰমণৰ কালছোৱা ভক্তিভাৱেৰে অতিবাহিত কৰা
"পৃথিবীত থকা কালত ঈশ্বৰলৈ ভক্তি ৰাখি জীৱন
নিবাস কৰা।"
1 Peter 1:18-19
তোমালোকক মুক্ত কৰা হল
"ঈশ্বৰে তোমালোকক মুক্ত কৰিলে" (চাওকঃ প্ৰত্যক্ষ বা পৰোক্ষ) বা
"ঈশ্বৰে তোমালোকক উদ্ধাৰ কৰিলে"
এটা মেষৰ নিচিনাকৈ
তেওঁক বলিস্বৰূপে উচ্ছৰ্গা কৰা হল
যাতে ঈশ্বৰে তোমালোকৰ পাপসমূহ ক্ষমা কৰে। (চাওক 'স্পষ্ট' আৰু ইংগিত বহন কৰে)
চেকা নলগা আৰু দাগ নথকা
"কোনো খুঁত নথকা, নিঘুনীযা"। ইয়াত একেটা ধাৰণাকে দুই ধৰণে বনৰ্না কৰিছে। (চাওকঃ বিকল্প)
1 Peter 1:20-21
খ্ৰীষ্টক মনোনীত কৰা হল
"ঈশ্বৰে খ্ৰীষ্টক মনোনীত কৰিলে" চাওকঃ (চাওকঃ প্ৰত্যক্ষ আৰু পৰেক্ষ)
তেওঁক তোমালোকলৈ প্ৰকাশ কৰা হল
"ঈশ্বৰ তোমালোকক তেওঁক জানিবলৈ দিলে" (চাওকঃ প্ৰত্যক্ষ আৰু পৰোক্ষ)
জগতখনৰ স্থাপন
"সৃষ্টিৰ আৰম্ভনিতে"
1 Peter 1:22-23
ভাইৰ নিচিনা ভালপোৱা বা মৰম
ই হল বন্ধুবৰ্গ বা সম্বন্ধীয় লোকৰ মাজত থকা স্বাভাৱিক মানৱীয় মৰম বা ভালপোৱা
আন্তৰিক সৰলতাৰে আগ্ৰহেৰে পৰস্পৰক মৰম কৰা "ইজনে সিজনক গভীৰ ভাৱে আৰু আন্তৰিকতাৰে মৰম কৰা"
অক্ষয়
" ক্ষয়িষ্ণু নহয়" বা "স্থায়ী"
1 Peter 1:24-25
তেজ
মঙহ মাত্ৰেই তৃণৰ সদৃশ
"তৃনঘেনেকৈ মৰে, সকলো মানুহ মৰিব" (UDS) (চাওকঃ উপমা)
তাৰ সকলো খ্যতি তৃণৰ ফুলৰ সদৃশ্যঃ
"মানুহৰ সকলো মহানতা বা ক্ষমতা চিৰকাল নিটিকব"(UDB) (চাওকঃ উপমা)
যি বাৰ্তা ঘোষনা কৰা হল
"যি বাৰ্তা আমি ঘোষনা কৰিলো"(চওকঃ প্ৰত্যক্ষ বা পৰোক্ষ)
1 Peter 2
1 Peter 2:1-3
সেই কাৰণে একাষকীয়াকৈ ৰাখা
"সেইকাৰণে যি কাম কৰি আছা, বন্ধ কৰা"
নতুনকৈ জন্ম শিশুবিলাকৰ দৰে
বিশ্বাসী সকলক নতুকৈ জন্মা শিশুবিলাকৰ লগত তুলনা কৰা হৈছে
শিশুবিলাকৰ বৃদ্ধিৰ বাবে গাখীৰ প্ৰয়োজন হয়। (চাওকঃ উপমা আৰু উপমা অলংকাৰ) "
হাবিয়াহ কৰা
"প্ৰৱলভাৱে পাবলৈ বাঞ্ছা কৰা বা "আকাংক্ষা কৰা"
তোমালোকে পৰিত্ৰানত বৃদ্ধি পাব পৰা
"তোমালোকে আত্মিক ভাৱে বৃদ্ধি পাব পাৰা"। "তোমালোকে" এই শব্দটোৱে ১ অধ্যায়ত উল্লেখ কৰা বিশ্বাসী সকলক বুজাইছে।
প্ৰভুয়ে দয়ালু তাৰ যদি তোমালোকে আস্বাদ পালা
"যিহেতু তোমালোকে অভিজ্ঞতা পালাযে প্ৰভুৱে বৰ দয়াৰে তোমালোকলৈ কাৰ্য্য কৰে"(UDB) (চাওকঃ উপমা অলংকাৰ)
1 Peter 2:4-5
যি জনা জীয়া শিল, তেওঁৰ ওচৰলৈ আঁহা
এটা ঘৰৰ ভেঁটিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিলটোৰ লগত যীচুক তুলনা কৰা হৈছে। (চাওকঃ উপমা অলংকাৰ)
মানুহৰ দ্বাৰা অগ্ৰাহ
"কিছুমান মানুহৰ দ্বাৰা অগ্ৰাহ্য" বা অনেক মানুহৰ দ্বাৰা অগ্ৰাহ্য।"
1 Peter 2:6
শাস্ত্ৰই এইদৰে কৈছে
"ঈশ্বৰে তলত দিয়া কথাবিলাক খ্ৰীষ্টৰ বিষয়ে লিখি ৰাখিবলৈ উদগালে"
চোৱা
"মই তোমালোকক কিছু গুৰুতপূৰ্ণ কথা কৈছো" বা "মনোযোগ দি শুনা"! ইয়াত "চোৱা" শব্দটোৱে আহিবলগীয়া এটা আচৰিত বাৰ্তালৈ মনোযোগ দিবৰ বাবে আমাক সজাগ কৰি দিছে।
তোমালোকৰ ভাষাত এইটো কৰাৰ এক উপায় থাকিব পাৰে।
এটা চকুৰ শিল, প্ৰধান আৰু মনোনীত আৰু বহুমূল্য
সলনি অনুবাদঃ "আটাইতকৈ গুৰুত্বপূৰ্ণ চুকৰ শিল" (চাওকঃ Hendiadys)
1 Peter 2:7-8
ঘৰ সজীয়া বিলাকৰ দ্বাৰা যি শিল অগ্ৰাহ্য কৰা হল
"ঘৰ সজীয়া বিলাকে যি শিল অগ্ৰাহ কৰিলে"
এক উজুটি খুউৱা শিল আৰু এক উজুটি খুউৱা ডাঙৰ শিল
এই দুয়োটা খণ্ডবাক্যই একে অৰ্থকে বুজায় আৰু গুৰুত্ব দিবৰ বাবে দুয়োটাকে সংযুক্ত কৰা হৈছে। (চাওকঃ বিকল্প)
1 Peter 2:9-10
তোমালোক এক মনোনীত বংশ
"তোমালোক" শব্দটোৱে খ্ৰীষ্টত বিশ্বাসী সকলক বুজাইছে।
তোমালোকক মাতি আনিলে
" তোমালোকক ওলাই আহিবলৈ আহ্বান কৰিলে" বা " তোমালোকক ঘূৰি আহিবলৈ আহ্বান কৰিলে"
1 Peter 2:11-12
তোমালোকৰ প্ৰাণৰ বিৰুদ্ধে যুদ্ধ
" ঈশ্বৰত তোমালোকৰ যি বিশ্বাস তাক নষ্ট কৰিবলৈ বিচাৰে"
1 Peter 2:13-17
তোমালোকৰ স্বাধীনতাক অপব্যৱহাৰ নকৰিবা
" তোমালোকৰ স্বাধীনতাক সdব্যৱহাৰ কৰা"
দুষ্টতাৰ ঢাকনিৰ দৰে
"বেয়া কাৰ্য সমূহ কৰিবলৈ সুবিধা লোৱা"
(চাওকঃ উপযা অলঙ্কাৰ)
1 Peter 2:18-20
দাস বিলাক
সেই বিশ্বাসী সকল, ঘৰত কাম কৰা ভৃত্য আছিল।
1 Peter 2:21-23
ইয়াৰ নিমিত্তেই তোমালোকক আমন্ত্ৰন কৰা হল
সম্ভাব্য অৰ্থ সমূহঃ (১)" যন্ত্ৰনা ভোগ কৰা সময়ত এনে আচৰণ কৰিব লাগিব, কাৰণ খ্ৰীষ্টও যন্ত্ৰনাৰ সময়ত এনে আচৰণ কৰিছিল।" বা
(২) ঈশ্বৰে তোমালোকক মনোনীত কৰাৰ এটা কাৰণ হল, তোমালোকে যেন তেওঁৰ কাৰণে কষ্টভোগ কৰা
তেওণক নিন্দা কৰা সময়ত, তেওঁ প্ৰতিনিন্দা নকৰিলে
" যেতিয়া মানুহ বিলাকে যীচুক অপমান কৰিলে, তেওঁ তেওঁলোকক ওলোটাই অপমান নকৰিলে।"
1 Peter 2:24-25
তেওঁ নিজে
এইটোৱে যীচুক বুজাইছে, নিজক নিজে, জোৰ দিয়া বুজাবলৈ (চাওকঃ আত্মবাচক সৰ্বনাম)
আমাৰ পাপ সমূহ
" আমাৰ" আৰু "আমি" সম্বন্ধীয় সকলেো ঘটনা বিলাক কওঁতা পিতৰক বুজাইছে আৰু বিশ্বাসী সকলকো সামৰি লোৱা হৈছে।
তেওঁ পোৱা আঘাটৰ দ্বাৰাই তোমালোক সুস্থ হলা।
"খ্ৰীষ্টে পোৱা আঘাটৰ দ্বাৰাই ঈশ্বৰে তোমালোকক সুষ্ঠ কৰিলে ।" )চাওকঃ প্ৰত্যক্ষ আৰু পৰোক্ষ)
তোমালোক সকলোৱেই উদ্দেশ্য বিহীন ভাৱে ভ্ৰমি ফুৰিছিলা
"তোমালোক" শব্দটো ১:১
২৫ পদসমূহত উল্লিখিত বিশ্বাসী সকলৰ কথা বুজাইছে।
তোমালোকৰ আত্মাবোৰৰ প্ৰধান মেষপাল আৰু ৰক্ষক
"যীচুৱে তোমালোকক চলায় আৰু ৰক্ষা কৰে"(চাওকঃ উপমা)
1 Peter 3
1 Peter 3:1-2
পিতৰে বিশ্বাসীসকলৰ আৰু খ্ৰীষ্টৰ যাতনাৰ বিষয়ে এইমাত্ৰ আলোচনা কৰিলে।
এইদৰে, ভাৰ্যাসকল তোমালোকেও নিজ নিজ স্বামীৰ বশীভূত হোৱা উচিত।
"সেইকাৰণে ভাৰ্যাসকল তোমালোকে নিজ নিজ স্বামীৰ বাধ্য হোৱা।"
কিছুমান
"কিছুমান" শব্দটোৱে স্বামী বিলাকক বুজাইছে।
তেওঁলোকে দেখা পাব
"তেওঁলোক" আৰু সিহঁতক" শব্দকেইটাই স্বামীবিলাক বুজাইছে।
1 Peter 3:3-4
পিতৰে এইমাত্ৰ ভাৰ্যাবিলাকক তেওঁলোকৰ নিজৰ নিজৰ স্বামীৰ বাধ্য হবলৈ পৰামৰ্শ দিলে।
এইটো কৰা নহওক
"এইটো" শব্দটোৱে, ভাৰ্যাবিলাকে তেওঁলোকৰ স্বামীবিলাকক সন্মান জনোৱাটো বুজাইছে।
পৰিবৰ্তে আন্তৰিক পুৰুষ
(ইয়াৰ)"পৰিবৰ্তে, আন্তৰিক পুৰুষৰ সৈতে এইটো কৰা হওক" (চাওকঃ "স্পষ্ট" আৰু ইংগিত বহন কৰা)
1 Peter 3:5-6
পিতৰে এইমাত্ৰ ভাৰ্যাবিলাকক তেওঁলোকৰ বিনয়ী আৰু শান্ত আত্মাৰ প্ৰদৰ্শন কৰিবলৈ পৰামৰ্শ দিলে।
তোমালোক এতিয়া তেওঁৰ সন্তান
"তোমালোক" শব্দটোৱে ১ পিতৰ ৩:১
২ পদত উল্লেখ কৰা ভাৰ্যা সকলক বা মহিলা সকলক বুজাইছে।
1 Peter 3:7
পিতৰে এইমাত্ৰ তেওঁলোকৰ স্বামীবিলাকক সৰ্ন্মান জনাবলৈ, ভাৰ্যা বিলাকক পৰামৰ্শ দিলে।
সেই একে দৰেই
"ঠিক যিদৰে তোমালোকৰ ভাৰ্যা বিলাকে তোমালোকক ভক্তি কৰা উচিত"
এইটো কৰা
"এইটো" শব্দটোৱে এইপদটোত স্বামী বিলাকক আজ্ঞা কৰা আচৰণৰ কথা বুজাইছে।
1 Peter 3:8-9
পিতৰে এইমাত্ৰ স্বামী আৰু ভাৰ্যবিলাকক, তেওঁবিলাকৰ প্ৰাৰ্থনাত বাধা নজন্মিবলৈ, পৰস্পৰে কেনে আচৰণ কৰিব লাগে তাৰ পৰামৰ্শ দিলে।
তোমালোক সকলোৱে
আগৰ তিনিটা অংশত, দাসবিলাকক, ভাৰ্যা বিলাকক আৰু স্বামীবিলাকক সম্বোধন কৰিছিল। এই অংশত এই কেউটা দলকে, লগতে আন সকলো বিশ্বাসীকেই সম্বোধন কৰিছে।
অপমান(কৰা)
অমাৰ্জিত কথা বা কাম
বিপৰীত
"বিপৰীত দিশত"
তোমালোকক আমন্ত্ৰণ কৰা হল
"ঈশ্বৰে তোমালোকক আমন্ত্ৰণ কৰিলে" (চাওকঃ প্ৰত্যক্ষ আৰু পৰোক্ষ)
যাতে তোমালোকে আৰ্শীবাদৰ উত্তৰাধিকাৰী হবা
"যাতে ঈশ্বৰে তোমালোকক আশীৰ্বাদ কৰে।"
1 Peter 3:10-12
পিতৰে এইমাত্ৰ সকলো বিশ্বাসীকেই পৰম্পৰে পৰম্পৰক কেনে ব্যৱহাৰ দিব লাগে সেই সম্পৰ্কে পৰামৰ্শ দিলে।
বেয়া কথা কোৱাৰ পৰা তেওঁৰ জিভাক ৰোধ কৰা আৰু ছলনা কথাৰ পৰা তেওঁৰ ওঁঠক ধৰি ৰখা উচিত।
"বেয়া কথা আৰু মিচ্ছা কথা কোৱা বন্ধ কৰক।" (চাওকঃ সলোৱা কাৰ্য)
প্ৰভুৰ মুখ বিপক্ষে
"প্ৰভুৱে বিৰোধিতা কৰে"।(চাওঁকঃ জতুৱা ঠাঁচ)
1 Peter 3:13-14
পিতৰে বিশ্বাসীসকল, কেনেদৰে জীৱন ধাৰণ কৰিব লাগে, পৰামৰ্শ দি আছে।
তোমালোকে যদি উত্তমলৈ বাঞ্ছা কৰা, তেন্তে তোমালোকক কোনে অপকাৰ কৰিব?
তোমালোকে যদি ভালকৰ্ম কৰা, তেন্তে তোমালোকক কোনেও অপকাৰ নকৰিব।" (চাওকঃ উত্তৰ আশা নকৰা আলংকাৰিক প্ৰশ্ন)
"তোমালোক" শব্দটোৱে বিশ্বাসী সকলক বুজাইছে।
"তেওঁলোকে যিহলৈ ভয় কৰে, তোমালোকে তালৈ ভয় নকৰিবা। ব্যাকুল নহবা।
এই দুয়োটা খণ্ডবাক্যই একে অৰ্থকেই বুজাইছে আৰু গুৰুত্ব দিবৰ বাবে দুয়োঠাকে সংযুক্ত কৰা হৈছে। (চাওকঃ বিকল্প) । "গতিকে মানুহবিলাক তোমালোকক কিবা কৰিব বুলি ভাৱি ভয় কৰি নাথাকিবা।"
1 Peter 3:15-17
পিতৰে বিশ্বাসী সকলক ধাৰ্মিক জীৱন যাপন কৰিবলৈ আৰু তেওঁলোকক তাড়না কৰা বিলাকক ভয় নকৰিবলৈ পৰামৰ্শ দি আছে।
তাৰ পৰিবৰ্তে, প্ৰভু খ্ৰীষ্টক তোমালোকক অন্তৰত অতি আদৰৰ বুলি পবিত্ৰ কৰি মানিবা।
"খ্ৰীষ্টক গভীৰ ভাবে সমাদৰ কৰিবা আৰু আগ্ৰহেৰে তেওঁৰ বাক্য মানি চলিবা।"
৩ অধ্যায় ১ পদৰ পৰা ১৪ পদলৈ বিশ্বাসী সকলে কি কৰা উচিত আগতেই তালিকাখন দিয়া আছে। সেইবিলাকৰ বাহিৰেও বিশ্বাসীসকলে আৰু কি কৰা উচিত ইয়াত তাক মন কৰক।
বহুমূলীয়া
"পবিত্ৰ", অতিকৈ মূল্যৱান" বা "সঞ্চিত সম্পদ"
1 Peter 3:18-20
পিতৰে বিশ্বাসী সকলক ধাৰ্মিক জীৱন যাপন কৰিবলৈ আৰু তেওঁলোকক তাড়না কৰা বিলাকক ভয় নকৰিবলৈ পৰামৰ্শ দি আছে।
আমাৰ কাৰণে যাতনা ভুগিলে
"আমাৰ" শব্দটোত কওঁতা পিতৰ আৰু শ্ৰোতা সকলকো অন্তৰ্ভুক্ত কৰা হৈছে। (চাওকঃ অন্তভুক্তি)
আত্মাত, তেওঁ গল আৰু বৰ্তমান বন্দীশালত আৱদ্ধহৈ থকা আত্মাবিলাকক আগত ঘোষনা কৰিলে
শ্ৰীষ্টক বধ কৰাৰ পাছত, তেওঁ (খ্ৰীষ্ট) মৃতবিলাকৰ বাস স্থানলৈ গল আৰু আত্মাবিলাকৰ আগত ঘোষনা কৰিলে।
1 Peter 3:21-22
পিতৰে বিশ্বীসীসকলক শ্ৰীষ্টৰ দুখভোগৰ কথা কৈছে, আৰু তেওঁৰ মৃত্যুৰ কথা আৰু লগতে ইতিমধ্যে যিবিলাকলোক মৃত হল, তেওঁলোকৰ আগত শ্ৰীষ্টে বাক্য ঘোষণা কৰাৰ কথাওকৈ আছে।
সেইটোৱে তোমালোকক ৰক্ষা কৰে
"তোমালোক " শব্দটোৱে বিশ্বাসী সকলক আৰু পিতৰকো বুজাইছে। (চাওকঃ অন্তৰ্ভক্তি)।
1 Peter 4
1 Peter 4:1-2
পিতৰে ইয়াত খ্ৰীষ্টৰ পুনৰুত্থান আৰু স্বৰ্গাৰোহনৰ বিষয়ে, ও তেওঁৰ ক্ষমতা আৰু পৰাক্ৰমৰ কথা আলোচনা কৰিছে।
সেইকাৰনে
এই শ্শব্দটোৱে পিতৰৰ তেওঁৰ শ্ৰুোতাসকলৰ প্ৰতি থকা চিন্তাধাৰাৰ সমাপ্তি ঘটাইছে।
তোমালোকে ও নিজকে
সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰা
তোমালোকেও যাতনা ভোগ কৰিবলৈ যুগুতহৈ থাকা।"
তোমালোকেও নিজকে
এইটোৱে এক অধ্যায়ত উল্লেখ কৰা বিশ্বাসী সকলৰ কথাকে বুজাইছে।
যিকোনো ব্যক্তি
"যিকোনো ব্যক্তি যিজনে"
1 Peter 4:3-6
পিতৰে এইমাত্ৰ বিশ্বীসীসকলক খ্ৰীষ্টৰ কাৰণে যাতনা ভোগ কৰাৰ উপকাৰিতাৰ সম্পৰ্কে কলে।
লম্পটতা, কামভাৱ মওতা, মদ্যপানকৰা প্ৰীতিভোজ, অমাজিত অভ্যৰ্থনা সমাবেশ আৰু ঘৃননীয়া দেৱপূজা
যৌন সম্বন্ধীয় পাপ সমূহ, কু
অভিলাস, মত্ততা, অমাৰ্জিত আৰু মতলীয় সমাবেশ আৰু ঈশ্বৰৰ ঘৃননীয় দেৱপূজা
শুভবাৰ্তা ঘোষণা কৰা হল
"শ্ৰীষ্টে শুভবাৰ্তা ঘোষনা কৰিলে"(UDB) (চাওকঃ প্ৰত্যক্ষ বা পৰোক্ষ)
1 Peter 4:7-9
সকলোৰে শেষ কাষি চাপি আহিছে
"ঈশ্বৰে সোনকালে পৃথিবীত সকলোকে সলনি কৰিব।"
তোমালোকৰ চিন্তাধাৰা
"তোমালোকৰ" শব্দটোৱে সকলো বিশ্বাসীকেই বুজাইছে
1 Peter 4:10-11
তোমালোকৰ প্ৰতিজনে ঘেনেকৈ একোটাকৈ বৰ পালা
"ঈশ্বৰে তোমালোকৰ প্ৰতিজনকে একোটাকৈ বিশেষ বৰ দান কৰিছে।"
1 Peter 4:12-19
যি পৰিমানে তোমালোকে খ্ৰীষ্টৰ যাতনাৰ অভিজ্ঞতা পাইচ্ছা সেই পৰিমানে আনন্দ কৰা খ্ৰীষ্টে যিদৰে যন্ত্ৰনা ভোগ কৰিলে সেইদৰে তোমালোকেও যন্ত্ৰনা ভোগ কৰিছা, তাৰ বাবে আনন্দ কৰা (UDB) ।
1 Peter 5
1 Peter 5:1-4
পিতৰে তাড়না প্ৰাপ্ত বিশ্বাসীসকলক এইমাত্ৰ অনুপ্ৰাণিত কৰি সাহস দিছে।
তোমালোকৰ মাজৰ জ্যেষ্ঠসকল
"তোমালোকৰ" শব্দটোৱে খ্ৰীষ্টত বিশ্বাসী সকলক বুজাইছে। (চাওকঃ 'তুমি' শব্দৰ ৰূপ)
সেইকাৰণে
"এইটো কাৰণতেই"
ঈশ্বৰৰ মেষজাক
ইয়াৰ দ্বাৰা মণ্ডলীটোক এজাক মেঘৰ লগত তুলনা কৰিছে (চাওকঃ উপমা)
যত্নলোৱা
"প্ৰতিপালন কৰা" বা "চোৱাচিতা কৰা"
মালিকৰ দৰে আচৰণ নকৰিবা
'এক নিয়ন্ত্ৰনকৰ্তা গৰাকীৰ দৰে আচৰণ নকৰিবা।
1 Peter 5:5-7
পিতৰে এইমাত্ৰ মণ্ডলীৰ মুখিয়াল ব্যক্তিসকলক কেনেকৈ জীৱন ধানণ কৰিব লাগে কলে।
তোমালোক সকলোৱে
এইটোৱে সকলো বিশ্বাসীসকলক বুজাইছে, কেৱল কমবয়সীয়া সকলক নহয়।
তোমালোকে নিজকে নম্ৰতাৰুপ বম্ত্ৰেৰে ককাল বান্ধা
"তোমালোকে পৰম্পৰে বিনম্ৰভাৱে আচৰণ কৰা উচিত" (UDB) (চাওকঃ উপমা)
ঈশ্বৰৰ পৰাক্ৰমী হাতৰ অধীনত
"ঈশ্বৰৰ ক্ষমতাৰ অধীনত" (চাওকঃ উপমা)
পেলাই দিয়া
"তোমালোকৰ যত্ন তেওঁক লবলৈ দিয়া" (UDB)
তোমালোকৰ দুশ্চিন্তা
"তোমালোকৰ দুৰ্ভাৱনা" বা "তোমালোকৰ কষ্ট"বা তোমালোকৰ বিভ্ৰান্তি"
তেওঁ তোমালোকলৈ মনোযোগ দিয়ে
"তেওঁ তোমালোকৰ কাৰণে চিন্তা কৰে"
1 Peter 5:8-9
পিতৰে এইমাত্ৰ ডেকা বিলাকক আৰু তাৰ পাছত মণ্ডলীৰ সকলো বিশ্বাসীকেই কেনেকৈ জীৱন ধাৰণ কৰিব লাগে কলে।
গুজৰি থকা সিংহৰ দৰে
চয়তানক এটা সিংহৰ লগত তুলনা কৰিছে, কাৰণ ই মানুহক বিনাশ কৰিবলৈ চেষ্টা কৰি আছে। (চাওকঃ উপমা অলংকাৰ)
গোপনে অনুসৰণ কৰি আছে
"ঘূৰি ফুৰিছে" বা চিকাৰ বিচাৰি ফুৰিছে"
তেওঁৰ বিৰুদ্ধে থিয় হোৱা
"তেওঁক প্ৰতিহত কৰা"
জগতত
" গোটেই জগতৰ বিভিন্ন ঠাইত"
1 Peter 5:10-14
পিতৰে এইমাত্ৰ বিশ্বাসীসকলক কলে যে তেওঁলোকে চয়তানক প্ৰতিহত কৰিব লাগে আৰু বলবন্ত হবলৈ কলে।
অলপ কাল
"কম সময়ৰ বাবে"
সকলো অনুগ্ৰহৰ ঈশ্বৰ
"যিজন ঈশ্বৰ সম্পূৰ্ণৰূপে দয়ালু"
যিজনে তোমালোকক খ্ৰীষ্টত অনন্তকলীয়া গৌৰৱৰ কাৰণে আমন্ত্ৰণ কৰিলে "যিজনে আমাক স্বৰ্গত তেওঁৰ অনন্তকলীয়া গৌৰবৰ অংশীদাৰ হবলৈ মনোনীত কৰিলে, কাৰণ খ্ৰীষ্টৰ সৈতে আমি সংলগ্ন হলো"(UDB)
তোমালোকক নিখুঁত কৰিব
"তোমালোকক পূৰ্বৰ অৱস্থালৈ আনিব"
তোমালোকক প্ৰতিষ্ঠা কৰিব
"তোমালোকক নিৰাপদে স্থাপন কৰিব"