Assamese: translationNotes

Updated ? hours ago # views See on DCS

Revelation

Revelation 1

Revelation 1:1-3

তেওঁৰ দাস বিলাকক

খ্ৰীষ্টৰ বিশ্বাসী সকলক

অলপতে যি ঘটিব

সেয়া “যি ঘটনা সমূহ সোনকালেই ঘটিব লাগে”

প্ৰকাশ কৰিলে – “তাক জনালে।”(চাওঁকঃ Idiom)

সময় ওচৰ চাপিল – সেয়া “যি ঘটনা ঘটিব লগা আছে সেয়ে সোনকালে ঘটিব”(চাওঁকঃ Ellipsis)

Revelation 1:4-6

শান্তি তেওঁৰ পৰা যি জনে – “শান্তু ঈশ্বৰৰ পৰা, যি জনা”

আত্মাবিলাক

ইয়াত আত্মা শব্দটিৰ দ্বাৰাই ঈশ্বৰৰ দূত সমূহক বুজোৱা হৈছে কিয়নো তেওঁবিলাক ঈশ্বৰৰ সিংহাসনৰ সন্মূখত থাকে।(চাওঁকঃ Explicit and Implicit)

আমাক মুক্ত কৰিলে

সেয়াঃ “আমাক মুক্ত কৰিলে”

আমাক ৰাজ্যস্বৰূপ কৰিলে – “আমাক পৃথক কৰিলে আৰু আমাৰ ওপৰত শাসন কৰিলে”

Revelation 1:7-8

আলফা আৰু ওমেগা

এই শব্দ কেইটা সেই সমাজ ব্যৱস্থাৰ ভিত্তিত বাখ্যা কৰাৰ প্ৰয়োজন আছে। উদাহৰণ স্বৰূপে, আলফা আৰু ওমেগা শব্দটি সেইজন ব্যক্তিৰ বাবে অৰ্থহীন যি জনে গ্ৰীক ভাষাৰ শব্দাৱলী নাজানে, সেয়েহে তেওঁবিলাকে তেওঁবিলাকৰ ভাষা বা সমাজত ব্যৱহিত এক সম

সাময়িক শব্দ বিচৰাৰ দ্বাৰাই তাৰ অৰ্থ বাখ্যা কৰিব লাগে।

Revelation 1:9-11

তোমাৰ…তুমি

সাত মণ্ডলীত থকা বিশ্বাসী সকল(চাওঁকঃ তোমাৰ বুলা শব্দটিৰ ব্যৱহাৰিকতা)

যি জনে যীচুৰ সম্বন্ধেয় ক্লেশভোগ, ৰাজ্য আৰু ধৈৰ্য্যত তোমালোকৰ সহভাগী – সেয়াঃ “যি জনে ঈশ্বৰৰ ৰাজ্যত তোমালোকক সহভাগী কৰে। মইও ক্লেশভোগ কৰোঁ আৰু ধৈৰ্য্যৰে তোমালোকৰ সহিত তাক সহন কৰোঁ কিয়নো আমি যীচুৰ”

ঈশ্বৰৰ বাক্যৰ কাৰণে

সেয়া “কিয়নো মই ঈশ্বৰৰ বাক্যৰ সম্বন্ধে কলো”

আত্মাত – ইয়াৰ অৰ্থ ঈশ্বৰৰ আত্মাৰ দ্বাৰাই পৰিচালিত হোৱা।(চাওঁকঃ Idiom)

প্ৰভুৰ দিন – খ্ৰীষ্ট বিশ্বাসী সকলৰ আৰাধনা কৰা দিন।

তূৰীৰ মাতৰ দৰে বৰ মাত – সেই মাত এনে বৰ আছিল যে তাক তূৰীৰ শব্দৰ লগত তুলনা কৰিব পাৰি(চাওঁকঃ উপমা)

স্মুৰ্ণাৰ লৈ, পৰ্গাম লৈ, থুয়াতীৰা লৈ, চাৰ্দ্দি লৈ , ফিলাদেলফিয়া লৈ, আৰু লায়দেকিয়া লৈ – এই বিলাক হৈছে এচিয়াত থকা নগৰ সমূহৰ নাম যি আজিৰ আধুনিক তুৰ্কী।(চাওঁকঃ Translate Names)

Revelation 1:12-13

মাত – ইয়াত “মাত” এই শব্দটিৰ দ্বাৰাই কথা কৈ থকা ব্যক্তি জনক বুজাইছে।(চাওঁকঃ Synecdoche)

টঙালি

এটুকুৰা কাপোৰ যাক কঁকাল বা বুকুত মেৰাই বন্ধা থাকে

Revelation 1:14-16

মুৰ আৰু চুলি মেৰ নোমৰ দৰে আৰু হিমৰ নিচিনা বগা – এই দুটা বাক্য ব্যৱহাৰ কৰাৰ দ্বাৰাই সেই মুৰ আৰু চুলি যে অধিক বগা তাক বুজাবৰ চেষ্টা কৰা হৈছে।(চাওঁকঃ Doublet)

বহু পানীৰ মাতৰ নিচিনা – এয়া ডাঙৰ, প্ৰচণ্ড গতিত বৈ থকা নদীৰ পানীৰ শব্দৰ দৰে বুলি বুজাব বিচৰা হৈছে।

Revelation 1:17-18

তেওঁৰ দাসবিলাকক

খ্ৰীষ্টৰ বিশ্বাসী সকল

অলপতে যি ঘটিব

সেয়া “যি ঘটনা সমূহ সোনকালেই ঘটিব লাগে”

প্ৰকাশ কৰিলে – “তাক জনালে।”(চাওঁকঃ Idiom)

সময় ওচৰ চাপিল – সেয়াঃ “যি ঘটনা ঘটিব লগা আছে সেয়ে সোনকালে ঘটিব”(চাওঁকঃ Ellipsis)

Revelation 1:19-20

দীপাধাৰা সমূহৰ মাজৰ পৰা মানুহৰ পুত্ৰই কৈ যাব ধৰিলে

সোণৰ দীপাধাৰা – ১:১২ পদত অনুবাদ কৰাৰ দৰে কৰক।

সাত মণ্ডলী – ১:১১ পদত অনুবাদ কৰাৰ দৰে কৰক।

Revelation 2

Revelation 2:1-2

যি সকলে নিজকে পাঁচনি বুলি দাবী কৰে – “তেওঁবিলাকে নিজকে পাঁচনি বুলি কয়”

Revelation 2:3-5

ইফিচাত থকা বিশ্বাসী সকল প্ৰতি মানুহৰ পুত্ৰই বাৰ্তা দি যাব ধৰে

প্ৰথম প্ৰেম

ইয়াৰ অৰ্থ “খ্ৰীষ্টৰ প্ৰতি তোমালোকৰ প্ৰকৃত প্ৰেম।”(চাওঁকঃ Metaphor)

তোমাৰ দীপাধাৰ দূৰ কৰিম

প্ৰতিটো দীপাধাৰে সাত মণ্ডলীৰ একোটা মণ্ডলীক প্ৰতিনিধিত্ব কৰে।( Metaphor বিষয়টো চাওঁক)

Revelation 2:6-7

মানুহৰ পুত্ৰই ইফিচত থকা বিশ্বাসী সকলৰ অৰ্থে কোৱা বাৰ্তা এয়ে।

নীকলাইতীয়া

নীকলাচ নামৰ ব্যক্তি জনৰ শিক্ষা অনুকৰণ কৰা লোক সকল।(চাওঁকঃ Translate Names)

যাৰ কাণ আছে সি শুনক

আত্মিক কাণ। ইয়াৰ অৰ্থ সেই জন ব্যক্তি যি জনে ঈশ্বৰৰ মাত শুনা পায় আৰু তাক বুজি পায়।

মই ভোজন কৰিবৰ বাবে অনুমতি দিম

“মই তেওঁবিলাকক ভোজন কৰিবৰ বাবে অনুমতি দিম”

Revelation 2:8-9

স্মুৰ্ণা

১:১১ পদত কি দৰে অনুবাদ কৰিছে চাওঁক

প্ৰথম আৰু শেষ

১:১৭ পদত কি দৰে অনুবাদ কৰিছে চাওঁক

Revelation 2:10-13

অলপতে তোমালোকৰ কিছুমানক চয়তানে বন্দীশালত পেলাব

সেয়া “চয়তানে অতি সোনকালে তোমালোকৰ মাজৰ কিছুমানক বন্দীশালত পেলাবলৈ উদ্যত হৈছে”

যদি তোমালোকৰ কাণ আছে

২:৭ পদটি কেনে দৰে অনুবাদ কৰা হৈছে তাক চাওঁক।

Revelation 2:14-15

বালাক

এইটো এজন ৰজাৰ নাম হয়।(চাওঁকঃ নাম অনুবাদ অংশটি চাওঁক)

সন্তানবিলাকৰ সন্মূখত বিঘিনি পেলাবলৈ বালাকক কোনে শিক্ষা দিছিল

সেয়া “ইস্ৰায়েলি লোক সকলক কেনেকৈ পাপত পেলাব লাগে তাক বালাক ৰজাক কোনো দেখুৱাই দিছিল”

দেৱতাৰ প্ৰসাদ খুৱাবলৈ

সেয়া “দেৱতাৰ বাবে আহাৰ উৎসৰ্গা কৰা আৰু তাক গ্ৰহণ কৰা”(চাওঁকঃ Active

Passive)

ব্যভিচাৰ

সেয়া “ব্যভিচাৰ সম্বন্ধীয় পাপ” বা “ব্যভিচাৰযুক্ত পাপ কৰা”(চাওঁকঃ Active

Passive)

Revelation 2:16-19

মোৰ মুখৰ পৰা ওলোৱা তৰোৱালে

“তৰোৱাল” এই শব্দটিয়ে ১:১৬ পদত কোৱা কথাষাৰ বুজাইছে।

যদি তোমালোকৰ কাণ আছে

২:৭ পদৰ অনুবাদটি চাওঁক।

যি জনে জয় কৰে

সেয়া “যি জন ব্যক্তি জয়যুক্ত হব”

Revelation 2:20-21

তোমালোকৰ বিৰুদ্ধে

২:৪ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 2:22-23

তেওঁক শয্যাত পেলাম

সেয়াঃ “মই তেওঁক ৰোগগ্ৰস্ত কৰিম” বা “মই তাইক ৰোগ দিয়াৰ দ্বাৰাই দণ্ড দিম”(চাওঁকঃ Metaphor and Metonymy)

ব্যভিচাৰ কৰে

“ব্যভিচাৰ কাৰ্য্যত লিপ্ত হয়”

তেওঁবিলাকে কৰা কৰ্মৰ পৰা সিহঁতে যদি মনপালটায়

সেয়াঃ “তাইৰ দৰে হবৰ বাবে মনপালটায়”

মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তানবিলাকক বধ কৰিম

সেয়াঃ “মই তেওঁৰ সন্তানক বিলাকক বধ কৰিম”

মই যে অন্তৰৰ আৰু হৃদয়ৰ অনুসন্ধানকাৰী

সেয়াঃ “মই মন আৰু অভিলাষ সমূহ অনুসন্ধান কৰোঁ” বা “মই মন আৰু হৃদয় অনুসন্ধান কৰোঁ”

Revelation 2:24-25

চয়তানৰ গম্ভীৰতাবোৰ

সেয়াঃ“চয়তানৰ ভুল অনুশীলন সমূহ” বা “চয়তানৰ মিছা সমূহ”

Revelation 2:26-29

যি জনে জয় কৰে

সেয়াঃ “যি জনে পৰাস্ত কৰে”

মইয়ো তেওঁক দিম

ইয়াত “তেওঁক” শব্দটিয়ে সেই জয় কৰা জনৰ কথা কৈছে।

প্ৰভাতীয় তৰা

এইটো এটা উজ্বল তৰা যি আন্ধাৰ হোৱাৰ আগে আগে ওলায়।

Revelation 3

Revelation 3:3-4

নিজ বস্ত্ৰ মলিন নকৰিলে

মলিন বস্ত্ৰই পাপময় জীৱনৰ কথা বুজায়।(চাওঁকঃ Metaphor)

বগা বস্ত্ৰৰে

বগাবস্ত্ৰই পবিত্ৰ জীৱনক বুজায়।(চাওঁকঃ Metaphor)

Revelation 3:5-6

যি জনে জয় কৰে

সেয়াঃ “যি জনে পৰাস্ত কৰে”

তোমাৰ যদি কাণ আছে… মণ্ডলীত সমূহ

৩:৭ পদটি কি দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 3:7-8

দায়ূদৰ চাবি

“চাবি” ইয়াৰ দ্বাৰাই আত্মিক অধিকাৰ বা শক্তিৰ কথা কোৱা হৈছে।(চাওঁকঃ Metaphor)

Revelation 3:9-11

চয়তানৰ সমাজ…পাছে যিহূদীৰ নহয়

২:৯ পদটি কি দৰে অনুবাদ কৰিছে চাওঁক।

প্ৰণিপাত

এইয়া সমৰ্পণ হোৱাৰ দৃশ্য, আৰাধনাৰ নহয়।

তেওঁবিলাকক পৰীক্ষাৰ কৰিবৰ

সেয়াঃ “সেয়ে তেওঁবিলাকক পৰীক্ষাৰ কৰিব”

Revelation 3:12-13

যি জনে জয় কৰে

সেয়েঃ “যি কোনোৱে পৰাস্ত কৰে”

ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভস্বৰূপ

“স্তম্ভ” ইয়াৰ দ্বাৰাই কোনো এজন ঈশ্বৰৰ ৰাজ্যৰ বাবে মূল্যবান আৰু সদাকালৰ বাবে অংশ হোৱাক বুজায়।(চাওঁকঃ Metaphor)

Revelation 3:14-18

যি জনা আমেন

সেয়েঃ “সেই জনাৰ বাক্য যাক আমেন বুলা হয়”

Revelation 3:19-20

উদ্যোগী হৈ মন পালটোৱা

“গম্ভীৰ হোৱা আৰু মনপালটন কৰা”

মই দুৱাৰত থিয় হৈ টুকৰিয়াই থাকোঁ

“দুৱাৰ” ইয়াৰ দ্বাৰাই জীৱন বা আত্মাৰ কথা কোৱা হৈছে, য’ত খ্ৰীষ্ট প্ৰবেশ কৰিব বিচাৰে।(চাওঁকঃ Metaphor)

মোৰ মাত শুনি

“মাত” ইয়াৰ দ্বাৰাই খ্ৰীষ্টৰ আহ্বানৰ কথা কোৱা হৈছে।(চাওঁকঃ Metonymy)

দুৱাৰ মেলে

ইয়াৰ দ্বাৰাই খ্ৰীষ্টক আদৰণি জনোৱাৰ কথা কোৱা হৈছে।

তেওঁৰে সৈতে ভোজন কৰিম

ইয়াৰ দ্বাৰাই বন্ধুত্ব, সহভাগিতা, সম্বন্ধৰ কথা কোৱা হৈছে।

Revelation 3:21-22

যি জনে জয় কৰে

২:৭ পদটি কি দৰে অনুবাদ কৰিছে চাওঁক। সেয়েঃ “যি জনে পৰাস্ত কৰে”

তোমাৰ যদি কাণ আছে

২:৭ পদটি কি দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 4

Revelation 4:1-3

এই বিলাকৰ পিছত

যীচুৱে সাত মণ্ডলীক কথা কোৱাৰ পিছত যোহনে যি দেখিলে(২:১

৩:২২)

স্বৰ্গৰ এখন দুৱাৰ মেলা আছে

সেয়াঃ “স্বৰ্গলৈ সোমোৱা পথ”

সূৰ্য্যকান্ত আৰু চাৰ্দ্দীয়া

মূল্যবান মণি। সেয়া কি বৰণৰ তাক ঠাৱৰ কৰিব পৰা নাযাব।(চাওঁকঃTranslate Unknowns)

মেঘ

ধেনু

যেতিয়া মেঘৰ আঁৰৰ পৰা সূৰ্য্যৰ কিৰণ প্ৰকাশিত হয় আৰু সন্মূখৰ ভাগৰ পৰা বৰষুণ হৈ থাকে তেতিয়া মানুহে দেখা পোৱা সেই ৰং সমূহ

মৰকত মণি

সেউজীয়া বৰণৰ এটি মূল্যবান মণি

Revelation 4:4-5

বিজুলীৰ চমক

বিজুলীৰ চমকৰ দৰে পোহৰৰ আপোনাৰ ভাষাত কি দৰে প্ৰকাশ কৰিব পাৰি সেই ধৰণে অনুবাদ কৰক।

মেঘ

গৰ্জ্জন

“মেঘ

গৰ্জ্জনৰ সময়ত হোৱা শব্দৰ দৰে”

Revelation 4:6

প্ৰশ্নঃ সেই সিংহাসনৰ চাৰিওফালে কি চাৰিটা বস্তু আছিলে?

উত্তৰঃ সেই সিংহাসনৰ চাৰিওফালে চাৰি প্ৰাণী আছিল(৪:৬)।

Revelation 4:7-8

বৰ্ত্তমান, ভূত আৰু ভবিষ্যত জনা

ঈশ্বৰ সকলো সময়তে উপস্থিত থাকে।(চাওঁকঃ Idiom)

Revelation 4:9-11

সদা আৰু সৰ্বদায়

দুয়োটাই একে অৰ্থ প্ৰকাশ কৰে আৰু এই দুটা শব্দ ব্যৱহাৰ কৰাৰ দ্বাৰাই বিষয়টিৰ গুৰুত্বতাক বুজাবৰ চেষ্টা কৰা হৈছে।(চাওঁকঃ Doublet)

আমাৰ প্ৰভু আৰু ঈশ্বৰ

যি জনে কথা কয়, শুনোতা জনা নহয়(চাওঁকঃ Exclusive)

সকলো হল আৰু সৃষ্ট হল

“সকলো হল” আৰু “সৃষ্ট হল” একে অৰ্থ প্ৰকাশ কৰে আৰু ইয়াৰ দ্বাৰাই বিষয়টিৰ গুৰুত্বতাক বুজাব বিচৰা হৈছে।

Revelation 5

Revelation 5:3-7

দায়ূদৰ মূল

সেয়েঃ“বংশত জন্মা আৰু উত্তৰাধিকাৰী”(UDB)

Revelation 5:8

তেওঁ যেতিয়া সেই নুৰাটো ললে

“তেওঁ” ইয়াৰ যোগেদি মেৰ পোৱালিক বুজোৱা হৈছে।

Revelation 5:9-10

সিহঁত

“সিহঁত” ইয়াৰ দ্বাৰাই চাৰি প্ৰাণী আৰু চৌবিশ জন বৃদ্ধলোকক বুজাইছে।

কিয়নো তুমি হত হলা

সেয়েঃ “কিয়নো সিহঁতে তোমাক হত্যা কৰিলে”(চাওঁকঃ Active or Passive)

Revelation 5:11-14

২০০,০০০,০০০

(চাওঁকঃ Translate Numbers)

Revelation 6

Revelation 6:1-2

মই

সকলো বিলাক “মই” যোগেদি যোহন, অৰ্থাৎ লিখকক বুজোৱা হৈছে।

সাতোটা চাবৰ এটা মেলিলে

সাতটা চাবৰ প্ৰথমটো মেলিলে

Revelation 6:3-4

দ্বিতীয় চাব মেলিলে

দুই নম্বৰ চাবটো মেলিলে

অতি ৰঙা

সেয়েঃ “অতি অধিক ৰঙা”

তাত উঠা জনাক অনুমতি দিয়া হল

সেয়েঃ “ঈশ্বৰে সেই অশ্বৰোহী কেইজনক অনুমতি দিলে…”(চাওঁকঃ Active or Passive)

Revelation 6:5-8

তৃতীয় চাবটো মেলিলে

তিনি নম্বৰ চাবটো মেলিলে

পাল্লা

ইয়াৰ দ্বাৰাই এটা নিদিষ্ট সংখ্যাৰ কথা কোৱা হৈছে আৰু এয়ে প্ৰায় এক গেলনৰ চতুৰ্থাংশ. (চাওঁকঃ biblical volume)

এক আধলি ধান

ইয়াৰ দ্বাৰাই এটা নিদিষ্ট সংখ্যাৰ কথা কোৱা হৈছে যি এক লিটাৰৰ সমান

এক আধলি

এক আধলিৰ মূল্য এদিন মজুৰৰ সমান।(চাওঁকঃ biblical money)

Revelation 6:9-11

বিশ্বাস কৰোৱাৰ দ্বাৰাই তেওঁবিলাকক ৰখোৱা হল

সেয়েঃ “তেওঁবিলাকে দৃঢ়কৈ বিশ্বাস কৰিলে” বা “তেওঁবিলাকে বলিষ্ঠ ভাৱে বিশ্বাস কৰিলে”

Revelation 6:12-14

নোমৰ চট কাপোৰৰ নিচিনা সূৰ্য্য কলা হল

সূৰ্য্য ঘোৰ কলা হল।

Revelation 6:15-17

সেনাপতি সকল

ইয়াৰ দ্বাৰাই যুদ্ধ ক্ষেত্ৰত আজ্ঞা দিয়া লোকসকলৰ কথা কোৱা হৈছে,

গুহাত লুকাল

সেয়েঃ“পাহাৰৰ তলত থকা ডাঙৰ ডাঙৰ ফাট সমূহ” বা “মাটিত খান্দি গাঁত কৰা গাতত”

তেওঁৰ মূখ

“মূখ” ইয়াৰ দ্বাৰাই ঈশ্বৰক বুজোৱা হৈছে।

Revelation 7

Revelation 7:1-3

সিহঁত?

উত্তৰঃ পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গদূত(৭:১)

প্ৰশ্নঃ পূব ফালৰ দূত জনে পৃথিৱী অনিষ্ট হোৱাৰ আগে কি কৰিব লাগে বুলি কৈছে?

উত্তৰঃ দূতে কলে বোলে পৃথিৱীৰ অনিষ্ট হোৱাৰ আগে আগে ঈশ্বৰৰ দাসবিলাকৰ কপালত ছাব মৰা হওঁক(৭:২

৩)

Revelation 7:4-6

যাক ছাব মৰা হল

সেয়েঃ “যি সকলৰ কপালত ঈশ্বৰৰ ছাব মৰা হৈছিল”(চাওঁকঃ Active or Passive)

বাৰ হাজাৰ

প্ৰতিটো ফৈদত ১২,০০০(চাওঁকঃ Translate Numbers)

১৪৪,০০০

বাৰটা ফৈদৰ পৰা ১২,০০০ কৈ অহা লোকৰ গোট সমূহ(চাওঁকঃ Active or Passive)

ইস্ৰায়েলৰ প্ৰতিটো ফৈদৰ পৰা – ইস্ৰায়েলত বাৰটা ফৈদ আছে, যাকোবৰ বাৰ জন সন্তানৰ নাম অনুসৰি এই বাৰ ফৈদৰ প্ৰতিটো ফৈদক দিয়া হৈছে।

Revelation 7:7-8

ইস্ৰায়েলৰ ফৈদৰ পৰা মনোনীত কৰা কাৰ্য্য চলি থাকিল।

Revelation 7:9-10

সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ আছে

সেয়েঃ “সিংহাসন আৰু মেৰ পোৱালিৰ সন্মূখত থিয় হৈ আছে”(চাওঁকঃ Parallelism)

বগা বস্ত্ৰ

ইয়াত “বগা” ৰংটোৱে পবিত্ৰতাক বুজাইছে।(চাওঁকঃ Metaphor)

পৰিত্ৰাণ…মেৰ পোৱালিৰহে

সেয়েঃ “সিংহাসনত বহি থকা আমাৰ ঈশ্বৰ আৰু মেৰপোৱালিয়ে পৰিত্ৰাণ কৰে” বা “পৰিত্ৰাণ সিংহাসনৰ আহনত বহি থকা ঈশ্বৰ, আৰু মেৰপোৱালিৰ পৰাহে আহে”(চাওঁকঃ Abstract Nouns)

Revelation 7:11-12

সকলো স্বৰ্গদূত বিলাকে…চাৰি প্ৰাণী

সেয়েঃ “সকলো স্বৰ্গদূত আৰু বৃদ্ধ আৰু চাৰি প্ৰাণী সিংহাসনৰ সন্মূখত থিয় হয়”

চাৰি প্ৰাণী

৪:৬

৮ পদ কেইটাত উল্লেখ কৰা প্ৰাণী কেইটাৰ কথা কোৱা হৈছে।

প্ৰশংসা, সমাদৰ…আমাৰ ঈশ্বৰৰ হওক

সেয়েঃ “আমাৰ ঈশ্বৰ সকলো বিলাক প্ৰশংসা, সমাদৰ, গৌৰৱ, জ্ঞান, পৰাক্ৰম আৰু শক্তি পোৱাৰ যোগ্য”

সদা

সৰ্ব্বদায়

এই দুটা শব্দ ব্যৱহাৰ কৰাৰ দ্বাৰাই বিষয়টিৰ গুৰুত্বতাক বুজাবৰ চেষ্টা কৰা হৈছে।(চাওঁকঃ Doublet)

Revelation 7:13-14

মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে

“বগা” ৰংটোৱে পবিত্ৰতাক বুজায়, আৰু “তেজ” পানীৰ লগত তুলনা কৰা হৈছে, যাৰ দ্বাৰাই সাধাৰণতে কোনো বস্তু পৰিষ্কাৰ কৰা হয়। পবিত্ৰতা খ্ৰীষ্টৰ তেজৰ দ্বাৰাই ধৌত বা আবোৰ হোৱাৰ যোগেদিহি লাভ কৰিব পৰা যায়।(চাওঁকঃ Metaphor)

Revelation 7:15-17

এওঁবিলাক, সিহঁতৰ, তেওঁবিলাকৰ

এই শব্দ কেইটিৰ যোগেদি সেই সকলো ব্যক্তিৰ কথা কোৱা হৈছে যি সকল মহা

ক্লেশৰ মাজেৰে আহিল।

সূৰ্য্যৰ তাপ নালাগিব

ইয়াৰ অৰ্থ এয়ে যে সূৰ্য্যই আৰু সেই লোক সমূহক তাৰ তাপৰ দ্বাৰাই কষ্ট দিব নোৱাৰিব।

Revelation 8

Revelation 8:1-5

তেওঁলোকক সাতোটা তূৰী দিয়া হল

সম্ভাৱনা থকা অৰ্থ সমূহ ১) ঈশ্বৰে তেওঁবিলাকক সাতটা তূৰী দিলে বা ২)মেৰপোৱালীয়ে সাতোটা তূৰী তেওঁবিলাকক দিলে।(চাওঁকঃ Active or Passive)

Revelation 8:6-7

পৃথিবীলৈ পেলোৱা হল

সেয়েঃ“দূতে তাক পৃথিৱীলৈ দলিয়াই পেলালে।”(চাওঁকঃ Active or Passive)

তিনি ভাগৰ এভাগ পোৰা হল, গছৰো তিনি ভাগৰ এভাগ পোৰা হল, আৰু সকলো কেঁচা তৃণো পোৰা হল

সেয়েঃ “ইয়ে পৃথিবীৰ তিনি ভাগৰ এভাগ পুৰি পেলালে, ইয়ে তিনি ভাগৰ এভাগ গছ পুৰিলে, আৰু সকলো সেইজীয়া ঘাঁহনি পুৰিলে”(চাওঁকঃ Active or Passive)

Revelation 8:8-9

অগ্নিৰে জ্বলি থকা মহা

পৰ্ব্বতৰ নিচিনা কিবা এটা পেলোৱা হল

“দূতে অগ্নিৰে জ্বলি থকা মহা

পৰ্ব্বতৰ নিচিনা কিবা এটা দলিয়াই পেলালে”(চাওঁকঃ Active or Passive)

তাতে সাগৰৰ তিনি ভাগৰ এভাগ তেজ হল, সাগৰত থকা জীৱ

জন্তুৰ তিনি ভাগৰ এভাগ মৰিল, আৰু জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হল

সেয়েঃ “ইয়াৰ দ্বাৰাই সাগৰৰ তিনি ভাগৰ এভাগ তেজ হল, তিনি ভাগৰ এভাগ জীৱ

জন্তু মৰিল, আৰু তিনি ভাগৰ এভাগ জাহাজ নষ্ট হল”

তেজ হল

সম্ভাৱনা থকা অৰ্থ সমূহ ১)“তেজৰ দৰে ৰঙা হল”(চাওঁকঃ Simile and UDB) ২)সঁচা অৰ্থৎ“তেজ হল।”

Revelation 8:10-11

পাছে আৰিয়াৰ দৰে এটা বৰ তৰা আকাশৰ পৰা খহি পৰিল

“পাছে এটা অতি উজ্বল আৰিয়াৰ দৰে বৰ তৰা আকাশৰ পৰা খহি পৰিল।” সেই তৰাৰ যি পোহৰ সেয়ে জ্বলি থকা জুইৰ দৰে আছিল।(চাওঁকঃ Simile)

আৰিয়াৰ

এডাল লাঠি যাৰ এটা মূৰে জুই জ্বলি থাকে

সেই তৰাৰ নাম হল নাগদানা

সেই তৰাৰ নাম “নাগদানা” যাৰ সোৱাদ অতি তিতা।

নাগদানা

তৰাৰ দ্বাৰাই বিষাক্ত কৰা হল। সেয়েঃ “তিতা”(UDB) বা “বিষাক্ত”(চাওঁকঃ Metaphor)

Revelation 8:12

সূৰ্য্যৰ তিনি ভাগৰ এভাগত আঘাট কৰিলে

সেয়েঃ “সূৰ্য্যৰ তিনি ভাগৰ এভাগ আন্ধাৰ হল”(চাওঁকঃ Active or Passive)

Revelation 8:13

যি তিনি দূতে তূৰী বজাবলৈ উদ্যত আছে

সেয়েঃ “আৰু যিহেতু সেই তিনি দূতে তেতিয়ালৈকে তূৰী বজোৱা নাছিল তেওঁবিলাকে তূৰী বজাবলৈ উদ্যত হল”(চাওঁকঃ Active or Passive)

Revelation 9

Revelation 9:1-2

কুণ্ড

মাটিৰ তললৈ যোৱা এটি ঠেক আৰু দীঘলিয়া পথ

গভীৰ আৰু অগাধ

সেয়েঃ “অগাধ দ”(চাওঁকঃ Hendiadys)

অগ্নিকুণ্ডৰ ধুৱা

জুইৰ পৰা ওলাই ওপৰলৈ উঠি যোৱা এটি ওখ ধুৱা(চাওঁকঃ Metaphor)

Revelation 9:3-4

কচুৱা ফৰিং

এবিধ পোক যি এক প্ৰকাণ্ড দল বান্ধি উড়ি ফুৰে(চাওঁকঃ Translate Unknowns)

কেঁকোৰা

বিছাৰ ফৰিংৰ নিচিনা

কেঁকোৰাৰ আন জন্তু সমূহক বিন্ধাৰ আৰু বিষাক্ত কৰাৰ ক্ষমতা আছে।(চাওঁকঃ Explicit and Implicit)

কেঁকোৰা

এটি সৰু জন্তু যাৰ নেজত মৌ পোকৰ দৰে বিষাক্ত হুলে বিন্ধিবৰ ক্ষমতা আছে

কপাল

মূখৰ ওপৰি ভাগ, চকুৰ ওপৰৰ অংশ।

Revelation 9:5-6

সিহঁত – কচুৱা ফৰিং (৯:০৩)

সেই লোকসমূহ – যি সকললোকক কচুৱা ফৰিং সমূহে বিন্ধিলে

হাবিয়াহ

ইচ্ছা

Revelation 9:7-9

কচুৱা ফৰিং

একে ধৰণৰ বস্তুৰ লগত তুলনা কৰাৰ দ্বাৰাই কচুৱা ফৰিং সমূহৰ বাখ্যা আগবঢ়োৱা হৈছে (চাওঁকঃSimile)

Revelation 9:10-12

সেই কচুৱা ফৰিংৰ বিষয়ে যোহনে কৈ যাব ধৰিলে।

গভীৰ আৰু অগাধ

৯:১ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

আবদ্দোন…আপল্লুয়োন

এই দুয়োটা নামে “ধংশ” বুজায়।(চাওঁকঃ Translate Names)

Revelation 9:13-15

সোণৰ বেদিৰ শিং

বেদিৰ চাৰিও চুকত শিংৰ দৰে আকাৰ কৰি ৰখা হৈছে।

সেই ঘন্টা, দিন, মাহ আৰু বছৰৰ নিমিত্তে

সেই শব্দ কেইটা ব্যৱহাৰ কৰাৰ দ্বাৰাই সেই নিদিষ্ট সময়ৰ কথা কব বিচৰা হৈছে, অনুমানিক এটা সময়ৰ কথা কোৱা হোৱা নাই, ইয়াৰ অৰ্থ “সেই নিদিষ্ট সময়”(চাওঁকঃ Parallelism)

Revelation 9:16-17

২০০,০০০,০০

৫:১১ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 9:18-19

সিহঁতৰ নেজ সাপৰ নিচিনা

ঘোঁৰাৰ নেজক সাপৰ লগত তুলনা কৰা হৈছে। অনুমানিক অৰ্থঃ ১)“সিহঁতৰ নেজৰ মূৰ সমূহ সাপৰ দৰে”(UDB) বা ২)“সিহঁতৰ নেজ খীন পাছে মূৰটো সাপৰ দৰে বহল আৰু যাৰ বাবে দেখাত সাপৰ দৰে।”(চাওঁকঃ Simile)

Revelation 9:20-21

এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট বধ কৰা নহল

“উৎপাতে যি সকলক বধ নকৰিলে” (চাওঁকঃActive or Passive)

দেখিব, শুনিব আৰু ফুৰিব নোৱাৰা এনে বিষয় সমূহ

মূৰ্ত্তি।সেয়েঃ “জীৱন নথকা বস্তু সমূহ”(চাওঁকঃ Metonymy)

Revelation 10

Revelation 10:5-7

সদা

সৰ্ব্বদায় জীয়াই থকা জনা

“জনা” ঈশ্বৰক বুজাইছে

তাত যি যি আছে(৩ বাৰ)

ইয়াৰ দ্বাৰাই মাটি, পানী আৰু আকাশত থকা সকলো ধৰণৰ গছ

গছনি, জীৱ

জন্তু, আৰু মানুহক বুজাইছে।

পলম আৰু নহব

“এতিয়াই ঘটিব গৈ আছে”(চাওঁকঃ Active or Passive)

Revelation 10:8-11

মই

যোহনক বুজোৱা হৈছে

তিতা

ইয়াৰ অৰ্থ এয়ে যে এই পুস্তক খনিৰ বাৰ্তা সমূহে দূখিত বা অসন্তুষ্ট কৰিব পাৰে।

Revelation 11

Revelation 11:1-2

মোক দিয়া হল…মোক কোৱা হল

“মোক” ইয়াৰ দ্বাৰাই যোহনক বুজোৱা হৈছে।

গচকা

কোনো এটা বস্তুৰ ওপৰেদি খোজ কঢ়াৰ দ্বাৰাই তাক মূল্যহীন হিচাপে গণিত কৰা।

দুকুৰি

দুমাহলৈ

সেয়েঃ“৪২ মাহ”(চাওঁকঃ Translate Numbers)

Revelation 11:3-5

দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰস্বৰূপ

সেই দুটি সাক্ষ্যক আগতে জলফাই গছ আৰু দীপাধাৰ বুলি উল্লেখ কৰা হৈছে।(চাওঁকঃ Metaphor)

Revelation 11:6-7

সকলোবোৰ উৎপাতেৰে পৃথিবীক আঘাট কৰিবলৈ

ইয়াৰ দ্বাৰাই পৃথিৱীত সকলো ধৰণৰ বিপদ ঘটোৱাৰ কথা বুজাব বিচৰা হৈছে। (চাওঁকঃIdiom)

গভীৰ আৰু অগাধ

“অগাধ” তলি নোহোৱা কথাটো বুজাব বিচৰা হৈছে। এই দুয়োটা শব্দৰ দ্বাৰাই এটি অতি দ গাঁতৰ কথা বুজাব বিচৰা হৈছে।( Doublet)

Revelation 11:8-9

তিনি দিন আধা

“তিনিটা সম্পূৰ্ণ দিন আৰু আধা দিনঃ বা “৩.৫ দিন” বা “৩ ১/২ দিন”(চাওঁকঃ Translate Numbers)

Revelation 11:10-12

তিনিদিন আৰু আধা – “৩টা সম্পূৰ্ণ দিন আৰু এটা আধা দিন” বা “৩১/২ দিন”(চাওঁকঃ Translate Numbers)

Revelation 11:13-15

সাত হাজৰ মানুহ

“৭,০০০ মানুহ”(চাওঁকঃ Translate Numbers)

Revelation 11:16-17

চৌবিশ জন বৃদ্ধ

“২৪ বৃদ্ধ”(চাওঁকঃ Translate Numbers)

মূখ তল হৈ পৰা

তেওঁবিলাকৰ সম্পূৰ্ণ শৰীৰটো তললৈ পৰি যোৱা কথাটো কব বিচৰা হৈছে (See: Synecdoche)

Revelation 11:18-19

তোমাৰ ক্ৰোধ…তোমাৰ দাস…তোমাৰ নাম

“তোমাৰ” শব্দটিৰ দ্বাৰাই ঈশ্বৰক বুজাব বিচৰা হৈছে।

অপ্ৰয়োজনীয়ঃ সেয়েঃ “গুৰুত্বহীন”বা “মূল্যহীন” বা “তল খাপৰ”

Revelation 12

Revelation 12:1-2

মহৎ চিন দেখা গল

সেয়েঃ “আকাশত এক মহৎ চিন দেখা গল” বা “মই, যোহনে, আকাশত এক মহৎ চিন দেখিলো”(চাওঁকঃ Active or Passive)

সূৰ্য্যক পিন্ধা এজনী তিৰোতা

সেয়েঃ “এজনী তিৰোতা যিয়ে সূৰ্য্যক পিন্ধি আছে”(চাওঁকঃ Active or Passive)

বাৰটা তৰা

“১২ টা তৰা”(চাওঁকঃ Translate Numbers)

Revelation 12:3-4

নাগ

ডাঙৰ, ভয়ানক সৰ্প, সাপৰ দৰে। যিহূদী লোক সকলে ইয়াক চয়তান আৰু অশান্তি চিন হিচাপে ব্যৱহাৰ কৰে।

Revelation 12:5-6

তাইৰ সন্তানক ঈশ্বৰৰ ওচৰলৈ তুলি নিয়া হল

সেয়েঃ “ঈশ্বৰে অতি শুনকালে তাই সন্তানটিৰ প্ৰতি দৃষ্টি কৰিলে”(চাওঁকঃ Active or Passive)

Revelation 12:7-9

নাগ

১২:৩ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক। ৯ পদত এই নাগক “দিয়াবল বা চয়তান” বুলিও কোৱা হৈছে

সেই মহা

নাগক…পৃথিবীলৈ পেলোৱা…আৰু তাৰ দূতবিলাকক

সেয়েঃ ঈশ্বৰে সেই নাগক স্বৰ্গৰ পৰা বাহিৰ কৰিলে আৰু পৃথিবীলৈ পঠিয়ালে।(চাওঁকঃ Active or Passive)

Revelation 12:10

মই

ইয়াত যোহনৰ কথা কোৱা হৈছে

দিনে ৰাতিয়ে

“দিনে ৰাতিয়ে” এই শব্দ দুটি একে লগে ব্যৱহাৰ কৰাৰ দ্বাৰাই সকলো সময়তে, এই কথাষাৰ বুজাব বিচৰা হৈছে, তেওঁ নিজ ভাইক অহৰহ খং কৰি আছে।(চাওকঃ Merism)

Revelation 12:11-12

স্বৰ্গৰ সেই বৰ মাতেৰে চয়তানে পাপী বুলি অপবাদ দিয়া খ্ৰীষ্টৰ সেই বিশ্বাসী সকলক কথা কৈ যাব ধৰিলে।

Revelation 12:13-14

নাগ

১২:৩ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

নাগে নিজকে পৃথিবীত পেলোৱা দেখি

সেয়েঃ “নাগে জানিব পাৰিলে যে ঈশ্বৰে তাক স্বৰ্গৰ পৰা বাহিৰ কৰিলে আৰু পৃথিবীলৈ পঠিয়াই দিলে”(চাওঁকঃ Active or Passive)

এক কাল, দুই কাল আৰু আধা কাল

সেয়েঃ “৩.৫ বছৰ” বা “৩ ১/২ বছৰ” বা “তিনিটা সম্পূৰ্ণ বছৰ আৰু এটা আধা বছৰ”

Revelation 12:15-17

সাপ

১২:৯ পদট উল্লেখিত নাগৰ দৰে একে প্ৰাণীৰ কথাকে কোৱা হৈছে।

নদীৰ নিচিনা

সেয়েঃ“বৃহৎ সংখ্যাত”(চাওঁকঃ Simile)

নাগ

১২:৩ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

নিজৰ মুখ মেলf, নাগে মুখৰ পৰা উলিয়াই পঠোৱা সেই নদী গ্ৰাস কৰিলে

সেয়েঃ “মাটিত এক ফাঁট মেলিল আৰু পানী সেই ফাঁটতোৰ ফালেদি সোমাই গল।”(চাওঁকঃ Personification)

Revelation 13

Revelation 13:1-2

তাৰ পিছত মই দেখিলো

ইয়াত “মই” শব্দটিৰ দ্বাৰাই যোহনক বুজোৱা হৈছে।

নাগ

১২:৩ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 13:3-4

ঘা সুস্থ কৰা হল

সেয়েঃ “পাছে সেই ঘা সুস্থ হল”(চাওঁকঃ Active or Passive)

পশুক প্ৰণিপাত কৰিলে

“পশুৰ বাধ্য হল”

নাগ

১২:৩ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

এই পশুৰ তুল্য কোন আছে? সেয়েঃ“সেই পশুৰ বিৰুদ্ধে যুদ্ধ কৰি জয় হব নোৱাৰে!”(চাওঁকঃ Rhetorical Question)

Revelation 13:5-8

সেই পশুক…অনুমতি দিয়া হল

সেয়েঃ “ঈশ্বৰে সেই পশুক…ঈশ্বৰে সেই পশুক অনুমতি দিলে”(চাওঁকঃ Active or Passive)

দুকুৰি দুমাহলৈ

“৪২ মাহ”(চাওঁকঃ Translate Numbers)

নিন্দাসূচক বাক্যেৰে

সেয়েঃ“ঈশ্বৰৰ ক্ষমতা বা বাক্যক নিন্দা কৰা”(চাওঁকঃ Metonymy)

Revelation 13:9-10

কাৰোবাৰ যদি কাণ আছে

ঈশ্বৰৰ মাত আৰু তেওঁৰ বাৰ্তা বুজি পোৱাৰ অৰ্থত ইয়াক কোৱা হৈছে।(চাওঁকঃ Metonymy)

Revelation 13:11-12

নাগ

১২:৩ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

পৃথিবী আৰু তাত নিবাস কৰা সকলোকে

“পৃথিৱীত থকা সকলোকে”

মৃত্যুজনক ঘা সুস্থ কৰা হল

সেয়েঃ “যি জনৰ মৃত্যুজনক ঘা আছিল সেয়ে সুস্থ হল”(চাওঁকঃ Active or Passive)

Revelation 13:13-14

চিন দেখুৱায়

“পৃথিৱীত থকা পশুটোৱে দেখুৱায়”

যিয়ে তৰোৱালৰ ঘা পায়ো

সেয়েঃ “যাক কিছুমানে তৰোৱালেৰে আঘাট কৰিছিল”(চাওঁকঃ Active or Passive)

Revelation 13:15-17

তাক অনুমতি দিয়া হল

সেয়েঃ “পৃথিৱীত থকা পশুটোক ঈশ্বৰে অনুমতি দিলে”(চাওঁকঃ Active or Passive)

প্ৰতিমূৰ্ত্তিয়ে যেন কথা কব পাৰে

সেয়েঃ “প্ৰতিমূৰ্ত্তিক জীৱন প্ৰদান কৰিব পাৰে”(চাওঁকঃ Metonymy)

যিমান লোকে পশুৰ প্ৰতিমূৰ্ত্তিক প্ৰণিপাত নকৰিব তেওঁবিলাকক যেন বধ কৰিব পাৰে

সেয়েঃ “সেই সকলোকে বধ কৰা হব যি সকলে সেই পশুক প্ৰণিপাত কৰিবলৈ অস্বীকাৰ কৰিব”

Revelation 13:18

সেয়ে মানুহৰো নম্বৰ

অনুমানিক অৰ্থ ১) নম্বৰে এজন মানুহৰ কথা বুজায় বা ২) নম্বৰে গোটেই মানুহ জাতিটোক বুজাইছে।

৬৬৬

“ছয়শ চৌশষ্টি”(চাওঁকঃ Translate Numbers)

Revelation 14

Revelation 14:1-2

মই চালো

ইয়াত “মই” শব্দটিৰ দ্বাৰাই যোহনক বুজোৱা হৈছে।

মেৰ

পোৱালি

ইয়াৰ দ্বাৰাই যীচুক বুজোৱা হৈছে। ৫:৬ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

১৪৪,০০০

৭:৪ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

তেওঁবিলাকৰ কপালত তেওঁৰ নাম, আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল

সেয়েঃ“যাৰ কপালত মেৰপোৱালিৰ আৰু তেওঁৰ পিতৃৰ নাম লিখা হৈছিল” (চাওঁকঃActive or Passive)

Revelation 14:3-7

তেওঁবিলাকে গীত গালে

“সেই ১৪৪,০০০ হাজাৰ লোকে”

তেওঁবিলাক তিৰোতাবিলাকৰ সঙ্গত কলুষিত হোৱা নাই

সেয়েঃ “সেই ১৪৪,০০০ হাজাৰ পবিত্ৰ ব্যক্তি, কুমাৰীৰ দৰে নৈতিক ভাবে পবিত্ৰ। তেওঁবিলাকে আন কোনো দেৱতাক প্ৰণিপাত কৰাৰ দ্বাৰাই নিজকে কলুষিত কৰা নাই।” চাওঁকঃ Metaphor

Revelation 14:8

পৰিল পৰিল

বিষয়টিৰ ওপৰত গুৰুত্ব দিবৰ বাবে দুবাৰ কোৱা হৈছে।

পৰিল…তাইৰ ওপৰত ক্ৰোধ আনিল

“অতি অধিক ব্যভিচাৰী নগৰ সমূহ(বা চহৰ)যাক বাবিলৰ লগত তুলনা কৰা হৈছে, সম্পূৰ্ণ ভাবে ধংশ কৰা হৈছা! ঈশ্বৰে তেওঁবিলাকক শাস্তি বিহিলে কিয়নো তেওঁবিলাকে আন আন লোকবিলাকক ঈশ্বৰক ত্যাগ কৰিবৰ বাবে হেঁচা দিছিল, যেনে, এগৰাকী ব্যভিচাৰণীয়ে এজন পুৰুষক অধিক দ্ৰাক্ষাৰস সেৱন কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰে আৰু তাৰ ফলস্বৰূপে ব্যভিচাৰত লিপ্ত হয়।” (চাওঁকঃ Metaphor)

Revelation 14:9-10

ঈশ্বৰৰ কোপৰ পান

পাত্ৰ পান কৰিব

“পান

পাত্ৰ পান কৰিব” ইয়াৰ অৰ্থ ঈশ্বৰৰ কোপৰ অভিজ্ঞতা লাভ কৰিব।(চাওঁকঃ Metaphor)

যুগুতাই ৰখা

সেয়েঃ “ঈশ্বেৰ যি যুগুত কৰি ৰাখিছে”(চাওঁকঃ Active or Passive)

তেওঁৰ ক্ৰোধৰূপ পান

পাত্ৰ

ঈশ্বৰৰ ক্ৰোধক দ্ৰাক্ষাৰসেৰ পৰিপূৰ্ণ হৈ থকা পান

পাত্ৰৰ লগত তুলনা কৰা হৈছে।

মিহলি নোহোৱা

ইয়াৰ দ্বাৰাই পানী মিহনি নকৰা দ্ৰাক্ষাৰসৰ কথা কোৱা হৈছে। যাৰ দ্বাৰাই ঈশ্বৰৰ সম্পূৰ্ণ ক্ৰোধৰ কথা কোৱা হৈছে।

তেওঁৰ পবিত্ৰ দূত

“ঈশ্বৰৰ পবিত্ৰ দূত সমূহ”

Revelation 14:11-12

তেওঁবিলাকৰ যাতনাৰ পৰা

“তেওঁবিলাকৰ নিৰন্তৰ যাতনা

কষ্ট”

Revelation 14:13

তেওঁবিলাকৰ কৰ্ম তেওঁবিলাকৰ অনুগামী হব

সেয়েঃ “কিয়নো তেওঁবিলাকৰ কৰ্মৰ বাবে ঈশ্বৰে তেওঁবিলাকক পুৰস্কাৰ দিব”(চাওঁকঃ Idiom)

Revelation 14:14-16

মানুহৰ পুত্ৰৰ নিচিনা

১:১৩ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

কাচি

ঘাঁ বা তেনে জাতীয় বন কাটিবৰ বাবে এবিধ বেঁকা অস্ত্ৰ।

মন্দিৰৰ পৰা ওলাই

সেয়েঃ “সি পৃথিৱীত খেতি কৰিলে”(চাওঁকঃ Active or Passive)

Revelation 14:17-18

ঈশ্বৰে পৃথিৱীৰ লোকসকলক কৰিব লগা বিচাৰৰ যি দৃশ্যাৱলী সেয়ে প্ৰকাশ পাই গৈ থাকিল।(চাওঁকঃ১৪:১৪

১৬)

Revelation 14:19-20

ঈশ্বৰে পৃথিৱীৰ লোকসকলক কৰিব লগা বিচাৰৰ যি দৃশ্যাৱলী সেয়ে প্ৰকাশ পাই গৈ থাকিল।(চাওঁকঃ১৪:১৪

১৬)

দ্ৰাক্ষালতা... মহা

পেৰা

শালত

ইয়ে একে পাত্ৰটিক বুজাইছে

লাগাম

এবিধ আহিলা যাক ব্যৱহাৰ কৰাৰ দ্বাৰাই ঘোঁৰা চালক জনে ঘোঁৰাৰ দিশ নিয়ন্ত্ৰণ কৰিব পাৰে।

Revelation 15

Revelation 15:1-2

পাছে মই দেখিলো... সমাপ্ত হল

ইয়াত ১৫:১ পদটো ১৫:২

১৬:২১ পদকেইটিৰ সাৰাংশ হয়।

মহা

আচৰিত

সেয়েঃ “যিটোৱে সঁচাই মোক অতি আচৰিত কৰি তুলিলে”(চাওঁকঃ Doublet)

সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়

সেয়েঃ “এই মহামাৰী সমূহৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ সমাপ্তি ঘটে।”(চাওঁকঃ Active or Passive)

Revelation 15:3-4

তোমাৰ ন্যায় কৰ্ম প্ৰকাশিত হোৱাত

সেয়েঃ “প্ৰত্যেকে তোমাৰ ন্যায় কৰ্ম দেখিলে আৰু বুজিলে।”(চাওঁকঃ Active or Passive)

Revelation 15:5-6

ইয়াৰ পিছত

“লোক সমূহে গীত গোৱাৰ পিছত”

টঙালি

সুন্দৰকৈ সজোৱা এটুকুৰা কাপোৰ যাক বুকুত পৰিধান কৰা হয়

Revelation 15:7-8

টোকাঃ

চাৰিটা প্ৰাণী

৪:৬ পদটো কি দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 16

Revelation 16:1

মই শুনিলো

পুস্তক খনৰ লিখক যোহনে(১:৯)শুনিলে

ঈশ্বৰৰ ক্ৰোধৰ বাটি

১৫:৭ পদটি কি দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 16:2

নিজৰ বাটি বাকি দিলে

সেয়েঃ “বাটিত থকা তেওঁৰ দ্ৰাক্ষাৰস” বা “বাটিত থকা ঈশ্বৰৰ যি ক্ৰোধ তাক বাকি দিলে”(চাওঁকঃ Metonymy)

ক্লেশ দায়ক বিষম ঘা

“ক্লেশদায়ক ঘা।” এইটো হয়তো সুস্থ হব নোৱাৰা বেমাৰ বা আঘাট।

পশুৰ ছাব

১৩:১৭ পদটি কেনে ধৰণে অনুবাদ কৰিছে চাওঁক।

Revelation 16:3

নিজৰ বাটি বাকি দিলে

১৬:২ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক

সাগৰ

ইয়াৰ দ্বাৰাই পৃথিৱীৰ সকলো নিমখীয়া পানী গোট খাই থকা ঠাইৰ কথা কোৱা ।(চাওঁকঃ Synecdoche)

মৃত লোকৰ তেজৰ নিচিনা

ইয়াৰ অৰ্থ পানী ডাঠ আৰু ৰঙা আৰু তাৰ পৰা বেয়া গোন্ধ ওলাল।

Revelation 16:4-7

নিজৰ বাটি বাকি দিলে

১৬:২ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক

নদী আৰু জলৰ ভুমুকবোৰত

ইয়াৰ দ্বাৰাই সকলো পৰিষ্কাৰ পানী জমা হৈ থকা ঠাইৰ কথা কোৱা হৈছে।(চাওঁকঃ Synecdoche)

জলৰ দূতে

ইয়াৰ দ্বাৰা তৃতীয় দূত জনৰ কথা কোৱা হৈছে। ঈশ্বৰৰ ক্ৰোধ নদী আৰু জলৰ ভুমুকবোৰত পেলোৱাৰ দায়িত্ব তেওঁৰ ওপৰত আছে।

তুমি ন্যায়বান

“তুমি” শব্দটিৰ দ্বাৰাই ঈশ্বৰক বুজোৱা হৈছে।(চাওঁকঃ Forms of You)

যি জনা বৰ্ত্তমান আৰু ভূত

১:৪ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

তেওঁবিলাকে পবিত্ৰ আৰু ভাববাদীসকলৰ ৰক্তপাত কৰিলে

সেয়েঃ “দুষ্ট লোক সকলে পবিত্ৰ আৰু ভাববাদী সকলক হত্যা কৰিলে।”(চাওঁকঃ Metaphor)

তুমিও তেওঁবিলাকক পান কৰিবলৈ তেজ দিলা

ঈশ্বৰে সেই দুষ্ট মানুহ বিলাকক তেওঁ তেজলৈ ৰূপান্তৰিত কৰা পানী পান কৰিবলৈ দিলে।

বেদীয়ে এই কথা কোৱা শুনিলো

অনুমানিক অৰ্থ ১) “বেদীৰ ওচৰত থকা দুতে কথা কোৱা শুনিলো” বা ২) “বেদীৰ ভিতৰত থকা সাধু লোক সকলৰ আত্মাৰ মাত শুনিলো”(চাওঁকঃ Metonymy)

Revelation 16:8-9

নিজৰ বাটি বাকি দিলে

১৬:২ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক

মানুহক জুইৰে তাপিত কৰিবলৈ ক্ষমতা দিলে

যোহনে সূৰ্য্যক এজন মানুহৰ লগত তুলনা কৰি কথাষাৰ কৈছে। সেয়েঃ “সূয্যক মানুহবিলাকক প্ৰচণ্ড ভাবে তাপিত কৰিবলৈ দিলে”(চাওঁকঃ Personification and Active or Passive)

তেওঁবিলাক বৰ তাপেৰে তাপিত হল

সেয়েঃ “প্ৰচণ্ড তাপে তেওঁবিলাকক বেয়াকৈ আঘাট কৰিলে”

ঈশ্বৰৰ নাম নিন্দা কৰিলে

সেয়েঃ “তেওঁবিলাকে ঈশ্বৰক নিন্দা কৰিলে”(চাওঁকঃ Metonymy)

Revelation 16:10-11

নিজৰ বাটি বাকি দিলে

১৬:২ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক

পশুৰ সিংহাসন

পশুৰ শক্তিৰ কেন্দ্ৰস্থল, সম্ভৱত ৰাজ্যৰ ৰাজধানী(চাওঁকঃ Metonymy)

সিহঁতে কামুৰিলে

পশুৰ ৰাজ্যৰ লোকসমূহে কামুৰিলে।

নিন্দা কৰিলে

“সিহঁতে শাও দিলে”

Revelation 16:12-14

ফৰাত নদী, আৰু ইয়াৰ পানী শুকাই গল

সেয়েঃ “ফৰাত আৰু তাৰ পানী শুকাই পেলোৱা হল”(চাওঁকঃ Active or Passive)

বেঙৰ সদৃশ

বেঙ এবিধ সৰু প্ৰাণী যি পানীৰ কাষত বাস কৰে। যিহূদী বিলাকে তাক অশুচি প্ৰাণী বুলি গণ্য কৰে।

পশু

১২:৩ পদটি কেনেদৰে অনুবাদ কৰিছে চাওঁক

Revelation 16:15-16

চোৱা মই চোৰ নিচিনাকৈ আহিছোঁ

৩:৩ অংশটি কি দৰে অনুবাদ কৰিছে চাওঁক।

সিহঁতে তেওঁৰ লাজ দেখা নাপায়

“সিহঁতে” এই শব্দটিৰ দ্বাৰাই আন লোক সকলক বুজোৱা হৈছে।

তেওঁবিলাকক গোট খুৱালে

“চয়তানৰ আত্মাই ৰজা আৰু তেওঁবিলাকৰ সৈন্য সকলক গোট খুৱালে।”

বোলা ঠাইত

“মানুহ বিলাকে বোলা ঠাইত” (চাওঁকঃ Active or Passive)

হৰমগিদোন

এয়া ঠাই খনিৰ নাম।(চাওঁকঃ Translate Names)

Revelation 16:17-21

ঈশ্বৰে সম্পূৰ্ণভাবে বাবিল ধংশ কৰা

নিজৰ বাটি বাকি দিলে

১৬:২ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক

তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহা

বাণী ওলাল

ইয়াৰ অৰ্থ সিংহাসনৰ কাষত বা ওপৰত বহি থকা কোনো এজনে ডাঙৰকৈ চিঞৰীলে। সেয়া কাৰ চিঞৰ তাক স্পষ্টকৈ কব পৰা নাযায়।

মহা

নগৰখন বিভক্ত হল

সেয়েঃ “ভূমিকম্পই নগৰখন বিভক্ত কৰিলে”(চাওঁকঃ Active or Passive)

তাতে ঈশ্বৰে মনত পেলালে

“তাতে ঈশ্বৰে সোঁৱৰণ কৰিলে” বা “তাতে ঈশ্বৰে এইবিষয়ে চিন্তা কৰিলে”

আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পান

পাত্ৰ সেই নগৰক দিলে

ঈশ্বৰে সেই মানুহ বিলাকক কঠোৰ শাস্তি বিহিলে আৰু তেওঁবিলাকে অধিকৈ যাতনা পালে।(চাওঁকঃ Metaphor)

তেওঁ সেই নগৰক পান

পাত্ৰ দিলে

“তেওঁ সেই কাপৰ পৰা পান কৰিবৰ বাবে সেই নগৰক হেঁচা দিলে”

পৰা প্ৰস্তুত হোৱা দ্ৰাক্ষাৰস

সেয়েঃ “যি দ্ৰাক্ষাৰসে প্ৰতিনিধিত্ব কৰিছে”

Revelation 17

Revelation 17:3-5

মুকুটা

এটি মিহি, কঠিন আৰু বগা মণি(চাওঁকঃ Translate Unknowns)

Revelation 17:6-7

তেজত মতলীয়া

ইয়াৰ অৰ্থ, তাই খ্ৰীষ্টৰ বহুতো বিশ্বাসীক আঘট আৰু হত্যা কৰিছে।(চাওঁকঃ Metaphor)

প্ৰাণত্যাগকাৰী

যীচুত বিশ্বাস কৰাৰ বাবে প্ৰাণ হেৰুৱাব লগা হোৱা বিশ্বাসী সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Metaphor)

তুমি কিয় বিস্ময় মানিলা?

“তুমি বিস্ময় হব নালাগে।”(চাওঁকঃ Rhetorical Question)

Revelation 17:8

দূতে যোহনৰ আগত কৈ যাব ধৰিলে।

যি বিলাকৰ নাম লিখা নাই

সেয়েঃ “যীচুৱে যি সকলৰ নাম লিখা নাই”(চাওঁকঃ Active or Passive)

Revelation 17:9-10

দূতে যোহনৰ আগত কৈ যাব ধৰিলে

সাতোটা পৰ্ব্বত যাৰ ওপৰত সেই তিৰোতা বহি আছে

ইয়াত “বহি” থকাৰ অৰ্থ হৈছে সেই ঠাই আৰু লোক সমূহৰ ওপৰত তাইৰ ক্ষমতা আছে।(চাওঁকঃ Metaphor)

Revelation 17:11

দূতে যোহনৰ আগত কৈ যাব ধৰিলে

Revelation 17:12-14

দূতে যোহনৰ আগত কৈ যাব ধৰিলে

Revelation 17:15

যি অনেক পানী দেখিলা, যত সেই বেশ্যা বহি আছে

১৭:১ পদৰ একেটি বাক্যষাৰ কি দৰে অনুবাদ কৰিছে চাওঁক।

অনেক প্ৰজা, লোকসমূহ, জাতিবিলাক আৰু ভাষাৰ লোকবিলাকক

এই সকলোবিলাক শব্দ একে অৰ্থকে প্ৰকাশ কৰে আৰু আৰু বিষয়টিৰ ওপৰত গুৰুত্ব দিবৰ বাবে এনে দৰে লিখা হৈছে। সেয়েঃ “পৃথিৱীৰ সকলোবিলাক মানুহ।”

Revelation 17:16-17

দূতে যোহনৰ আগত কৈ যাব ধৰিলে

তাইক অনাথ আৰু উলঙ্গ কৰি

“তাইৰ যি আছে সকলো বিলাক তাইৰ পৰা লোৱা আৰু তাইৰ হাতত একো থাকিবলৈ নিদিবা”

সিহঁতে তাইৰ মঙহ খাব আৰু তাইক জুইত পুৰি পেলাব

এই দুয়োটা বাক্যৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে তাইক সম্পূৰ্ণ ৰূপে ধংশ কৰা হব।(চাওঁকঃ Parallelism and Metaphor)

ঈশ্বৰৰ বাক্য সিদ্ধ নহয় মানে

সেয়েঃ“ঈশ্বৰে যি কৰিম বুলি কৈছিল তাক সম্পূৰ্ণ নকৰা মানে”(চাওঁকঃ Active or Passive)

Revelation 17:18

দূতে যোহনৰ আগত কৈ যাব ধৰিলে

Revelation 18

Revelation 18:1-6

অশুচি চৰাই

“ঘিণলগীয়া চৰাই” বা “অপ্ৰীতি চৰাই”

সকলো জাতিবিলাক

ইয়াৰ দ্বাৰাই প্ৰতিখন দেশৰ মানুহৰ কথা কোৱা হৈছে(চাওঁকঃ Metonymy)

দ্ৰাক্ষাৰসৰ দ্বাৰাই...তাইৰে সৈতে ব্যভিচাৰ কৰিলে

ইয়াৰ অৰ্থ মানুববিলাকে বাবিলৰ লগ হল আৰু তাইৰ পাপৰ সহভাগী হল।(চাওঁকঃ Metaphor)

ইয়ে তাইৰ ওপৰত ক্ৰোধ আনিলে

“ইয়াৰ বাবে ঈশ্বৰে তাইক শাস্তি বিহিলে”

সদাগৰ

বস্তু বিক্ৰী কৰা ব্যক্তি

শক্তিৰ দ্বাৰাই

সেয়েঃ“যিহেতু তাই নিজৰ লাস

বিলাসৰ বাবে অত্যাধিক ধন খৰচ কৰিছিল”

Revelation 18:7-8

স্বৰ্গৰ পৰা অহা মাতে কৈ যাব ধৰিলে

তাই নিজকে গৰ্ব্ব কৰিলে

“বাবিলৰ লোক সকলে নিজ নিজৰ ওপৰত গৰ্ব্ব কৰিলে”

তাইক জুইত পুৰি পেলোৱা যাব

সেয়েঃ “জুইয়ে সম্পূৰ্ণ ৰূপে তাই পুৰি পেলাব”(চাওঁকঃ Active or Passive)

Revelation 18:9-10

যি ৰজাসকলে তাইৰে সৈতে ব্যভিচাৰী আৰু ধনাৰম্বৰ কৰিছিল

ইয়াৰ অৰ্থ ৰজা আৰু তেওঁৰ লোকসকলে বাবিলৰ দৰে ঈশ্বৰৰ বিৰুদ্ধে পাপ আৰু বিৰুদ্ধআচৰণ কৰিছিল।

হায় হায়

দুবাৰ কোৱাৰ যোগেদি ইয়াৰ গুৰুত্বতাক বুজাব বিচৰা হৈছে।

Revelation 18:11-13

তাইৰ নিমিত্তে ক্ৰন্দন

“বাবিলৰ লোক সকলৰ নিমিত্তে ক্ৰন্দন”

মৰ্ম্মৰ শিলৰ

এবিধ মূল্যবান শিল ঘৰ সাজিবৰ বাবে ব্যৱহাৰ কৰা হয়

মচলা

এবিধ দ্ৰব্য যাক আহৰ সোৱাদ যুক্ত কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়।

Revelation 18:14

ফলবোৰ তোমাৰ

ইয়াত “তোমাৰ” এই বাক্যষাৰৰ দ্বাৰাই বাবিলৰ লোকসকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of You)

সমষ্ট শক্তিৰে বিচৰা

“অধিক ভাবে বিচৰা”

কেতিয়াও নাপাব

সেয়েঃ “তুমি সিহঁতক আৰু কেতিয়াও নাপাবা”(চাওঁকঃ Active or Passive)

Revelation 18:15-17

ধনৱন্ত হৈ গল

সেয়েঃ“তেওঁবিলাকে নিজকে ধনৱন্ত কৰিলে” বা “আৰু তেওঁবিলাকে পিন্ধিলে”

বহুমূলীয়া মণি

“মূল্যবাণ ৰত্ন” বা “ৰত্ন ভাণ্ডাৰ”

বহুমূলীয়া মণি

১৭:৪ পদটি কেনেদৰে অনুবাদ কৰিছে চাওঁক।

Revelation 18:18-22

তাইক পুৰাৰ

“তাইক” এই শব্দটিৰ দ্বাৰাই বাবিল নগৰক বুজোৱা হৈছে।

এই মহা

নগৰৰ তুল্য কোন নগৰ আছে?

সেয়েঃ “বাবিলৰ দৰে আন কোনো মহা

নগৰ নাই।”(চাওঁকঃ Rhetorical Question)

Revelation 18:23-24

দূতে বাবিলৰ লোকসমূহৰ আগত কৈ যাব ধৰিলে।

Revelation 19

Revelation 19:1-2

মই শুনিলো

ইয়াত “মই” শব্দটিৰ দ্বাৰাই যোহনক বুজোৱা হৈছে।

হাল্লিলূয়া

এই শব্দটিৰ অৰ্থ “ঈশ্বৰৰ প্ৰশংসাৰ হওক” বা “আহা ঈশ্বৰৰ প্ৰশংসা কৰোঁ।”

মহা

বেশ্যা

এই বাক্যষাৰে সেই দুষ্ট লোক সকলৰ কথা কৈছে যি সকলে পৃথিবীৰ লোকসকলৰ ওপৰত শাসন কৰে আৰু দেৱতা সমূহৰ আৰাধনা কৰিবৰ বাবে মানুহবিলাকক পৰিচালনা কৰে।

পৃথিৱী ভ্ৰষ্ট কৰে

সেয়েঃ“যি জনে পৃথিবীৰ মানুহ বিলাকক ভ্ৰষ্ট কৰে”(চাওঁকঃ Metonymy)

Revelation 19:3-4

হাল্লিলূয়া

১৯:১ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক

তাইৰ পৰা সদা

সৰ্ব্বদায়

“ব্যভিচাৰী সকলৰ পৰা সদা

সৰ্ব্বদায়।”সেয়েঃ“যি সকলে ব্যভিচাৰ কাৰ্য্যত লিপ্ত হল আৰু তেওঁবিলাক সদা

সৰ্ব্বদায় যাতনা পাব”(চাওঁকঃ Metaphor)

চৌবিশ জন বৃদ্ধলোক

২৪ জন বৃদ্ধলোক(চাওঁকঃ Translate Numbers)

Revelation 19:5

আমাৰ ঈশ্বৰৰ প্ৰশংসা হওঁক

ইয়াত “আমাৰ” শব্দটিয়ে ঈশ্বৰৰ পৰিচৰ্যাকাৰী সকলক বুজাইছে।(চাওঁকঃ Inclusive)

সৰু বৰ সকলোৱে

লিখকে এই দুটি শব্দ ব্যৱহাৰ কৰাৰ দ্বাৰাই সকলো বিলাকক ঈশ্বৰৰ লোকৰ কথা বিচাৰিছে।(চাওঁকঃ Merism)

Revelation 19:6

হাল্লিলূয়া

১৯:১ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক

Revelation 19:7-8

আগৰ পদটিত আৰম্ভ হোৱা গীতটি ইয়াতো গাই থকা দেখা গৈছে

আহা আমি আনন্দ আৰু উল্লাস কৰোঁ

ইয়াত “আমি” শব্দটিৰ দ্বাৰাই ঈশ্বৰৰ দাস সকলক বুজোৱা হৈছে।

তেওঁক গৌৰৱ স্বীকাৰ কৰোঁহক

“সকলো গৌৰৱ ঈশ্বৰক দিয়া”

মেৰ পোৱালিৰ বিবাহ... নিজকে যুগুত কৰিলে

ইয়াৰ দ্বাৰাই যীচু আৰু তেওঁৰ লোকসকল অনন্ত কালৰ বাবে এক লগ হোৱা কাৰ্য্যক বুজাইছে।(চাওঁকঃ Metaphor)

মেৰপোৱালি

৫:৬ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 19:9-10

মেৰ পোৱালিৰ বিবাহৰ ভোজলৈ

বিবাহৰ দ্বাৰাই যীচু আৰু তেওঁৰ লোকসকল অনন্তকালৰ বাবে এক লগ হোৱা কাৰ্য্যক বুজাইছে।(চাওঁকঃ Metaphor)

মই তেওঁৰ চৰণত পৰিলো

চৰণত পৰিলো অৰ্থাৎ কাৰোবাৰ সন্মূখত মূখ তল কৰি মাটিত শুই পৰাৰ দ্বাৰাই তেওঁক সন্মান যঁচা আৰু তেওঁৰ সেৱা কৰা অৰ্থ বুজাই। ১৯:৩ পদৰ টোকাটি চাওঁক।

Revelation 19:11-13

পাছে মই স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিলো

এই ছবি খনিৰ দ্বাৰাই এটি নতুন দৰ্শণৰ আৰম্ভনি হোৱা সূচায়ছে। ১৫:৫ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

তেওঁ পিন্ধা বস্ত্ৰ তেজৰ ছিটা লগা

সেয়েঃ“তেওঁ যি পোচাক পিন্ধিছিল তাত তেজৰ দাগ লাগি আছিল” বা “তেওঁ তেজ লাগি থকা এটি বস্ত্ৰ পৰিধান কৰিছিল।”

Revelation 19:14-16

তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলাল

১:১৬ পদটি কেনে দৰে অনুবাদ কৰা হৈছে চাওঁক।

জাতিবিলাকক আঘাত কৰিবলৈ

“জাতিবিলাক ধংশ কৰিবলৈ” বা “জাতি সমূহক নিজৰ অধীনলৈ আনিবলৈ”

লোহৰ দণ্ডৰে তেওঁবিলাকক শাসন কৰিব

১২:৫ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

তেওঁৰ বস্ত্ৰত আৰু তেওঁৰ কৰঙনত এটা নাম লিখা আছে

সেয়েঃ “তেওঁৰ বস্ত্ৰত আৰু কৰঙনত এটি নাম লিখি ৰখা হৈছে”(চাওঁকঃ Active or Passive)

Revelation 19:17-20

স্বধীন আৰু দাস, সৰু আৰু বৰ

দূতে এই শব্দকেইটি একে লগে ব্যৱহাৰ কৰাৰ দ্বাৰাই সকলো লোককে বুজাব বিচাৰিছে।(চাওঁকঃ Merism)

Revelation 19:21

অৱশিষ্টবিলাক

“পশুৰ সৈন্যৰ বাকী থকা সকল”

তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলাল

১:১৬ পদটি কেনে দৰে অনুবাদ কৰা হৈছে চাওঁক।

Revelation 20

Revelation 20:1-3

তাতে মই দেখিলো

ইয়াত “মই” অৰ্থাৎ যোহনক বুজোৱা হৈছে।

দ আৰু অগাধ গাঁত

৯:১ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

নাগ

১২:৩ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

এহেজাৰ বছৰলৈ

“১,০০০ বছৰ”(চাওঁকঃ Translate Numbers)

সি মুক্ত হব লাগিব

সেয়েঃ“ঈশ্বৰে তেওঁৰ দূতক তাক মুকলি কৰি দিবৰ বাবে কব”(চাওঁকঃ Active or Passive)

Revelation 20:4

যি বিলাকৰ মূৰ ছেদন কৰা হৈছিল

সেয়েঃ“যি সকলৰ মূৰ আন লোকসকলে ছেদন কৰিলে”(চাওঁকঃ Active or Passive)

Revelation 20:5-6

মৃতবিলাকৰ অৱশিষ্ট লোক

“সেই আন মৃত লোকবিলাক”

এহেজাৰ বছৰৰ শেষ হল

“১০০০ বছৰৰ শেষত”(চাওঁকঃ Translate Numbers)

দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই

ইয়াত যোহনে “মৃত্যু” ক এজন মানুহৰ শক্তিক বুজাইছে। সেয়েঃ “এই লোকবিলাকে দ্বিতীয় মৃত্যুৰ নেদেখিব”(চাওঁকঃ Personification)

দ্বিতীয় মৃত্যুৰ

২:১১ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 20:7-8

পৃথিৱীৰ চাৰি চুকত

৭:১

৩ পদকেইটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

গোগ আৰু মগোগ

এই দুটা শব্দ ভাৱবাদী যিহিষ্কেলে ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁ বহুদূৰণীৰ দেশৰ কথা কব বিচাৰিছিল।(চাওঁকঃ Explicit and Implicit and Translate Names)

সাগৰৰ বালিৰ সমান সংখ্যা

ইয়াৰ দ্বাৰাই চয়তানৰ এক বিৰাত সৈন্যৰ কথা বুজাব বিচৰা হৈছে।(চাওঁকঃ Simile)

Revelation 20:9-10

সিহঁত গৈ

“চয়তানৰ সৈন্যবিলাক গল”

জুইৰ সৰোবৰ

১৯:২০ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 20:11-12

তেওঁৰ সন্মূখৰ পৰা পৃথিবী আৰু আকাশমণ্ডল পলাই গল, পাছে সিহঁতৰ বাবে ঠাই পোৱা নগল

যোহনে পৃথিবী আৰু আকাশমণ্ডলক ব্যক্তিৰ লগত তুলনা কৰিছে যিয়ে ঈশ্বৰৰ বিচাৰৰ সন্মূখৰ পৰা পলাবলৈ চেষ্টা কৰিছে। ইয়াৰ অৰ্থ এই যে ঈশ্বৰৰ উপস্থিতিয়ে পুৰণি স্বৰ্গ আৰু পৃথিৱীক সম্পূৰ্ণ ৰূপে ধংশ কৰিলে।(চাওঁকঃ Personification)

সৰু আৰু বৰ

যোহনে এই দুটি শব্দ ব্যৱহাৰ কৰাৰ দ্বাৰাই সকলো মৃত লোকক বুজাব বিচাৰিছে।(চাওঁকঃ Merism)

পুস্তক সমূহ মেলা হল

সেয়েঃ“আৰু পুস্তক সমূহ মেলা হল”(চাওঁকঃ Active or Passive)

Revelation 20:13-15

মৃতবিলাকৰ সোধ

বিচাৰ কৰা হল

সেয়েঃ“ঈশ্বৰে মৃতবিলাকৰ বিচাৰ কৰে”(চাওঁকঃ Active or Passive)

দ্বিতীয় মৃত্যুৰ

২:১১ পদটি কি দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 21

Revelation 21:1-4

মই দেখিলো

ইয়াত “মই” দ্বাৰাই যোহনক বুজোৱা হৈছে।

দৰাৰ কাৰণে বিভূষিত কন্যা যেনে

ইয়াৰ দ্বাৰাই কব বিচৰা হৈছে যে নতুন যিৰূচালেম খনি অতি সুন্দৰ হব।(চাওঁকঃ Simile)

Revelation 21:5-6

আলফা আৰু ওমেগা, আদি আৰু অন্ত

এই দুটি বাক্যৰ অৰ্থ একে, আৰু দুয়োকো একে লগে ব্যৱহাৰ কৰাৰ দ্বাৰাই ঈশ্বৰ যে অনন্তকলীয়া সেই বিষয়টোৰ ওপৰত গুৰুত্ব দিব বিচৰা হৈছে।(চাওঁকঃ Doublet and Merism)

আলফা আৰু ওমেগা

১:৮ পদটি কেনেদৰে অনুবাদ কৰিছে চাওঁক।

পিয়াহ লগা জনক মই... জীৱন জলৰ

ইয়াৰ অৰ্থ ঈশ্বৰে সেই সকল লোকক বিনামূল্যে অনন্ত জীৱন দান কৰিব যি জনে প্ৰকৃততে তাক বিচাৰিব।(চাওঁকঃ Metaphor)

Revelation 21:7-8

ভয়াতুৰ

“যি জনে যি সত্য তাক কৰিবলৈ ভয় কৰে”

ঘিণলগীয়া

“যি সকলে অতি বেয়া কাৰ্য্য সম্পন্ন কৰে”

জুই আৰু গন্ধৰসে জ্বলি থকা সৰোবৰ

১৯:২০ পদটে কেনে দৰে অনুবাদ কৰিছে চাওঁক।

দ্বিতীয় মৃত্যু

২:১১ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 21:9-10

কন্যা, মেৰ

পোৱালিৰ ভাৰ্য্যা

ইয়াত বিবাহৰ এখনি ছবি দেখুবালৈ চেষ্টা কৰা হৈছে য’ত যীচু তেওঁৰ লোকসকলৰ সৈতে তেওঁৰ পবিত্ৰ নগৰত সদাকালৰ বাবে বাস কৰিব।(চাওঁকঃ Metaphor)

মেৰপোৱালি

5:৬ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

তাতে তেওঁ মোক আত্মাত লৈ গল

১৭:৩ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 21:11-13

যিৰূচালেম

“স্বৰ্গীয় যিৰূচালেম” বা “নতুন যিৰূচালেম”

স্ফটিক

৪:৬ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

সূৰ্য্যকান্ত

৪:৩ পদটি কেনেদৰে অনুবাদ কৰিছে চাওঁক।

বাৰখন দুৱাৰ

“১২ খন দুৱাৰ”(চাওঁকঃ Translate Numbers)

লিখা আছে

সেয়েঃ “ঈশ্বৰে লিখিলে”(চাওঁকঃ Active or Passive)

Revelation 21:14-15

মেৰপোৱালি

যীচুক বুজাইছে। ৫:৬ পদটি কেনেদৰে অনুবাদ কৰিছে চাওঁক।

Revelation 21:16-17

চাওঁকঃ অনুবাদৰ সংখ্যা

Revelation 21:18-20

সূৰ্য্যকান্তু…মৰকতৰ…চাৰ্দ্দীয়

৪:৩ পদটি কেনেদৰে অনুবাদ কৰিছে চাওঁক।

নীলকান্তু…তাম্ৰ…বৈদুৰ্য্য…গোমেদকৰ…পদ্মাৰাগ…লশুনীয়…পেৰোজ…কটাহেলা…স্বৰ্ণমণি

এই সকলো বিলাক একো একোটা মূল্যবান মুকুটা।(চাওঁকঃ Translate Unknowns)

Revelation 21:21-22

মুকুটা

১৭:৪ পদটি কেনেদৰে অনুবাদ কৰিছে চাওঁক

প্ৰভু

পৰমেশ্বৰ…আৰু মেৰ পোৱালিয়েই তাৰ মন্দিৰ

মন্দিৰে ঈশ্বৰে উপস্থিতিৰ কথা সূচায়। ইয়াৰ অৰ্থ নতুন যিৰূচালেমত মন্দিৰৰ প্ৰয়োজন নহব কিয়নো তাত ঈশ্বৰ আৰু মেৰ পোৱালি নিবাস কৰিব।(চাওঁকঃ Metaphor)

Revelation 21:23-25

মেৰ পোৱালিয়েই তাৰ প্ৰদীপস্বৰূপ

ইয়াৰ অৰ্থ যীচুৰ প্ৰদীপে গোটেই নগৰ খনক পোহৰ বিলাব।(চাওঁকঃ Metaphor)

তাৰ দুৱাৰবোৰ কেতিয়াও বন্ধ নহব

সেয়েঃ“কোনোৱে সেই দুৱাৰ বন্ধ নকৰিব”(চাওঁকঃ Active or Passive)

Revelation 21:26-27

কেৱল যি বিলাকৰ নাম সেই মেৰ পোৱালিৰ জীৱন

পুস্তকত লিখা আছে

সেয়েঃ“পাছে কেৱল সেই সকলৰ নামহে যি সকলৰ নাম মেৰ পোৱালিয়ে নিজৰ জীৱন পুস্তকত লিখিলে”(চাওঁকঃ Active or Passive)

মেৰ পোৱালি

৫:৬ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

Revelation 22

Revelation 22:1-2

মোক দেখুৱালে

ইয়াত “মোক” অৰ্থাৎ যোহনৰ কথা কোৱা হৈছে।

স্ফটিকৰ নিচিনা উজ্বল

৪:৬ পদটি কি দৰে অনুবাদ কৰিছে চাওঁক।

মেৰ পোৱালি

৫:৬ পদটি কি দৰে অনুবাদ কৰিছে চাওঁক।

বাৰ বেলি ফল

“১২ বিধ ফল”(চাওঁকঃ Translate Numbers)

Revelation 22:3-5

তেওঁৰ দাস বিলাকে তেওঁক আৰাধনা কৰিব

“তেওঁৰ” আৰু “তেওঁক” অনুমানিক অৰ্থ ১)ইয়াৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ কথা কোৱা হৈছে বা ২) ইয়াৰ দ্বাৰাই ঈশ্বৰৰ মেৰ পোৱালিৰ কথা কোৱা হৈছে বা ৩) ইয়াৰ দ্বাৰাই পিতৃ ঈশ্বৰ আৰু মেৰ পোৱালি, যি একে লগে শাসন কৰে সেই দুয়ো জনৰ কথা কোৱা হৈছে।

Revelation 22:6-7

এই কথাবোৰ বিশ্বাসযোগ্য আৰু সত্য

২১:৫ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

চোৱা মই গৈছো

৬ আৰু ৭ পদ দুটিৰ বাৰ্তা বাহক দুজন বেলেগ বেলেগ। ৭ পদত এতিয়া যীচুৱে কথা কৈছে, UDB ত কোৱাৰ দৰে।

Revelation 22:8-9

প্ৰণিপাত

ইয়াৰ অৰ্থ মাটিত দীঘল দি পৰি দিয়া। এয়া আৰাধনাৰ এটি গুৰুত্বপূৰ্ণ অংশ, যাৰ দ্বাৰাই সন্মান আৰু সেৱা কৰাৰ মনোভাৱ দেখুওৱা হয়।

Revelation 22:10-11

তেওঁ মোক কলে

“দূতে মোক কলে”

Revelation 22:12-13

আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত

এই তিনিটা বাক্যই একে অৰ্থ প্ৰকাশ কৰে আৰু ইয়াক একে লগে কোৱাৰ দ্বাৰাই যীচু যে সদাসৰ্বদায় আছে তাক বুজাব বিচৰা হৈছে।(চাওঁকঃ Parallelism and Merism)।

আলফা আৰু ওমেগা

১:৮ পদটিত কেনে দৰে অনুবাদ কৰিছে চাওঁক।

আলফা আৰু ওমেগা

ইয়াক এক নিদিষ্ট পৰিবেশ বা সমাজ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি অনুবাদ কৰিব লাগে। উদাহৰণ স্বৰূপে গ্ৰীক ভাষাৰ জ্ঞান নথকা ব্যক্তি এজনৰ বাবে আলফা আৰু ওমেগা শব্দ দুটিৰ কোনো বিশেষ মূল্য নাই, সেয়েহে যি ভাষাত অনুবাদ কৰা হয় সেই ভাষাত তাৰ অৰ্থ প্ৰকাশ কৰিব পৰা শব্দ ব্যৱহাৰ কৰিব লাগে।

প্ৰথম আৰু শেষ

১:১৭ পদটিত কেনে দৰে অনুবাদ কৰিছে চাওঁক।

আদি আৰু অন্ত

২১:৬ পদটিত কেনে দৰে অনুবাদ কৰিছে চাওঁক

Revelation 22:14-15

নিজ নিজ বস্ত্ৰ ধোলে…জীৱন

বৃক্ষ পৰা খালে

যি সকল লোক আত্মিক ভাবে শুচি তেওঁবিলাকে জীৱিত ঈশ্বৰৰ লগত সদায়ৰ কাৰণে নিবাহ কৰাৰ দ্বাৰাই অনন্ত জীৱনৰ ফল গ্ৰহণ কৰিব পাৰিব।(চাওঁকঃ Metaphor)

বাহিৰত

ইয়াৰ অৰ্থ তেওঁবিলাক নগৰৰ বাহিৰত থাকিব আৰু ভিতৰৈল সোমাবলৈ অনুমতি নাপাব।

কুকুৰবোৰ

তেওঁবিলাকৰ সমাজত কুকুৰ অশুচি আৰু ঘিণলগীয়া জন্তু। ইয়াক বেয়া লোকসকলক বুজাবৰ বাবে ব্যৱহাৰ কৰা হয়।

Revelation 22:16

তোমালোকক সাক্ষ্য দিবলৈ

ইয়াত “তোমালোকক” শব্দটি বহুবচনত আছে।

দায়ূদৰ মূল আৰু বংশ

“মূল” আৰু “বংশ” দুয়োটা শব্দই একে অৰ্থকে বুজায়। ইয়াৰ দ্বাৰাই যীচু যে দায়ূদৰ বংশৰ তাক বুজাব বিচৰা হৈছে।(চাওঁকঃ Explicit and Implicit and Doublet)

উজ্বল প্ৰভাতীয় তৰা

এয়া অতি ৰাতি পোৱা দেখা দিয়া সেই উজ্বল তৰা যিয়ে ৰাতি পুৱাৰ যে হৈছে তাৰ ইংগিত বহন কৰে। ইয়াৰ দ্বাৰাই যীচু যে মচীহ হয় তাকো বুজাইছে।(চাওঁকঃ Metaphor)

Revelation 22:17

যি জনৰ পিয়াহ লাগে…জীৱন জল

ইয়াৰ অৰ্থ ঈশ্বৰে সেই জন ব্যক্তিক অনন্ত জীৱন বিনামূলীয়াকৈ দান কৰিব যি জনে প্ৰকৃততে ইয়াক বিচাৰে।(চাওঁকঃ Metaphor)

Revelation 22:18-21

মই এই সাক্ষ্য দি কৈছো

ইয়াত “মই” অৰ্থাৎ যোহনক বুজোৱা হৈছে।

কিবা যোগ কৰে… বা গুচায়

ভাৱবাণী যেন কোনোৱে সলনি নকৰে সেই সম্বন্ধে এয়া কঠোৰ সাৱধান বাণী।

এই পুস্তকত লিখা

সেয়েঃ “এই পুস্তকত মই যি যি লিখিলো”(চাওঁকঃ Active or Passive)