Hebrews
Hebrews 1
Hebrews 1:1-3
কান্তি
পোহৰ
তেওঁৰ মুলৰ একেই লক্ষণ
যেতিয়া কোনো মানুহে পুত্ৰলৈ চায়, ঈশ্বৰ কেনে, তাক তেওঁ দেখা পায়।
তেওঁৰ প্ৰভাবৰ বাক্য
তেওঁৰ শক্তিশালী বাক্য
তেওঁ পাপৰ পৰা শুচি কৰাত সিদ্ধি লাভ কৰিলে
তেওঁ আমাক পাপৰ পৰা সম্পূৰ্ণ শুচি কৰিলে।"
Hebrews 1:4-5
কিয়নো দূত বিলাকৰ কোনজনক তেওঁ কেতিয়াবা কলে?
"কিয়নো ঈশ্বৰে তেওঁৰ দূত বিলাকৰ কোনো এজনক কেতিয়াও কোৱা নাছিল
"(চাওকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
আৰু আকৌ.......?
"আৰু আকৌ, তেওঁ দূতবিলাকৰ কোনো এজনক কেতিয়াও কোৱা নাছিল........."
Hebrews 1:6-7
তেওঁৰ সেৱক বিলাক
দূতবিলাক
আত্মাবিলাক
জুইৰ শিখা
সম্ভাৱ্য অৰ্থঃ (১) তেওঁ দূতবিলাকক আত্মাৰূপ কৰে আৰু তেওঁলোকে তেওঁক জুইৰ শিখাৰ দৰে সেৱা কৰে (UDB), (2) তেওঁ বতাহক আৰু জুইৰ শিখাক তেওঁৰ দূত কৰে।
Hebrews 1:8-9
পুত্ৰৰ বিষয়ে তেওঁ কৈছে
"পুত্ৰৰ বিষয়ে ঈশ্বৰে কৈছে"
ৰাজদণ্ড
এডাল বিশেষ লাঠী যিডাল ৰজাই বা ৰাণীয়ে নিজ ক্ষমতা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰে
আপোনাক অধিক আনন্দদায়ক তেলেৰে অভিষেক কৰিলে
" আপোনাক অধিক আনন্দদান কৰিলে " (চাওকঃ Metony my)
আনন্দদায়ক তেল
সম্ভাব্য অৰ্থসমূহঃ (১) মানুহে উত্সৱ পালনৰ সময়ত ব্যৱহাৰ কৰা সুগন্ধি তেল (চাওকঃ UDB) বা (২) যি তেলে মানূহ বিলাকক ৰজা পদত অধিস্থিত কৰোতে অভিষেক কৰিছিল। এই ক্ষেত্ৰত "আনন্দ"টো ঈশ্বৰে দিয়া সন্মানৰ পৰা আহিছিল।
Hebrews 1:10-12
ক্ষয় যোৱা
বুঢ়া হোৱা
সাজপোচাক
কানি কাপোৰ
সিবিলাকক নুৰিওৱা
আপোনাৰ পুৰণি কাপোৰ বিলাক ব্যৱহাৰৰ অনুপযোগী হলে আপুনি কি কৰিব তাৰ বাবে এটা ক্ৰিয়া পদ ব্যৱহাৰ কৰক।
হলৌচোলা
ওপৰত পিন্ধা ঢিলা পোচাক
শেষ নহব
কেতিয়াও সমাপ্ত নোহোৱা।
Hebrews 1:13-14
বহা টুল
বহি থাকোতে ভৰি কেইখন আৰাম দিবৰ বাবে ৰখা ঠাই।
যিবিলাকে যুগুত
যিবিলাকে কৰিব
সকলো দূতেই আত্মা নহয়নে
সলনি অনুবাদঃ সকলো দূতেই আত্মা যিবিলাক (চাওকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
Hebrews 2
Hebrews 2:1
সিদ্ধি কৰা
সলনি অনুবাদঃ লাভ কৰা
ভাঁহি যোৱা
অবাটে যোৱা
বৈধ
সত্য বুলি নিৰূপণ কৰা
প্ৰত্যেক পাপ আৰু অবাধ্যতাই উপযুক্ত শাস্তি/দণ্ড পায় সলনি অনুবাদঃ "পাপ কৰোতা আৰু অবাধ্য হোৱা প্ৰতিজন মানুহেই উপযুক্ত দণ্ড পাব" (চাওকঃ Hendiadys)
Hebrews 2:2-6
অৱজ্ঞা কৰা
"অৱহেলা কৰা" বা গ্ৰহণ নকৰা"
বিলাই দিলে
বিতৰণ কৰিলে, ভগাই দিলে
তেওঁৰ নিজৰ অভিপ্ৰায় অনুসৰি
"যিদৰে তেওঁ কৰিবলৈ ইচ্ছা কৰিছিল, ঠিক সেইদৰে"
Hebrews 2:7-8
মানবজাতি
মানুহ বিলাক
তেওঁ নিজৰ অধীন নকৰাকৈ একোকেই নাৰাখিলে
সলনি অনুবাদঃ "তেওঁ সকলোকে তেওঁৰ অধীন কৰিলে" (চাওকঃ Litotes)
Hebrews 2:9-10
দূত বিলাকতকৈ সৰু কৰিলে ........ প্ৰতাপ আৰু সমাদৰ
২:৭ পদত কৰাদৰে এইটো অনুবাদ কৰক।
Hebrews 2:11-12
তেওঁবিলাকক ভাই বুলি কবলৈ লজ্জিত নহয়
"তেওঁলোকক তেওঁৰ ভাই বিলাক বুলি কবলৈ সন্তোস পালে" (চাওকঃ Litotes)
Hebrews 2:13-15
আৰু তেওঁ আকৌ কৈছে,
সলনি অনুবাদঃ "আৰু এজন ভাৱবাদীয়ে খ্ৰীষ্টে ঈশ্বৰৰ সৰ্ম্পকে কি কলে, শাস্ত্ৰৰ আন এক বাক্যাংশত লিখিলে।"
সকলোৱেই তেজ আৰু মাংসৰ অংশীদাৰ
সলনি অনুবাদঃ
"সকলোৱেই মানুহ" (udb)
(চাওকঃ Metonymy)
তেওঁলোকৰ গোটেই জীৱনকাল দাসত্বত কটালে
সলনি অনুবাদঃ এই খণ্ড বাক্যটো আলংকাৰিক, আৰু ই মৃত্যৰ ভয়ৰ দাসত্বক বুজাইছে (চাওকঃMetaphor)
Hebrews 2:16-18
সিদ্ধি কৰা
সলনি অনুবাদঃ লাভ কৰা
Hebrews 3
Hebrews 3:1-4
আমাৰ স্বীকাৰোক্তিৰ
সলনি অনুবাদঃ "যিজনক আমি স্বীকাৰ কৰো" বা "যিজনক আমি বিশ্বাস কৰো"
Hebrews 3:5-8
ঈশ্বৰৰ ঘৰ
ঈশ্বৰৰ পৰিয়ালৰ মানুহ বিলাক
দৃঢ় বিশ্বাসৰ গৌৰব
যিটোত আমি গৌৰব কৰিব পাৰো যে আমাৰ আশা আছে (চাওকঃ Hendiadys)
Hebrews 3:9-11
অসন্ত্তষ্ট হল
"অসুখী"
তেওঁলোকৰ চিন্তাধাৰা সদায়েই ভ্ৰান্তিজনক
সলনি অনুবাদঃ "তেওঁলোকে সদায়েই মোৰ পাছত চলিবলৈ অস্বীকাৰ কৰে" (চাওকঃ উপভাষা)
তেওঁলোকে মোৰ বিশ্ৰামত নোসোমাব
"মই যত থাকো বা মই যত আছো, তাত থাকিবলৈ মই তেওঁলোকক অনুমতি নিদিম" (চাওকঃ Metonymy)
Hebrews 3:12-13
তোমালোকৰো কোনোজনৰ অবিশ্বাসৰ দুষ্ট হৃদয়
"এক বেয়া, অবিশ্বাসী হৃদয় তোমালোকৰ কোনো জনৰ" বা "এক অবিশ্বাসী হৃদয় যিয়ে তোমালোকক কুকৰ্ম্ম" কৰিবলৈ চলাই নিয়ে" (চাওকঃ Hendiays)
এখন হৃদয় যি অপসাৰিত কৰিব
"এখন হৃদয়, যি হৃদয়ে তোমালোকক অপসাৰিত কৰিব"। সলনি অনুবাদঃ এটা নতুন বাক্য আৰম্ভ কৰিঃ "অপসাৰিত নহবা, খহি নপৰিবা"
জীৱিত ঈশ্বৰ
সম্ভাব্য অৰ্থ সমূহঃ (১) সত্য ঈশ্বৰ যিজন প্ৰকৃততে জীৱিত" (চাওকঃ UDB) বা (২) "ঈশ্বৰ যিজনে জীৱন দিয়ে, জীৱন দিওঁতা ঈশ্বৰ।"
যেতিয়ালৈকে আজি বুলি কোৱা হয়
যেতিয়ালৈ সুযোগ আছে
তোমালোকৰ মাজৰ কোনেও যেন পাপৰ প্ৰৱঞ্চনাৰ দ্বাৰা কঠিন হৈ নাযায়।
"আকোঁৰগোঁজ হোৱা, প্ৰৱঞ্চিত হবলৈ আনক সুবিধা দিয়া আৰু পাপ কাৰ্য্য কৰে" (চাওকঃ UDB) বা "তোমালোকে পাপ নকৰিবা, নিজকে প্ৰৱঞ্চণা নকৰিবা, আৰু আকোঁৰগোঁজ নহবা" (চাওকঃ Personification)
Hebrews 3:14-15
কিয়নো আমি হলো
লেখক আৰু পঢ়োৱৈ বিলাক দুয়ো (চাওকঃ inclusive)
দৃঢ় বিশ্বাস
সম্পূৰ্ণ ভাৰসা
শেষলৈকে
মৃত্যু (চাওকঃ Euphemism)
তেওঁৰ মাত
"ঈশ্বৰ" বা "ঈশ্বৰে যি কৈছে" (চাওকঃ Metonymy)
কঠিন কৰা
৩:১৩ পদত কেনেদৰে অনুবাদ কৰিলে চাওক।
Hebrews 3:16-19
তেওঁলোকে তেওঁৰ বিশ্ৰামত নোসোমাব
"ঈশ্বৰে, তেওঁ যত আছে, তাত বিশ্ৰাম লবলৈ অনুমতি নিদিব"
আমি
গ্ৰন্থকাৰ আৰু পঢ়োৱৈ বিলাক (চাওকঃinclusive)
Hebrews 4
Hebrews 4:1-2
সেইকাৰণে
কিয়নো ঈশ্বৰে তেওঁৰ অবাধ্য হোৱা বিলাকক নিশ্চয়ে দও দিব (৩:১৯)
ঈশ্বৰে তেওঁৰ বিশ্বাসত সোমাবলৈ অব্যাহত ৰখা অংগীকাৰত উপনীত হবলৈ যেন কোনো বিফল নোহোৱা
সলনি অনুবাদঃ
"তোমালোকৰ কোনো এজনক ঈশ্বৰে নকবযে তোমালোকে তেওঁ যতে আছে তেওঁৰ সেই বিশ্ৰামত নোসোমোৱা" বা "ঈশ্বৰে তোমালোক সকলোকে কব যে তোমালোকে যেন তেওঁ যত আছে তেওৰ সেই বিশ্বামত সোমোৱা" (চাওকঃ Melasoher)
আমি নিশ্বয় হব লাগিব
লেখক আৰু পঢ়োৱৈ বিলাক নিশ্বয়কৈ হব লাগিব (চাওকঃ inclusive)
আমালৈ
লেখক আৰু পঢ়োৱৈ বিলাকলৈ
সেই শুনোতা বিলাক যিসকলে বিশ্বাস নকৰিলে
সলনি অনুবাদঃ "যিসকলে খ্ৰীষ্টৰ বাৰ্তাটো শুনিলে কিন্ত্ত বিশ্বাস নকৰিলে।"
Hebrews 4:3-5
জগতৰ আদিতেই তেওঁৰ সৃষ্টি কৰ্ম্ম সমাপ্ত কৰিলে
সলনি অনুবাদঃ "তেওঁ জগত সৃষ্টি কৰাৰ আগতেই তেওঁৰ পৰিকল্পনা সম্পূৰ্ণ ৰূপেনিৰ্মাণ কৰিলে"
তেওঁলোকে মোৰ বিশ্ৰামত নোসোমাব
"তেওঁলোকে, মই যত আছো, তাত বিশ্ৰাম নাপবি"
Hebrews 4:6-7
ঈশ্বৰৰ বিশ্ৰামত সোমাবলৈ এতিয়াও কিছুমানৰ কাৰণে সংৰক্ষিতহৈ আছে।
"ঈশ্বৰ য'ত থাকে সেই ঠাইত তেওঁৰে সৈতে বিশ্ৰাম লবলৈ এতিয়াও কিছুমান মানুহক ঈশ্বৰে অনুমতি দিয়ে।"
তেওঁৰ মাত
"ঈশ্বৰ" বা "ঈশ্বৰে যিকৈছে" (চাওকঃ Metonymy)
তোমালোকৰ হৃদয় কঠিন নকৰিবা
সলনি অনুবাদঃ "আঁকোৰগোঁজহৈ তেওঁৰ অবাধ্য নহবা" (চাওকঃidiom)
Hebrews 4:8-11
যিজনে ঈশ্বৰৰ বিশ্ৰামত সোমায়
"যিবিলাকে, ঈশ্বৰ য'ত আছে সেইঠাইত তেওঁৰে সৈতে বিশ্ৰামত আছে"
সেই বিশ্ৰামত সোমাবলৈ আহা আমি আগ্ৰহাম্বিত হওঁহক
"ঈশ্বৰ য'ত আছে, তেওঁৰে সৈতে বিশ্ৰাম লবলৈ আমি সাধ্য অনুসাৰে সকলো কৰা উচিত"
আগ্ৰহাম্বিতহোৱা
"বৰ ইচ্ছুক"
অবিশ্বাসৰ শ্ৰেণীত পতিত হোৱা
সলনি অনুবাদঃ সেই একেদৰেই অবাধ্য হোৱা"
যিটো সিহঁতে কৰিলে
যিদৰে অৰণ্যত ইস্ৰায়েলী সকলে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।+E28
Hebrews 4:12-13
ঈশ্বৰৰ বাক্য
ঈশ্বৰৰ লিখিত বা কথিত বাৰ্তা
জীৱিত আৰু সক্ৰীয়
ঈশ্বৰৰ বাক্য জীৱিত; আৰু ই শক্তিশালী (চাওকঃ Personification)
দুধৰীয়া তৰোৱালতকৈ চোকা
ঈশ্বৰৰ বাক্য) আমাৰ অন্তৰৰ গভীৰতম স্থানলৈ ভেদ কৰে (চাওকঃ Metaphor)
মনল ভাৱনা আৰু অভিপ্ৰায় ভেদ কৰে
ঈশ্বৰৰ বাক্যই আমাৰ গোপন মন্ত্ৰনাবোৰো প্ৰদৰ্শন কৰে। (চাওকঃ Rersonification) আৰু (চাওকঃ Idion)
যিজনৰ ওচৰত আমি হিচাব দিব লাগিব তেওঁৰ দৃষ্টিত সকলো উদং আৰু মুকলি
"আমি কিদৰে জীৱন নিৱাস কৰিছো, ঈশ্বৰে, যিজনে বিচাৰ কৰিব, সকলোকে দেখি থাকে" (চাওকঃ Metenymy)
Hebrews 4:14-16
আমাৰে সৈতে সমবেদনা জনাব নোৱাৰা মহা পুৰোহিত আমাৰ নাই
"আমাৰ এজনা মহা পুৰোহিত আছে যিজনা আমাৰ সমবেদনাৰ ভাগী (চাওকঃ দুটা নেতিবাচক)
তেওঁ নিষ্পাপ
সলনি অনুবাদঃ "তেওঁ পাপ নকৰিলে"
অনুগ্ৰহৰ সিংহাসন
সলনি অনুবাদঃ "ঈশ্বৰৰ সিংহাসন অনুগ্ৰহেৰে পৰিপূৰ্ণ" বা "ঈশ্বৰ অনুগ্ৰহশীল, তেওঁ তেওঁৰ সিংহাসনত বহি আছে" (চাওকঃ Metonymy)
Hebrews 5
Hebrews 5:1-5
তেওঁলোকৰ সলনি কাৰ্য কৰিলে
সলনি অনুবাদঃ "তেওঁলোকক প্ৰতিনিধিত্ব কৰে"
বাধ্য হল
সলনি অনুবাদঃ "আৱশ্যক হল"
Hebrews 5:6
তেওঁ কৈছে
ঈশ্বৰেও কৈছে (৫:৫)
Hebrews 5:7-8
তেওঁ মাংসত থকা সময়ছোৱাত
সলনি অনুবাদঃ "তেওঁ যেতিয়া পৃথিবীত বাস কৰিছিল"
Hebrews 5:9-11
তোমালোকৰ শ্ৰৱনশক্তি ভোটা
"বুজিবলৈ তোমালোক লেহেম" (UDB) বা "তোমালোকে মদি শুনিবলৈ ইচ্ছা নকৰা"
Hebrews 5:12-14
গাখীৰ
মৌলিক আত্মাসম্বন্ধীয় সত্য সমূহ (চাওকঃ Metaphor)
টান আহাৰ
"কঠিন আত্মাসম্বন্ধীয় সত্য সমূহ"
Hebrews 6
Hebrews 6:1-3
আমি আগ বাঢ়ি যাবলৈ লৈ জোৰ দিব লাগিব
সলনি অনুবাদঃ "আমি নিশ্চিতভাবে আগ বাঢ়ি যাব লাগিব"
হাত ওপৰত দিয়া
এই প্ৰথাটো কোনো এজনক বিশেষ পদ বা পৰিচৰ্যাৰ নিমিৰ্ত্তে বেলেগ কৰা কাৰ্য্যত পালন কৰা হৈছিল।
Hebrews 6:4-8
যিবিলাকে স্বৰ্গীয় উপহাৰৰ আস্বাদ পালন
এইটোৱে, ঈশ্বৰে উদ্ধাৰ কৰা বিশ্বাসী সকলক বুজাইছে। (চাওকঃ idiom)
যিবিলাকে ঈশ্বৰৰ মঙ্গল জনক বাক্যৰ আস্বাদ পালে
এইটোৱে, ঈশ্বৰৰ বাক্যৰ অভিজ্ঞতা নিজৰ জীৱনত লাভ কৰা বিশ্বসী সকলক বুজাইছে। (চাওকঃ Idiom)
তেওঁলোকে নিজৰ বাবে ঈশ্বৰৰ পুত্ৰকেই আকৌ ক্ৰচবিদ্ধ কৰিলে
যেতিয়া মানুহে ঈশ্বৰৰ পৰা আঁতৰি যায়, এইটো এনে হব পাৰে যেন তেওঁলোকে যীচুক আকৌ ক্ৰচত দিছে। (চাওকঃ Metaphor)
পতিত হ'ল
সলনি অনুবাদঃ "ঈশ্বৰৰ পৰা মুখ ঘূৰালে"
Hebrews 6:9-10
কিয়নো ঈশ্বৰ অন্যায়ী নহয় যে তেওঁ পাহৰি যাব
সলনি অনুবাদঃ
কিয়নো ঈশ্বৰ ন্যায়বান আৰু তেওঁ পাহৰি নাযাব"
Hebrews 6:11-12
বিশ্বাসী সকলক দিয়া পৰামৰ্শ অব্যাহত আছে
অধ্যৱসায়
মনোযোগ দি কৰা কঠিন কাম
নিষ্কৰ্মা
এলেহুৱা
অনুকৰণ কৰোতা
যিজনে আনকোনোজনৰ আচৰণ অনুকৰণ কৰে
Hebrews 6:13-18
তেওঁ কৈছিল
ঈশ্বৰে কৈছিল
Hebrews 6:19-20
আমাৰ নিমিত্তে অগ্ৰদূত
"যিজন আমাৰ আগে আগে গল"
Hebrews 7
Hebrews 7:1-3
তেওঁৰ পিতৃ নাছিল
মন্বীছেদক পিতৃ নোহোৱাকৈ আছিল
দিনৰ আৰম্ভন নোহোৱাকৈ বা অন্তও নোহোৱাকৈ
মন্কীছেদকৰ কেতিয়া জন্ম হল বা কেতিয়া মৃত্যু হল তাৰ কোনো তথ্য নাই।
Hebrews 7:4-6
লেবীৰ বংশধৰ বিলাক যিবিলাক পুৰোহিত্তৰ দপ্তৰ পাইছিল
সলনি অনুবাদঃ
"লেবীৰ বংশধৰ বিলাক, যিবিলাকে পুৰোহিত হৈছিল" লেবীৰ সকলো বংশধৰেই পুৰোহিত হোৱা নাছিল।
Hebrews 7:7-10
জননেন্দ্ৰিয়
হয় পুৰুষৰ শৰীৰৰ অংগৰ এটা মাৰ্জিত সংজ্ঞা নাইবা গোটেই শৰীৰটোক বুজাবলৈ এটা সাধাৰণ সংজ্ঞা হিচাবে ব্যৱহৃত হৈছে। (UDB)
Hebrews 7:11-14
আৰু অধিক কি প্ৰয়োজন আছিল .... হাৰোণৰ পদবী?
সলনি অনুবাদঃ কোনো এজনৰ বাবেই আন এজন পুৰোহিতৰ উত্পন্ন হোৱাৰ প্ৰয়োজন নহলহেতেন, যিজন মল্কীছেদকৰ নিচিনা আছিল, হাৰোণৰ দৰে নহয়।(চাওকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
Hebrews 7:15-17
মানুহৰ বংশৰ সম্বন্ধীয় বিধান
খ্ৰীষ্টে লেবীৰ বংশধৰ নোহোৱাকৈ পুৰোহিত হব পাৰে।
মল্কীছেদকৰ শৃঙ্খলা অনুসাৰে
সলনি অনুবাদঃ মল্কীছেদকৰ নিচিনা (সদৃশ)
Hebrews 7:18-19
বিধানে একো সম্পূৰ্ণ নকৰিলে
এইটোৱে দেখুৱায় যে "বিধান দুৰ্ব্বল আৰু নিষ্ফল" আৰু সেই কাৰণে প্ৰত্যাখান কৰাৰ প্ৰয়োজন আছে।
ওচৰ চাপা
"কাষলৈ আহা"
Hebrews 7:20-21
এই অতি উত্তম দৃঢ় বিশ্বাস শপত নোলোৱাকৈ সিদ্ধ নহল
"কোনোবা এজনে শপত লব লগীয়া হল যাতে আমাৰ ভাৰসা ৰাখিবলৈ অতি উত্তম কিবা এটা পাব পাৰো"
বা "যাতে খ্ৰীষ্টক পুৰোহিত নিযুক্তি দিব পৰা হয়" (চাওকঃ UDB আৰু Double Negatives)
তুমি সদাকালৰ বাবে পুৰোহিত
"তুমি আছা আৰু সদায়েই পুৰোহিত হৈ থাকিবা" (চাওকঃ UDB)
Hebrews 7:22-24
নিশ্চয়তা
"আশ্বাস" বা "অংগীকাৰ"
তেওঁৰ পুৰোহিততালি অপৰিবৰ্ত্তণীয়
"সদাকাল তেওঁ মহা পুৰোহিতহৈ থাকিব"
Hebrews 7:25-26
এই নিমিত্তে
"কিয়নো খ্ৰীষ্টই আমাৰ সদাকালৰ মহা পুৰোহিত হব"
তেওঁৰ জঢ়িয়তে
"কিয়নো তেওঁ যি সিদ্ধ কৰিলে"
Hebrews 7:27-28
তেওঁৰ প্ৰয়োজন নাই
সলনি অনুবাদঃ "খ্ৰীষ্টৰ প্ৰয়োজন নাই"
বিধানে নিযুক্তি দিয়ে
"ঈশ্বৰে বিধানত নিযুক্তি দিলে"
শপতৰ বাক্য যিটো বিধান দিয়াৰ পাছত আহিল, এজন পুত্ৰক নিযুক্তি দিলে
"বিধান দিয়াৰ পাছত ঈশ্বৰে শপত দিলে আৰু তেওঁৰ পুত্ৰক নিযুক্তি দিলে"
যিজনাক সিদ্ধ কৰা হল
"যি জনাই সম্পূৰ্ণ ৰূপে ঈশ্বৰৰ বাধ্য হ'ল আৰু পৰিপক্ক হল"
Hebrews 8
Hebrews 8:3-5
নকল আৰু চাঁ
"আৰ্হি" (চাওকঃ বিকল্প)
নমুনা
"নক্সা"
Hebrews 8:6-7
খ্ৰীষ্টে পালে
ঈশ্বৰে খ্ৰীষ্টক দিলে
ক্ৰটি বিহীন
নিখুঁত
Hebrews 8:8-13
চোৱা
সলনি অনুবাদঃ "চকু দিয়া" বা "মনোযোগ দিয়া" বা "মই তোমালোকক যি কবলৈ লৈছো তাক শুনা"
Hebrews 9
Hebrews 9:1-2
গ্ৰন্থকাৰে প্ৰথম আৰু দ্বিতীয় চুক্তিনামাৰ তুলনা অব্যাহত ৰাখিছে।
প্ৰথম চুক্তিনামা
এইটো আপুনি ৮:৭ পদত অনুবাদ কৰাদৰেই কৰক
বিধিসমূহ
"বিশদ ভাৱে দিয়া নিৰ্দ্দেশাৱলী" বা "নিয়ম" বা "নিৰ্দেশনা সমূহ"
কিয়নো
গ্ৰন্থকাৰে ৮:৭ পদৰ পৰাই আলোচনাটো অব্যাহত ৰাখিছে।
এটা কোঠালী যুগুত কৰা হৈছইল
"ইয্ৰায়েলী সকল এটা কোঠালী যুগুত কৰিছিল"
দৰ্শনৰ পিঠ
"ঈশ্বৰৰ আগত প্ৰদৰ্শন কৰা পিঠা"(UDB) বা "পুৰোহিতে ঈশ্বলৈ আগবঢ়োৱা পিঠা"
Hebrews 9:3-5
দ্বিতীয়খন আঁৰ কাপোৰৰ পিছফালে
তম্বুৰে তৈয়াৰী উপাসনা গৃহৰ বাহিৰৰ দেৱালখনেই প্ৰথমখন আঁৰকাপোৰ সেইকাৰণে "পবিত্ৰ স্থান " আৰু "অতি পবিত্ৰ স্থানৰ" মাজৰ আঁৰকাপোৰখনেই "দ্বিতীয়খন আঁৰকাপোৰ"
ইয়াৰ ভিতৰত
নিয়ম চন্দুকৰ ভিতৰত
কলি ওলোৱা
"কুসুমিত হল" বা "গজালি মেলিলে" বা "বৃদ্ধি পাই বিকশিত হল"
শিলৰ ফলক
এচটা চেপেটা শিল যত হস্তাক্ষৰ আছিল।
মূৰ্তি
এটা ভাৰ্স্কয যিটোৱে কিবা এটাৰ আকাৰ প্ৰতিনিধিত্ব কৰে।
ওপৰত পাখি মেলি থকা কৰূব কেইটা
"ওপৰত কৰূব কেইটা আছিল।"
প্ৰায়শ্চিত্তৰ আৱৰণ
নিয়ম চন্দুকৰ ওপৰ অংশ
Hebrews 9:6-7
এই বস্তুবোৰ প্ৰস্ত্তত কৰাৰ পাছত
সলনি অনুবাদঃ পুৰোহিতে এই বস্তুবোৰ যুগুত কৰাৰ পাছত (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
প্ৰস্তুত কৰিলে
"আগতেই প্ৰস্তুত কৰা হল"
উত্সৰ্গ নকৰাকৈ নহয়
"সদায় উত্সৰ্গ কৰে" বা "তেওঁ সদায়েই উত্সৰ্গ কৰিব লগীয়া হয়।"
Hebrews 9:8-10
পথটো ... এতিয়ালৈকে প্ৰকাশিত হোৱা নাছিল
"ঈশ্বৰে এতিয়াও পথটো প্ৰকাশ নকৰিলে" (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
অতি পবিত্ৰ স্থান
সম্ভাৱ্য অৰ্থ সমূহঃ (১) পৃথিবীত থকা তম্বুৰে তৈয়াৰী উপাসনা গৃহৰ ভিতৰ কোঠালী (চাওকঃUDB) বা (২) স্বৰ্গত ঈশ্বৰৰ উপস্থিতি।
প্ৰথম উপাসনা গৃহ এতিয়াও স্থিৰ হৈ আছে
সম্ভাব্য অৰ্থঃ
(১) উপাসনা গৃহৰ বাহিৰ কোঠালী এতিয়াও স্থিৰ হৈ আছে (চাওকঃ UBD) বা (২) "বলি প্ৰথা এতিয়াও অব্যাহত আছে" (চাওকঃMetonymy)
দৃষ্টান্ত
"নক্সা"
বৰ্ত্তমান সময়টো
"এতিয়া"
আৰাধনাকাৰী সকলৰ বিবেক শুচি কৰে
"আৰাধনাকাৰীক দোষমুক্ত কৰে"
আনুষ্ঠানিক প্ৰক্ষালন
"বিধি বিধান" বা "নিৰ্দশন কৰ্ম্মৰাজি"
মাংসৰ বাবে বিধি বিধান
"মাংসিক শৰীৰৰ নিমিৰ্ত্তে বিধিবিধান"
এই সকলো বিধি বিধান মাংসৰ নিমিত্তে ব্যৱস্থা কৰা হৈছিল
সলনি অনুবাদঃ "ঈশ্বৰে এই সকলো বিধি বিধান মাংসৰ নিমিত্তে ব্যৱস্থা কৰিছিল"
নতুন পদ্ধতি
"নতুন চুক্তিনামা"
Hebrews 9:11-12
মঙ্গলজনক বিষয়বোৰ
"নতুন চুক্তিনামাখন" (৯:৮)
অতি পবিত্ৰ স্থান
"স্বৰ্গত ঈশ্বৰৰ উপস্থিতি"
Hebrews 9:13-15
ছটিওৱা ... ভষ্ম যিবিলাক ধৰ্ম্মীয় আচাৰ
নীতি মতে অশুচি মানুহ বিলাকৰ ওপৰত পুৰোহিত জনে অলপ মাত্ৰ ভষ্ম ছটিয়াই দিছিল।
যি জনাই অনন্ত আত্মাৰে নিজকে নিষ্কলঙ্ক ৰূপে উচৰ্গা কৰিলে, কিমান অধিক গুণে খ্ৰীষ্টৰ তেজে মৃত কৰ্ম্মৰ পৰা ঈশ্বৰৰ পৰিচৰ্য্যা কৰিবলৈ, আমাক শুচি কৰিব? "খ্ৰীষ্টে নিষ্কলঙ্ক ৰূপে নিজকে অনন্ত আমাৰ দ্বাৰাই ঈশ্বৰলৈ উছৰ্গা কৰিলে, আৰু তেওৰ তেজে জীৱিত ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ আমাৰ বিবেকক মৃত কৰ্ম্মৰ পৰা শুচি কৰিব।"(চাওকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
খ্ৰীষ্টৰ তেজে ... আমাৰ বিবেক শুচি কৰে
কিয়নো যীচুৱে নিজকে বলি স্বৰূপে উছৰ্গা কৰিলে, সেইকাৰণে আমি পাপ কৰ্ম্মৰ বাবে দোষী অনুভব কৰিব নালাগে (চাওকঃ Metonymy)
আমাৰ বিবেক
লেখকৰ আৰু পঢ়োৱৈ সকলৰ বিবেক
এই নিমিত্তে
"ফলস্বৰূপে" বা "এইটো কাৰণতেই"
দণ্ড
"শাস্তি"
যি সকলক ঈশ্বৰ দ্বাৰা আহবান কৰা হল
"যিবিলাকক ঈশ্বৰে নিযুক্তি দিলে বা তেওঁৰ সন্তান হবলৈ বাছি ললে"
Hebrews 9:16-17
ইচ্ছা পত্ৰ
এখন বিধি সঙ্গঁত দলিল য'ত ব্যক্তিজনে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হব তাক লিখিথৈ যায়।
Hebrews 9:18-20
কিয়নো আনকি প্ৰথম চুক্তি নামা খনো বিনা তেজে স্থাপিত হোৱা নাছিল
সলনি অনুবাদঃ "কিয়নো ঈশ্বৰে আনকি প্ৰথম চুক্তিনামা খনো তেজৰ দ্বাৰাহে স্থাপন কৰিছিল"
তেজ লৈছিল ... পানীৰে ... আৰু ছটিয়াইছিল ... নুৰিয়াই ৰখা পুস্তকখন ... আৰু সকলো মানুহৰ ওপৰত
পুৰোহিত গৰাকীয়ে এচোব বন তেজত আৰু পানীত ডুবাইছিল আৰু তাৰ পাছত বন জোকাৰি দিছিল আৰু
এচোব, বন
এবিধ তৃণ যিটো আনুষ্ঠানিক ভাৱে ছটিওৱাৰ কাৰ্য্যত ব্যৱহৃত হয়।
Hebrews 9:21-22
ছটিয়াইছিল
৯:১৯ পদত কি দৰে অনুবাদ কৰিলে চাওক
পাত্ৰ
এটা বস্ত্ত, যত কিবা এটা ভৰাই থব পাৰি বা বাচন
পুৰোহিতৰ পৰচৰ্যা
"পুৰোহিত বিলাকৰ কাৰ্য"
সকলোকে তেজৰ দ্বাৰাই শুচি কৰা হয়
"পুৰোহিত বিলাকে শুচি কৰিবলৈ তেজ ব্যৱহাৰ কৰে"
Hebrews 9:23-24
স্বৰ্গত থকা বিষয়বোৰৰ নকল, এই জীৱজন্ত্তৰ বলিৰ দ্বাৰাই শুচি কৰিব লগীয়া হৈছিল
সলনি অনুবাদঃ "পুৰোহিত সকলে এই জীৱজন্ত্তৰ বলি স্বৰ্গীয় বিষয়বোৰৰ নকল সমূহ শুচি কৰিবলৈ ব্যৱহাৰ কৰা উচিত। (চাওকঃ প্ৰত্যক্ষ বা পৰোক্ষ আৰু স্পষ্ট আৰু ইংগিত বাৰ্তা)"
স্বৰ্গীয় বিষয়বোৰো অতি উত্তম বলিৰে শুচি কৰিব লগীয়া হৈছিল
সলনি অনুবাদঃ স্বৰ্গীয় বিষয়বোৰ হলে, ঈশ্বৰে সিবিলাকক পাৰ্থিৱ নকল সমূহতকৈ অতি উত্তম বলিৰে শুচি কৰিব লগীয়া হৈছিল
Hebrews 9:25-26
তেওঁ তালৈ নগল
"তেওঁ স্বৰ্গত প্ৰবেশ নকৰিলে" (UDB)
যদি সেইটো সজ হলহেতেন
"যদি তেওঁ বাবে বাবে নিজকে উচৰ্গা কৰিব লগীয়া হলহেতেন"
জগতৰ আৰম্ভণীৰ পৰা
"ঈশ্বৰে জগতখন সৃষ্টি কৰিলে" (চাওকঃ স্পষ্ট আৰু ইংগিত বাৰ্ত্তা)
তেওঁক প্ৰকাশ কৰা হল
সলনি অনুবাদঃ "ঈশ্বৰে তেওঁক প্ৰকাশ কৰেলে" (চাওকঃ প্ৰত্যক্ষ বা পৰোক্ষ)
Hebrews 9:27-28
খ্ৰীষ্ট, যিজনক উছৰ্গা কৰা হল
সলনি অনুবাদঃ "খ্ৰীষ্ট যিজনে নিজকে উছৰ্গা কৰিলে" (চাওকঃ প্ৰতক্ষ বা পৰোক্ষ)
Hebrews 10
Hebrews 10:1-4
সেই সত্যতা সমূহ নহয়
"প্ৰকৃত বিষয়বোৰ নহয়"
কাষ চাপি যোৱা
"আৰাধনা কৰিবলৈ আহা" (UDB) বা "ওচৰলৈ আহা"
সেই বলি সমূহ উছৰ্গা কৰিবলৈ এৰি দিয়া নহল হেতেননে?
"তেওঁলোকে সেই বলি সমূহ উছৰ্গা কৰিবলৈ এৰি দিলে হেতেন" (চাওকঃ প্ৰত্যক্ষ বা পৰোক্ষ আৰু উত্তৰ আশা নকৰা প্ৰশ্ন)
এৰি দিলে
"বন্ধ কৰিলে"
অৱস্থা
"পৰিস্থিতি"
এবাৰ শুচি কৰাৰ পাছত
"যাক ঈশ্বৰে শুচি কৰিলে"
সজাগতা
"স্থিতি থকা জনৰ (বিষয়ে) জ্ঞান"
কৰিযোৱা পাপ বিলাকৰ স্মৰণলিপি
"ঈশ্বৰে মানুহ বিলাকক তেওঁলোকে কৰা পাপ সমূহ সোঁৱৰাই দিয়ে" (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
বছৰে বছৰে
"প্ৰতিবছৰে"
ভতৰা আৰু ছাগৰ তেজৰ দ্বাৰা পাপ গুচাবলৈ অসম্ভৱ
"কিয়নো ভতৰা আৰু ছাগৰ তেজে কেতিয়াও পাপ গুচাব নোৱাৰে"
Hebrews 10:5-7
তুমি মোৰ বাবে এক শৰীৰ যুগুত কৰিলা
"তুমি মোৰ বাবে এক শৰীৰ সৃষ্টি কৰি যুগুত কৰিলা"
Hebrews 10:8-10
ওপৰত বৰ্ণনা কৰা দৰে
সলনি অনুবাদঃ "এই মাত্ৰ মই লিখাৰ দৰে যীচুৱে কলে"
বলিদান, উত্সৰ্গিত দান, বা হোমবলিবোৰ
এই শব্দবোৰ ১০:৫
৬ পদত অনুবাদ কৰা দৰে; কৰক।
যি বলিদান উছৰ্গা কৰা হল
সলনি অনুবাদঃ নতুন বাক্য আৰম্ভ কৰিঃ "এই সকলোবোৰ বলিদান মানুহবিলাকে উছৰ্গা কৰে" (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
চোৱা
"মই যি কবলৈ লৈছো তাক মনোযোগ দিশুনা"
আমি ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই পবিত্ৰ কৰা হলো
"খ্ৰীষ্টে আত্ম বলিদান দিয়াতো ঈশ্বৰে বিচাৰিছিল, আৰু সেই বলিদানেই আমাক পবিত্ৰ কৰিলে" (চাওকঃ প্ৰত্যক্ষ বা পৰোক্ষ আৰু স্পষ্ট আৰু ইংগিত বাৰ্তা)
Hebrews 10:11-14
প্ৰকৃতপক্ষে
এইটোৱে ১০:১
৪ পদ কেইটাক নিম্নোলিখিত শব্দ বিলাকৰ লগত সংযোগ কৰিছে।
তেওঁৰ শত্ৰু বিলাকক বশ কৰা হল আৰু তেওঁৰ ভৰিৰ পীৰা কৰা হল
"ঈশ্বৰে খ্ৰীষ্টৰ শত্ৰু বিলাকক বশ কৰেলে আৰু সম্পূৰ্ণ ৰূপে লজ্জিত কৰেলে।" মানুহক কাৰোবাব ভৰিৰ তলত ৰখা টো বৰ ডাঙৰ লাজৰ কথা আছিল (চাওকঃ Metonymy)
যিবিলাকক পবিত্ৰকৰণ কৰা হল
সলনি অনুবাদঃ "যিবিলাকক ঈশ্বৰে পবিত্ৰ কৰেলে" (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
Hebrews 10:15-16
প্ৰথমতে
তেওঁ ১০:১৭ পদত যিকৈছে তাক কোৱাৰ আগতে
তেওঁলোকক
যিবিলাকক পবিত্ৰ কৰণ কৰা হল (১০:১৪)
সেই দিনবিলাকৰ পাছত
"যেতিয়া প্ৰথম চুক্তিনামা সম্পূৰ্ণ হল"
Hebrews 10:17-18
তাৰ পাছত
১০:১৬ পদত যিকোৱা হল তাৰ পাছত
মই আৰু সোঁৱৰণ নকৰিম
"মই সোঁৱৰণ নকৰিম"
কিয়নো তাত ক্ষমা আছে
"ঈশ্বৰে ক্ষমা কৰিলে"
Hebrews 10:19-22
অতি পবিত্ৰস্থান
ঈশ্বৰৰ উপস্থিতি (চাওকঃ Metaphor)
তেওঁৰ শৰীৰ
সনলি অনুবাদঃ "তেওঁৰ মৃত্যু"
আঁৰ কাপোৰেদি
পাৰ্থিব মন্দিৰত আৰ কাপোৰখনে মানুহ আৰু ঈশ্বৰৰ প্ৰকৃত উপস্থিতিৰ মাজত থকা প্ৰাৰ্থক্যটো প্ৰতিনিধিত্ব কৰে
।
ঈশ্বৰৰ গৃহ
সকলো বিশ্বাসী
সম্পূৰ্ণ আশ্বাস
নিশ্চয়তাৰ গভীৰ অনুভৱ
হৃদয় ছটিয়াই শুচি কৰা হল
সলনি অনুবাদঃ
যিবিলাকৰ হৃদয়ত ঈশ্বৰে যীচু তেজ ছটিয়ালে আৰু শুচি কৰিলে (চাওঁকঃ উপমা আৰু স্পষ্ট আৰু ইংগিত বাৰ্তা)
ছৰ্টিয়ালে
৯:১৯ পদত কিদৰে অনুবাদ কৰিলে চাওক।
Hebrews 10:23-25
আমি স্বীকাৰ কৰা যি নিশ্চিত আশা, তাক দৃঢ়ভাৱে ধৰি ৰাখা
"মানুহ বিলাকক কোৱাটো অব্যাহত ৰাকা যে আমি নিশ্চিত কিয়নো আমি বিশ্বাস কৰো ঈশ্বৰে যি অংগীকাৰ কৰিলে, তাক তেওঁ সিদ্ধ কৰিব।" (চাওকঃ স্পষ্ট আৰু ইংগিত বাৰ্তা)
অস্থিৰ
"অনিশিচিত হোৱা"
দিনটো ওচৰ চাপিছে
সলনি অনুবাদঃ "যীচুৰ পুনৰাগমনৰ দিন ওচৰ চাপি আহিছে।"
Hebrews 10:26-27
উদ্দেশ্যমূলক ভাবে
"সম্পূৰ্ণ জ্ঞাতভাৱে"
পাপৰ বাবে বলিদান আৰু বাকী নাথাকে
"কোনেও বলিদান উছৰ্গা কৰিব নোৱাৰে যিটো কাৰণে ঈশ্বৰে আমাৰ পাপ ক্ষমা কৰিব" (চাওকঃ স্পষ্ট আৰু ইংগিত বাৰ্তা)
Hebrews 10:28-29
দুই বা তিনি
"২ বা ৩" (চাওকঃ অনুবাদ গননা)
আৰু কিমান অধিক শাস্তি কোনোৱে পাবৰ যোগ্য বুলি আপুনি ভাৱে ...? সলনি অনুবাদঃ এইটো বৰ কঠোৰ শাস্তি। কিন্ত্ত শাস্তিটো যিকোনোৰ বাবেই অধিক গুৰুত্বৰ হব..."(চাওকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
ঈশ্বৰৰ পুত্ৰক ভৰিয়ে মোহাৰিলে
এই শব্দেৰে অঙ্কিত ছবিখণে, খ্ৰীষ্টে যি কৰিলে তাক অৱজ্ঞা কৰাৰ গুৰুত্ব পৰিনামৰ কথা ব্যাখ্যা কৰিছে। সলনি অনুবাদঃ ঈশ্বৰৰ পুত্ৰই যি কৰিলে তাক প্ৰত্যাখান কৰিলে" (চাওকঃ Metaphor)
ভৰিয়ে মোহাৰিলে
"অসহনীয়ভাৱে খোজ দিলে"
যি তেজৰ দ্বাৰা তেওঁক পবিত্ৰ কৰা হৈছিল
"যি তেজৰ দ্বাৰা ঈশ্বৰে তেওঁক পবিত্ৰ কৰিছিল" (চাওকঃ প্ৰত্যক্ষ/ পৰোক্ষ)
অনুগ্ৰহৰ আত্মা
"ঈশ্বৰৰ আত্মা যি অনুগ্ৰহ আনি দিয়ে"
Hebrews 10:30-31
আমি জানো
লেখক আৰু গোটেই বিশ্বাসীসকলে জানে (চাওকঃ অন্তভুৰ্ক্তি)
হাতত পৰা
সলনি অনুবাদঃ সম্পূৰ্ণ শোধবিচাৰৰ অধীনত অহা" (চাওকঃ Metaphor)
Hebrews 10:32-34
তোমালোকে ঐশ্বৰিক জ্ঞানেৰে আলোকিত হোৱাৰ পাছত
"তোমালোকে সত্যটো জনাৰ পাছত" (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
অপমান আৰু উত্পীড়নৰ দ্বাৰা তোমালোকক মুকলিকৈ উপহাস কৰা হল।
"মানুহে তোমালোকক অপমান আৰু উত্পীড়নৰ দ্বাৰা ৰাজহুৱা ভাৱে উপহাস কৰিলে"
তোমালোক নিজেই
পঢ়োৱৈ বিলাকক, উপহাস কৰোতা সকলক নহয়, বন্দীশালত থলে আৰু তেওঁলোকৰ সম্পত্তি কাঢ়ি ললে।
Hebrews 10:35-37
দলিয়াই পেলোৱা
কিবা মূল্যহীন বা ব্যৱহাৰৰ অনুপযুক্ত বস্ত্তৰ দৰে
অলপতে
বৰ সোনকালে
Hebrews 10:38-39
ভাৱবাদী জনৰ বাক্য ১০:৩৭ পদৰ পৰাই অব্যাহত আছে।
মোৰ ধাৰ্মিক জন
"মোৰ বিশ্বাসী অনুগামী জন"
Hebrews 11
Hebrews 11:1-3
পুৰণি নিয়মৰ বিশ্বাসী সকল বিশ্বাসৰ দ্বাৰাই জীৱন নিবাস কৰিছিল
বিশ্বাস হৈছে দৃঢ়ভাৱে আশা কৰি থকা বিষয়ৰ ওপৰত ভৰসা
"বিশ্বাসেই হৈছে দৃঢ় ভাৱে আশা কৰি থকা বিষয়ৰ ভিত্তি স্বৰূপ"
কিয়নো ইয়াৰ দ্বাৰাই
যিটো তেওঁলোক তেতিয়াও দেখা পোৱা নাছিল, ইয়াৰ বিষয়ে তেওঁলোকে নিশ্চিত আছিল
আমাৰ পূৰ্বপুৰুষ সকলক তেওঁলোকৰ বিশ্বাসৰ কাৰণেই মনোনীত কৰা হল
"ঈশ্বৰে আমাৰ পূৰ্ব পুৰুষ সকলক মনোনীত কৰিলে কিয়নো তেওঁলোকৰ বিশ্বাস আছিল"
Hebrews 11:4
বেচি উপযুক্ত
"বেচি ভাল"
হেবলে এতিয়াও কথা কয়
সলনি অনুবাদঃ
"হেবলে কৰা কৰ্মই আমাক শিক্ষা দি আছে" (চাওকঃ Personification)
Hebrews 11:5-6
বিশ্বাসৰ দ্বাৰাই হনোকক ওপৰলৈ নিয়া হল আৰু তেওঁ মৃত্যুক নেদেখিলে
সলনি অনুবাদঃ বিশ্বাসৰ দ্বাৰাই হলোক নমৰিল কিয়নো ঈশ্বৰে তেওঁক ললে (চাওকঃ পত্যক্ষ/পৰোক্ষ)
মৃত্যুক দেখা
"মৃত্যু হোৱা" (চাওকঃউপভাষা)
তেওঁৰ বিষয়ে কোৱা হৈছিল যে তেওঁ ঈশ্বৰক সন্ত্তষ্ট কৰিলে
সম্ভাৱ্য অৰ্থ সমূহ (১) "ঈশ্বৰে কৈছিল যে হনোকে তেওঁক সন্ত্তষ্ট কৰিলে" (চাওকঃ UDB) বা (২) "মানুহ বিলাকে কৈছিল যে হনোকে ঈশ্বৰক সন্ত্তষ্ট কৰিলে"
তেওঁক ওৰপৰলৈ নিয়াৰ আগতে
""ঈশ্বৰে তেওঁক ওপৰলৈ নিয়াৰ আগতে"
Hebrews 11:7
ইব্ৰী পত্ৰৰ লেখকে ইতিমধ্যে বিশ্বাসৰ ওপৰত আৰু লগতে হনোকৰ বিশ্বাসৰ ওপৰতো দৃষ্টি নিক্ষেপ কৰিলে।
ঈশ্বৰৰ দ্বাৰা সতৰ্কবাণী পাই
সলনি অনুবাদঃ "কিয়নো ঈশ্বৰে তেওঁক সতৰ্ক কৰিলে" (চাওকঃ প্ৰত্যক্ষ/ পৰোক্ষ)
যি বিষয়বোৰ এতিয়াও দেখা নাই
সলনি অনুবাদঃ "যি বিসয়বোৰ আগতে কোনেও দেখা নাই"
জগতখন
সেই সময়ত পৃথিবীত বাস কৰা অন্য মানুহ বিলাক (চাওকঃ Metonymy)
Hebrews 11:8-10
লেখকে ইস্ৰায়েলৰ অতীতৰ নেতাসকলৰ বিশ্বাসৰ ওপৰত দৃষ্টি নিক্ষেপ অব্যাহত ৰাখিছে
ওলাই গল
"যাবলৈ নিজঘৰ ত্যাগ কৰিলে"
তেওঁ ওলাই গল
"তেওঁ নিজ গৃহ এৰিলে"
অংগীকৃত দেশ
"যি দেশ ঈশ্বৰে তেওঁলৈ অংগীকাৰ কৰিছিল"
সহ উত্তৰাধিকাৰীসকল
"একেলগে উত্তৰাধিকাৰী"
নিৰ্মাতা
এজন ব্যক্তি যিজনে পকা ঘৰৰ ছবি অংকণ কৰে।
Hebrews 11:11-12
গ্ৰন্থকাৰে আব্ৰাহামৰ বিশ্বাসৰ সম্বন্ধে লিখাটো অব্যাহত ৰাখিছে।
গৰ্ভধাৰণ কৰিবলৈ শক্তি গৰ্ভৱতী হবলৈ সামৰ্থ্য থকা
ঈশ্বৰক গণ্য কৰিছিল
"ঈশ্বৰক বিশ্বাস কৰিছিল..."
অসংখ্য সতি সন্তান... আকাশত থকা তৰাবোৰৰ দৰে বহুত আৰু সাগৰৰ উপকূলত থকা গণিব নোৱাৰা বালিৰ গুৰিৰ দৰে
অতি বেচি (চাওকঃ Hyperbole)
Hebrews 11:13-14
ঈশ্বৰৰ লোক অতীতৰ নেতাবিলাকে, ঈশ্বৰে যি অংগীকাৰ কৰিছিল, সেইয়া সত্য হব বুলি বিশ্বাস আছিল।
দূৰৈৰ পৰাই দেখা পাই সিহঁতক আদৰণি জনাইছিল
এই খণ্ড বাক্যটোৱে ভাববাদী জনৰ ভৱিষ্যত ঘটিব লগীয়া ঘটনাৱলীৰ সম্পৰ্কে থকা জ্ঞানৰ লগত দূৰৈৰ পৰা আহি পোৱা ভ্ৰমণকাৰীজনক আদৰণি জনোৱা কাৰ্য্যৰ লগত তুলনা কৰিছে। সলনি অনুবাদঃ"ভৱিষ্যতত ঈশ্বৰে কি কৰিব এই কথা বুজি পাই" (চাওকঃ Metaphor)
স্বীকাৰ কৰিলে
"প্ৰাপ্তি স্বীকাৰ কৰিলে" বা "গ্ৰহণ কৰিলে"
বিদেশীবিলাক
"ভিনদেশী লোক বিলাক" বা "বাহিৰৰ লোক"
স্বদেশ
"এখন দেশ"
Hebrews 11:15-16
ইব্ৰী পত্ৰৰ লেখকে ঈশ্বৰৰ লোক বিলাকৰ অতীতত থকা নেতা বিলাকৰ বৰ্ণনা কৰিবলৈ আৰু তেওঁলোকৰ ঈশ্বৰৰ অংগীকাৰ সমূহত থকা বিশ্বাসৰ বিষয়ে কৈ আছে।
প্ৰকৃততে
"সচাঁকৈয়ে" বা "নিশ্চিতভাৱে" বা "এইটো লৈ মনোযোগ দিয়াঃ"
স্বৰ্গীয়
"স্বৰ্গীয় দেশ" বা "স্বৰ্গত থকা দেশ"
তেওঁলোকৰ ঈশ্বৰ বুলি কবলৈ, ঈশ্বৰ লজ্জিত নহল
সলনি অনুবাদঃ "তেওঁলোকৰ ঈশ্বৰ বুলি কবলৈ, ঈশ্বৰ সুখী" বা "... অন্যলোকে সিঁহতৰ বিষয়ে কওক যে তেওঁ...." (চাওকঃ Litotes and Active or Passive)
Hebrews 11:17
উত্সৰ্গ কৰিলে
দান আগবঢ়ালে
উপহাৰ স্বৰূপে বা ঈশ্বৰলৈ বলিদান ৰূপে
ইচাহাকৰ পৰা তোমাৰ সতি
সন্তান বিলাকক কোৱা হব "ইচাহাকৰ সতি সন্তান বিলাকেই যাক ঈশ্বৰে তোমাৰ সতি
সন্তান বুলি গণ্য কৰিব।" চাওক প্ৰত্যক্ষ/পৰোক্ষ)
তেওঁ তেওঁক ঘূৰাই পালে
" আব্ৰাহামে ইচাহাকক ঘূৰাই পালে"
Hebrews 11:18-19
তোমালোক
পঢ়োৱৈ সকল
যি আজ্ঞা দিয়া হৈছিল, তেওলোকে সহন কৰিব নোৱাৰিলে
ঈশ্বৰৰ আজ্ঞ গ্ৰহণ কৰাতো
কঢ়িয়াই নিবলৈ এটা বুজা উঠোৱাৰ দৰে। সলনি অনুবাদঃ"ইস্ৰায়েলী সকলে ঈশ্বৰৰ আজ্ঞা গ্ৰহণ কৰিব নোৱাৰিলে" (চাওকঃ Active/Passive)
Hebrews 11:20-22
ইব্ৰীপত্ৰৰ গ্ৰন্থকাৰে অলপতে ঈশ্বৰৰ দ্বাৰা আব্ৰাহামক পুত্ৰ ইচাহাকক উত্সৰ্গ কৰিবলৈ দিয়া পৰীক্ষাৰ কথা লিখিলে।
যাকোবে আৰাধনা কৰিলে
"যাকোবে ঈশ্বৰক আৰাধনা কৰিলে"
তেওঁৰ অন্ত
"তেওঁৰ মৃত্যু" (চাওকঃ Euphemism)
Hebrews 11:23-26
মোচি, যিতিয়া জন্ম হল, তেওঁৰ পিতৃমাতৃৰ দ্বাৰা তিনিমাহৰ বাবে তেওঁক লুকুৱাই ৰখা হৈছিল
সলনি অনুবাদঃ "মোচিৰ পিতৃ
মাতৃয়ে, মোচিক জন্মহোৱাৰ পাছত, তিনিমাহৰ বাবে লুকুৱাই ৰাখিলে।" (চাওকঃ Active/Passive)
ডাঙৰ হল
"বয়স প্ৰাপ্ত হল" (চাওকঃ Idiom)
ঈশ্বৰৰ লোকৰ সৈতে দুৰ্ব্যৱহাৰৰ ভাগী হবলৈ
"দুৰ্ব্যৱহাৰ পাবলৈ ঈশ্বৰৰ লোকৰ সৈতে"
খ্ৰীষ্টক অনুকৰণ কৰাৰ অপমান
"তেওঁৰ প্ৰতি থকা মানুহৰ অসন্মান কিয়নো তেওঁ খ্ৰীষ্টে বিচৰাৰ দৰে কৰ্ম কৰিছিল" (চাওকঃ Idiom)
তেওঁৰ দৃষ্টি ভৱিষ্যতৰ পুৰস্কাৰৰ ওপৰত আৱদ্ধ ৰাখিছিল
"যি কৰিলে স্বৰ্গত তেওঁ পূৰস্কাৰ লাভ কৰিব তাকে জানি কৰিলে" (চাওকঃ Idiom, Explicit and implicit)
Hebrews 11:27-28
তেওঁ নকৰিলে ... কিয়নো তেওঁ সহন কৰিলে ... তেওঁ পালন কৰিলে
মোচি
যিজনা অদৃশ্য তেওঁলৈ চোৱাৰ দ্বাৰাই
" সহায়ৰ বাবে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰাৰ দ্বাৰাই
"
অদৃশ্য হয়
"দেখা পাব নোৱাৰে"
Hebrews 11:29-31
তেওঁলোকে অতিক্ৰম কৰিলে
ইস্ৰায়েলী বিলাকে অতিক্ৰম কৰিলে
তেওঁলোকক গিলি পেলোৱা হল
সলনি অনুবাদঃ "পানীয়ে তেওংলোকক গিলি পেলালে" বা "তেওঁলোক পানীত ডুবিল" (চাওকঃExplicit and implicit and Personification and Active or Passive)
তেওঁলোকৰ চাৰিওফালে সাতদিনৰ বাবে ঘূৰা হল
সলনি অনুবাদঃ "ইস্ৰায়েলী সকলে সিহঁতৰ চাৰিওফালে সাতদিন পদ যাত্ৰা কৰিলে" (চাওকঃ Active/Passive)
চোৰাংচোৱা বিলাকক নিৰাপদে গ্ৰহণ কৰিলে
সলনি অনুবাদঃ "চোৰাংচোৱা বিলাকক নিৰাপত্তাৰ বাবে লুকুৱাই ৰাখিলে"
Hebrews 11:32-34
লেখকে ইস্ৰায়েলী লোকৰ পূৰ্বপুৰুষ সকলৰ কাৰণে ঈশ্বৰে যি কৰিলে পুনৰ কবলৈ আৰম্ভ কৰিছে।
আৰু মই কি অধিক কব পাৰে?
সননি অনুবাদঃ "আৰু অনেক বেচি উদাহৰণ আছে" (চাওক
উত্তৰ আশা নকৰা প্ৰশ্ন)
সময়ে মোক অসমৰ্থ কৰিব
সলনি অনুবাদঃ মোৰ যিমান লাগে সিমান সময় নহব"
বশীভূত কৰিলে
"পৰাজয় কৰিলে"
সিংহবোৰৰ মুখ বন্ধ কৰিলে.... জুইৰ শক্তিক প্ৰশমিত কৰিলে ... তৰোৱালৰ ধাৰৰ পৰা ৰক্ষা পালে
বিভিন্ন্ প্ৰকাৰে ইস্ৰায়েলী লোকবিলাকক মৃত্যুৰ পৰা ৰক্ষা কাৰ হল। সলনি অনুবাদঃ "সিংহবোৰে সিহঁতক নাখালে... জুইয়ে তেওঁলোকক দাহন নকৰিলে... তৰোৱালে তেওঁলোকক বধ নকৰিলে" (চাওকঃMetonymy, Active or Passive)
সুস্থ কৰা হল
সলনি অনুবাদঃ "ঈশ্বৰে তেওঁলোকক সুস্থ কৰিলে" (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ আৰু স্পষ্ট আৰু ইংগিত বাৰ্ত্তা)
Hebrews 11:35-38
লেখকে ইস্ৰায়েলত থকা ঈশ্বৰৰ লোকৰ নেতাবিলাকক বিশ্বাসৰ সৰ্ম্পকে এইমাত্ৰ লিখিলে।
তিৰোতা বিলাকে পুনৰুত্থানৰ দ্বাৰাই তেওঁলোকৰ মৃতবিলাকক পুনৰ ঘূৰাই পালে
"তিৰোতা বিলাকে মৃতলোক বিলাকক ঈশ্বৰে জীয়াই তোলাৰ পাছত ঘূৰাই পালে" (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
আনবিলাকক নিৰ্যাতন কৰা হল... আন কিছুমানে ঠাট্টা
বিদ্ৰুপ আৰু চাবুকৰ কোব খালে ... সিহঁতক শিলেৰে মৰা হল ... কৰতেৰে ফলা হল ... সিহঁতক বধ কৰা হল
সলনি অনুবাদঃ "মানুহ বিলাকে আনলোকক নিৰ্যাতন কৰিলে"... "আনবিলাকে ক্লেশভোগ কৰিলে যেতিয়া মানুহ বিলাকে সিহতক বিদ্ৰুপ কৰিলে আৰু চাবোকেৰে কোবালে" ... "মানুহ বিলাক তেওঁলোকলৈ শিল দলিয়ালে"..... "মানূহ বিলাকে সিহঁতক কৰেতেৰে সলিলে"... "মানুহ বিলাকে সিহঁতক বধ কৰিলে" (চাওকঃ Active/Passive)
নিৰ্যাতন কৰিলে
অত্যন্ত বেদনা ভোগ কৰিলে
সিহঁতৰ মুক্তি গ্ৰহণ নকৰিলে
সলনি অনুবাদঃ "মানুহ বিলাক সিহঁতক বন্দীশালৰ পৰা মুক্তি দিবৰ কাৰণে খ্ৰীষ্টক অস্বীকাৰ কৰিবলৈ আগ্ৰাহ্য কৰিলে"
আনকি শিকলি আৰু বন্দীত্ব
"মানুহবিলাকে আনকি তেওঁলোকক শিকলিৰে বান্ধিছিল আৰু বন্দীশালত ৰাখিছিল"
ওলাই গল
"এঠাইৰ পৰা আনঠাইলৈ গিছিল" বা "সকলো সময়তে জীৱিত আছিল"
নিঠৰুৱা
"বৰ দুখীয়া" বা একো নথকা বা "দুখীয়া
নিচলা"
Hebrews 11:39-40
ইব্ৰীপত্ৰৰ লেখকে এই মাত্ৰ অনেক নিৰ্যাতন পোৱা বিশ্ববাসী সকলৰ বিষয়ে লিখিলে।
যদিও এই সকলো মানুহবিলাক, তেওঁলোকৰ বিশ্বাসৰ নিমিত্তে, ঈশ্বৰৰ দ্বাৰা অনুমোদিত আছিল, তেওঁলোকে, তেওঁ যি অংগীকাৰ কৰিছিল তাক নাপেলে
সলনি অনুবাদঃ"ঈশ্বৰে তেওঁলোকৰ বিশ্বাসৰ বাবে এই সকলো বিলাক মানুহক সন্মান কৰিছিল, কিন্তু তেওঁলোকে নিজে, ঈশ্বৰে যি অংগীকাৰ কৰিছিল, তাক নাপালে" (চাওকঃ Active/Passive)
Hebrews 12
Hebrews 12:1-3
যীচুৰ অনুগামী সকলক দৌৰ প্ৰতিযোগিতাত অংশ লোৱা বিলাকৰ লগত তুলনা কৰিছে। (চাওকঃ উপমা আলংকাৰিক)
আমি... আমাক
গ্ৰন্থকাৰ আৰু পঢ়োৱৈ সকল (চাওকঃ অৰ্ন্তভূক্তি)
"আমাক ইমান বৃহত্ এক সাক্ষীৰ দলৰ দ্বাৰা আগুৰি ৰখা হৈছে
সলনি অনুবাদঃ "ইমান এক বৃহত্ সাক্ষীৰ দলে আমাৰ নিমিত্তে আৰ্হি স্বৰুপে কৰ্ম কৰি আছে" (চাওকঃ Active/Passive)
সাক্ষীগণ
সেই পুৰণি নিয়মৰ বিশ্বাসী সকল যিসকলে "দৌৰ প্ৰতিযোগিতা" লক্ষ্য কৰি আছে
প্ৰতিটো বস্ত্তৱেই যিয়ে আমাক বোজাৰ দৰে হেঁচা মাৰি ধৰে
যিবিলাক দৃষ্টিভঙ্গি বা অভ্যাসে ঈশ্বৰত ভাৰসা ৰখাত আৰু বাক্য পালন কৰাত বাধা জন্মায় যিদৰে গধুৰ কাপোৰ কাণি বা বোজাই দৌৰ দিয়াত কষ্টকৰ কৰি তোলে। (চাওকঃ উপমা আলংকাৰিক)
সাঙোৰ খাই পৰে
"দৌৰ দিয়াত অসুবিধাত পেলায়" বা "ঈশ্বৰৰ বাধ্য হোৱাত দুঃসাধ্য কৰি তোলে"
আৰ্কষিতহৈ চকুৱে চাই থকা
"পোনে পোণে চোৱা" বা "কেৱল সেই বিষয়ে চিন্তা কৰা" (চাওকঃ idiom)
আদি আৰু সিদ্ধিকৰ্ত্তা
সলনি অনুবাদঃ "সৃষ্টিকৰ্ত্তা আৰু সম্পূৰ্ণ কৰোতা"
ক্লান্তহোৱা
সেইজনৰনিচিনা যিজনে বহুদূৰ বাট দৌৰি আহিল দুৰ্বলী, অৱূশ
যিজনে আৰু অধিক দৌৰিবলৈ নিবিচাৰে
Hebrews 12:4-6
ইব্ৰীপত্ৰৰ লেখকে খ্ৰীষ্টীয়ান জীৱনক এটা দৌৰ প্ৰতিযোগিতাৰ লগত তুলনা কৰিছে।
এতিয়ালৈকে পাপৰ বিৰুদ্ধে তেজ দিবলগীয়া হোৱাকৈ প্ৰতিহত বা যুঁজ কৰিব লগীয়া হোৱা নাই
এইটোৱে জোৰদি কব খুজিছে যে পঢ়োৱৈ সকলতকৈ আন আন লোকে অধিক বেছই ক্লেশ ভোগ কৰিলে। (চাওকঃ Litotes)
প্ৰতিহত কৰিলে ...লৈ ... তেজ
"প্ৰতিহত কৰিলে ... লৈ ... মৃত্যু।" ব্যক্তিজনে যি শুদ্ধ তাকেই কৰে যদিও এই নিমিত্তে তেওঁক বধ কৰা হয়। (চাওকঃ Metonymy)
উত্সাহ যি তোমালোকক দিয়ে
পুৰণি নিয়মত থকা চলোমনৰ লিখনি বিলাক যিবিলাকে ব্যক্তিজনক প্ৰভুৰ দ্বাৰা শাস্তি পোৱাৰ সময়ত কেনেকৈ উত্সাহ দিব লাগে তাক বুজাত সহায় কৰে (চাওকঃ ব্যক্তিত্ব প্ৰদান)
শাস্তিক হেয় জ্ঞাননকৰিবা
এইটোৱে জোৰদি কৈছে যে পঢ়োৱৈ সকলে শাস্তিক গুৰুত্ব সহকাৰে লব লাগে। (চাওকঃ Litotes)
প্ৰভুৰ শাস্তি
"যেতিয়া প্ৰভুৱে তোমালোকক শাস্তি দিয়ে"
হঠাশ হোৱা
সলনি অনুবাদঃ "নিৰাশ কৰা"
Hebrews 12:7-8
পৰীক্ষা সহন কৰা শাস্তি স্বৰূপে
কঠিন সময়ছোৱাক শাস্তিৰ সময় যেন গণ্য কৰিবা। (চাওকঃ উপনা)
এনে পুত্ৰ আছেনে যাক পিতৃয়ে শাস্তি নিদিয়ে? সলনি অনুবাদঃ "প্ৰতিজন পিতৃয়েই নিজৰ সন্তান বিলাকক শাস্তি দিয়ে" (চাওকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
অবৈধ সন্তান বিলাক
বিবাহ লোহোৱা পুৰুষ আৰু তিৰোতাৰ পৰা জন্ম হোৱা সন্তান বিলাক
Hebrews 12:9-11
আত্মাবিলাকৰ পিতৃ
ঈশ্বৰ, যিজনে সৃষ্টি কৰিলে আৰু আমাক আত্মা বিলাক দিলে আৰু আন আন সকলো আত্মা বিকাককো সৃষ্টি কৰিলে
(চাওকঃ Idiom)
ধাৰ্মিকতাৰ ফল
ধাৰ্মিকতা শাস্তিৰ ফল স্বৰূপে বৃদ্ধি পায় যিদৰে গছত ফল ধৰে (চাওকঃ উপমা আলংকাৰিক)
ইয়াৰ দ্বাৰা প্ৰশিক্ষিত শাস্তিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত
Hebrews 12:12-13
যীচুৰ অনুগামী সকল দৌৰ প্ৰতিযোগীতাত দৌৰোতা বিলাকৰ দৰে (উপমা)
তোমালোকৰ ওলমি থকা হাত বিলাক ওপৰলৈ তোলা আৰু তোমালোকৰ দুৰ্ব্বল আঁঠুবিলাক আকৌ শক্তিশালী কৰা
এজন ব্যক্তি যিজনে জীৱনত প্ৰত্যাহ্বানৰ সন্মোখীন নহয় তেওঁ এজন অৱশ হৈ পৰা দৌৰোতাৰ দৰে যাৰ হাত আৰু আঠু বিলাক দুৰ্বল হৈ পৰে। সলনি অমুবাদঃ "প্ৰতিযোগিতাত দৌৰোতাই কোনো এটা প্ৰতিযোগিতা সম্পূৰ্ণ কৰিবলৈ যেতিয়া মনস্থ কৰে তেওঁ নিজৰ শৰীৰটো শক্তিশালী কৰে, সেইদৰে দৰে তোমালোকেও নিজকে শক্তিশালী কৰা।"
তোমালোকৰ ভৰিৰ বাবে পোণ বাট কৰা
ঈশ্বৰৰ বাক্য পালন কৰাটো মসৃণ পোণ পথত খোজ কাঢ়ি যোৱাৰ দৰে সলনি অনুবাদঃ "ঈশ্বৰে তোোমালোকক যি কৰাটো বিচাৰে তাকে কৰা"
যিজন খোৰা
সলনি অনুবাদঃ "যিকোনোৱে ত্যাগ কৰিবলৈ বিচাৰে "
অপথে চলি যোৱা
"ভুল পথে যাওঁতা কোনোজনক অনুকৰণ কৰা " সনলি অনুবাদঃ "যি সহজ সেইবোৰ কাম কৰিবলৈ সিদ্ধান্ত নকৰে আৰু ঈশ্বৰক সমাদৰ নকৰে"
বৰঞ্চ সুস্থ হোৱা
"পৰিবৰ্ত্তে শক্তিশালী হোৱা"
Hebrews 12:14-21
আৰু পবিত্ৰতা
সলনি অনুবাদঃ আৰু পবিত্ৰতাকো খেদিযোৱা (চাওকঃ Ellipsis)
সাৱধান হোৱা ... যেন কোনো বাদনপৰে ... যেন কোনো তিতাৰ মূল নগজে ... যেন তাত নহব
পঢ়োৱৈ সকলে তিনিটা বিষয়ে "সাৱধান হব" লাগে। সলনি অনুবাদঃ "কোনো জনকেই বাদ পৰিবলৈ নিদিবা ... কোনো তিতাৰ মূল গজিবলৈ নিদিবা ... তাত হবলৈ নিদিবা"
ঈশ্বৰৰ অনুগ্ৰহৰ পৰা বাদ দিলে
সলনি অনুবাদঃ "ঈশ্বৰৰ অনুগ্ৰহ গ্ৰহণ কৰিলে আৰু তাৰ পাছত ইয়াক এৰি দিলে "
তিতাৰ মূল
যি ব্যক্তিয়ে আনলোকক কুকৰ্ম কৰায়, যিদৰে এটা তিতা শিপা খোৱা আহাৰত ৰাখি থয়। (চাওকঃ ওপমা অলংকাৰিক)
সাৱধান হোৱা ... এচৌৰ নিচিনাকৈ
সলনি অনুবাদঃ "সাৱধান হোৱা ... তোমালোকৰ মাজত এচৌৰ নিচিনাকৈ" (চাওকঃ স্পষ্ট আৰু ইংগিত বাৰ্তা)
চকু লোৰে আগ্ৰহেৰে ইয়াক বিচাৰিছিল
"কান্দি কান্দি আন্তৰিকতাৰে ইয়াক বিচাৰিছিল"
Hebrews 12:22-24
তোমালোক
পঢ়োৱৈ সকল
আহিপালে
"উপস্থিত হলহি"
দহ হাজাৰ স্বৰ্গদূতৰ
সলনি অনুবাদঃ "গণিব নোৱাৰা স্বৰ্গগূতৰ সংখ্যা"
বিচাৰকৰ্ত্তা ঈশ্বৰ ... যীচু, মধ্যসুতাকাৰী যীচু বিচাৰালয়ত এজন উকীলৰ দৰে বিচাৰকৰ্ত্তা ঈশ্বৰক তেওঁ দেখুৱাইছে কেনেকৈ তেওঁৰ তেজে মানুহৰ দোষৰ ক্ষমাৰ বাবে পৰিশোধ কৰিলে (চাওকঃ উপমা আঃ)
হেবলৰ তেজতকৈ অতি উত্ত্মকথা কওঁতাছটিয়াই দিয়া তেজ
সলনি অনুবাদঃ যীচুৰ চটিয়াই দিয়া তেজৰ কয়িনে বধকৰা হেবলৰ তেজতকৈ এটা অতি উত্তম ভা্ৱাৰ্থ আছে, (চাওকঃ ব্যক্তিত্ব প্ৰদান আৰু স্পষ্ট আৰু ইংগিত বাৰ্ত্তা)
Hebrews 12:25-26
চীশয় পৰ্বত ইস্ৰায়েলী সকলৰ অভিজ্ঞতা আৰু যীচুৰ মৃত্যুৰ পাছত বিশ্বাসী সকলৰ অভিজ্ঞতা এই দুয়োটাৰ ভিতৰত প্ৰাৰ্থক্য দেখুৱাই তুলনা কৰাৰ পাছত, লেখকে আমাক সোঁৱৰাই দিছে যে আমৰো ঈশ্বৰ সেইজনেই আৰু তেওঁ আজি আমাকো পাবলৈ বিচাৰে।
কঁপালে ... "জোকাৰ মাৰে"
পৃথিবীৰ ভূখণ্ড লৰাবলৈ আৰু ঘৰদুৱাৰ বিনষ্ট কৰিবলৈ ভুমিকম্পই যিকৰে সেই শব্দ ব্যৱহাৰ কৰক
তোমালোকে
পঢ়োৱৈ সকল (চাওকঃ তুমি শব্দৰ ৰূপ)
তেওঁলোকেই যদি সাৰি নগল সলনি অনুবাদঃ যদি ইস্ৰায়েলৰ লোক বিলাক দণ্ডৰ পৰা সাৰি নগল (চাওকঃ স্পষ্ট আৰু ইংগিত বাৰ্ত্তা)
আমি
লেখক আৰু পঢ়োৱৈ সকল (চাওকঃ অন্তৰ্ভুক্তি)
যি জনে সতৰ্ক কৰে ... তেওঁ অংগীকাৰ কৰিছে
"ঈশ্বৰ যিজনে সতৰ্ক কৰে ... ঈশ্বৰে অংগীকাৰ কৰিছে"
Hebrews 12:27-29
কঁপালে
চাওক ১২:২৬ পদত "কঁপালে" আৰু "জোকাৰ মাৰে" আপুণি কিদৰে অনুবাদ কৰিলে
আহা আমি কৃতজ্ঞ হওঁহক
"আহা আমি ধন্যবাদ জ্ঞাপন কৰো"
আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্ৰি
"ঈশ্বৰৰ, তেওঁৰ উদ্দেশ্যৰ বিৰুদ্দে যোৱা সকলোকে বিনষ্ঠ কৰিবলৈ শক্তি আছে, যেনেকৈ জুয়ে বস্তুবোৰ জ্বলায় শেষ কৰে। (চাওকঃ অলংকাৰিক)
Hebrews 13
Hebrews 13:1-2
গ্ৰন্থকাৰে যিহুদী বিশ্বাসী সকললৈ লিখিছে।
ভাইৰ নিচিনা মৰম অব্যাহত থাকক
সলনি অনুবাদঃ "অবিচল ভাৱে আন বিশ্বাসী সকললৈ তোমালোকৰ মৰম প্ৰদৰ্শন কৰি থাকিবা যদৰে নিজৰ পৰিয়ালৰ সদস্যলৈ মৰম দেখুওৱা"
পাহৰি নাযাবা
সলনি অনুবাদঃ "মনত ৰাখিবা" (চাওকঃ Litotes)
অচিনাকী লোকক আদৰ কৰিবা
সলনি অনুবাদঃ "তোমালোকৰ আচিনাকী লোকক বন্ধুৰ দৰে আচৰণ কৰিবা"
Hebrews 13:3-4
যেন তোমালোক তেওঁলোকৰ সৈতে আছিলা ... যেন তোমালোকৰ শৰীৰ বিলাকক তেওঁলোকৰ শৰীৰক কৰাৰ দৰেই দুৰ্ব্যৱহাৰ কৰা হৈছিল
এই দুয়োটা খণ্ডবাক্যই বিশ্বাসী সকলক আন মানুহৰ ক্লেশৰ বিষয়ে ভাৱিবলৈ উত্সাহ যোগায় যিদৰে তেওঁলোকে নিজৰ ক্লেশৰ বিষয়ে ভাৱে। সলনি অনুবাদঃ "যেন তোমালোকেও তেওঁলোকে সৈতে বন্দীশালত আছিলা আৰু তোমালোককো দুব্যৱহাৰ কৰা হৈছিল।" (চাওকঃ Parallelism)
দৰা
কইনা শোৱা বিছনা
স্বামী আৰু ভাৰ্যাৰ যৌন মিলন (চাওকঃ Euphemism, Metonymy)
Hebrews 13:5-6
তোমালোকৰ যি আছে তাতে সন্ত্তষ্ট থাকা
"ঈশ্বৰে তোমালোকক যি দিছে তাক উপভোগ কৰা"
Hebrews 13:7-8
তোমালোকৰ আচৰণৰ পৰিনাম
সম্ভাব্য অৰ্থসমূহ (১) "যিধৰণে তেওঁলোকে জীৱন নিবাস কৰিছিল" (চাওকঃ UDB) বা (২) "যিধৰণে তেওঁলোকে জীৱন নিবাস কৰিছিল আৰু মৰিল" বা "যিধৰণে তেওঁলোকে গোটেই জীৱন অতিবাহিত কৰিলে" তেতিয়াও যীচুত বিশ্বাস ৰাখি।
Hebrews 13:9-11
নানা প্ৰকাৰৰ আৰু আচহুৱা শিক্ষা বিলাক
"নানা প্ৰকাৰৰ আৰু বেলেগ শিক্ষা আৰু আমি তোমালোকক কোৱা শুভবাৰ্তাখন নহয়।"
এইটো ভালকথায়ে অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় গঢ়িব লাগে, আহাৰৰ সম্বন্ধে নীতি নিয়মৰ দ্বাৰাই নহয়
সলনি অনুবাদঃ"আমি শক্তিমন্ত হওঁ যেতিয়া আমি ভাবো যে ঈশ্বৰ আমালৈ কিমান দয়ালো, কিন্ত্ত আহাৰৰ সম্বন্ধে স্থিৰ কৰা নীতিনিয়ম পালন কৰি আমি শক্তিমন্ত হব নোৱাৰো। (চাওকঃ উপমা আলংকাৰিক)
পাপৰ অৰ্থে বলিদান
"বলিদান দিয়া হল যাতে ঈশ্বৰে আমাক ক্ষমা কৰিব" (চাওকঃ স্পষ্ট আৰু ইংগিত বাৰ্তা)
ছাউনিৰ বাহিৰত
মানুহে বসবাস কৰা ঠাইৰ পৰা আতঁৰত
Hebrews 13:12-14
যীচুৰ বলিদান আৰু মন্দিৰত উছৰ্গা কৰা বলিদানৰ
এই দুয়োটাৰ ভিতৰত তুলনা ইয়াত অব্যাহত আছে
সেইকাৰণে
"একেদৰেই" (চাওকঃ UDB) বা "কিয়নো উছৰ্গিত শৰীৰ বিলাক ছাউনিৰ বাহিৰত পোৰা হৈছিল" (১৩:১১)
সেইকাৰণে আহা আমি যাওঁহক
" কিয়নো যীচু নগৰৰ দুৱাৰৰ বাহিৰত"
ছাউনিৰ বাহিৰত
চাওক ১৩:১১ কিদৰে অনুবাদ কৰিলে।
Hebrews 13:15-19
যে তেওঁৰ নাম স্বীকাৰ কৰে
সলনি অনুবাদঃ "যে আমি যীচুত ভাৰসা কৰো তাক মুকলিকৈ ঘোষনা কৰে"
Hebrews 13:20-25
অনন্তকলীয়া নিয়মৰ তেজৰ দ্বাৰা
সম্ভাব্য অৰ্থ সমূহঃ (১) "ঈশ্বৰে তেওৰ অনন্ত কলীয়া নিয়ম আমাৰে সৈতে তেজৰ দ্বাৰাই নিশ্চিত কৰিলে" (চাওকঃ UDB) বা (২) এইটো "অনন্তকলীয়া নিয়মৰ তেজৰ দ্বাৰা " যে যীচু " আমাৰ প্ৰভু হল বা (৩) এইটো "তেজৰ দ্বাৰা .... " যে ঈশ্বৰে যীচুক "মৃত্যুৰ পৰা" উঠালে"
তোমালোকক সুসজ্জিত কৰিব ... আমাত কাৰ্য কৰি আছে
গ্ৰন্থকাৰ আৰু পঢ়োৱৈ সকল (চাওকঃ "তুমি" শব্দৰ ৰূপ/অৰ্ন্তভুক্তি)