Assamese: translationQuestions

Updated ? hours ago # views See on DCS

3 John

3 John 1

3 John 1:1-4

লিখক যোহনে এই পত্ৰখনত নিজকে কি উপাধিৰে পৰিচয় কৰিছে ?

যোহনে নিজকে বৃদ্ধ লোক বুলি পৰিচয় দিছে (১:১)।

যি জনে এই পত্ৰখন পাইছে, সেই গায়'ৰ লগত যোহনৰ কি সম্বন্ধ আছিল ?

যোহনে গায়'ক সত্যতাত প্ৰেম কৰে (১:১)

গায়'ৰ বিষয়ে যোহনে কিহৰ বিষয়ে প্ৰাৰ্থনা কৰে ?

যোহনে এই প্ৰাৰ্থনা কৰিছে যে গায়'ৰ স্বাস্থ্য আৰু জীৱাত্মা এই সকলোবিষয়তে কুশল প্ৰাপ্ত হওক (১:২)।

যোহনৰ আটাইতকৈ মহা আনন্দ কি ?

যোহনৰ আটাইতকৈ মহা আনন্দ হৈছে তেওঁৰ সন্তানবিলাকে সত্যতাত চলাটো তেওঁ শুনিবলৈ পাইছে (১:৪)।

3 John 1:5-8

গায়'ই কাক আদৰণি জনাইছিল আৰু তাৰ পাছত তেওঁলোকক যাত্ৰাকালত পঠিয়াই দিছিল ?

কিছুমানক যিয়ে নামৰ কাৰণে ওলাই গৈছিল গায়'ই সেইবিলাকক আদৰণি জনাইছিল আৰু তাৰ পাছত তেওঁলোকক যাত্ৰাকালত পঠিয়াই দিছিল (১:৬-৮)।

এনে ভাইবিলাকক বিশ্বাসীবিলাকে কিয় আদৰি ল'ব লাগে বুলি যোহনে কৈছিল ?

এনে ভাইবিলাকক বিশ্বাসীবিলাকে আদৰি ল'ব লাগে বুলি যোহনে কৈছিল যাতে তেওঁলোকে সত্যৰ বাবে তেওঁলোক সহকাৰী হয় (১:৮)।

3 John 1:9-10

দিয়ত্ৰিফিয়ে কাক প্ৰেম কৰিছিল ?

দিয়ত্ৰিফিয়ে সমাজৰ মাজত প্ৰথম স্থান পাবলৈ বিচাৰিছিল (১:৯)

যোহনৰ প্ৰতি দিয়ত্ৰিফিয়ৰ মনোভাৱ কেনে আছিল ?

দিয়ত্ৰিফিয়ে যোহনক গ্ৰহণ কৰা নাছিল (১:৯)।

যোহনে যদি গায়'ৰ আৰু সমাজলৈ আহে তেওঁ কি কৰিব ?

যদি যোহন আহে তেওঁ দিয়ত্ৰিফিয়ৰ কু-কৰ্ম্মবোৰ সোঁৱৰাব (১:১০)।

সেই নামৰ বাবে ওলাই যোৱা ভাইবিলাকক দিয়ত্ৰিফিয়ই কি কৰে ?

সেই ভাইবিলাকক দিয়ত্ৰিফিয়ই গ্ৰহণ নকৰে (১:১০)।

সেই নামৰ বাবে ওলাই যোৱা ভাইবিলাকক যিবিলাকে গ্ৰহণ কৰে তেওঁবিলাকক দিয়ত্ৰিফিয়ই কি কৰে ?

সেই ভাইবিলাকক গ্ৰহণ কৰাত দিয়ত্ৰিফিয়ই বাৰণ কৰে, আৰু তেওঁলোকক সমাজৰ পৰা বাহিৰ কৰি দিয়ে (১:১০)।

3 John 1:11-15

যোহনে গায়'ক কি অনুকাৰী হ'বলৈ কৈছে ?

যোহনে গায়'ক উত্তমতাৰ অনুকাৰী হ'বলৈ কৈছে (১:১১)।